লেখক:উপেন্দ্ৰনাথ বৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | উপেন্দ্ৰনাথ বৰুৱা (১৮৫৯–১৯৫৩) |
| শিক্ষক আৰু লেখক। অসম এছোচিয়েচনৰ লগত জড়িত আছিল। কলিকতাৰ ইংৰাজী কাকত-আলোচনীত প্ৰবন্ধ লিখিছিল। অসমীয়াত বাঁহী, আৱাহন, ঊষা, আসাম হিতৈষী আদি আলোচনীত লিখিছিল। |
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- ইন্দীবৰ বৰুৱা
- ইংৰাজী অসমীয়া শব্দমালা
- চৰিতাৱলী
- সাধু কথা,
- শ্লোকমঞ্জৰী
- সন্তানৰ শিক্ষা
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )