লেখক:উমেশচন্দ্ৰ চৌধাৰী
অৱয়ব
| ←লেখকৰ তালিকা | উমেশচন্দ্ৰ চৌধাৰী (১৮৯৮–১৯৫৩) |
| উমেশচন্দ্ৰ চৌধাৰী (১৮৯৮-১৯৫৩) এজন অসমীয়া গীতিকাৰ, কবি, আইনজ্ঞ। HMV কোম্পানীয়ে তেওঁৰ কেইবাটাও গীত ৰেকৰ্ড কৰিছিল৷ |
গ্ৰন্থসমূহ
[সম্পাদনা কৰক]- প্ৰতিধ্বনি (১৯৩৯)
- দেৱ-ধ্বনি (১৯৪০)
- অমৃত মন্থন (১৯৩৯)
- ত্ৰিবেণী (১৯৩৯)
- মন্দাকিনী (১৯৪০)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )