মোৰ সুৰৰ চুমাত

ৱিকিউৎসৰ পৰা


মোৰ সুৰৰ চুমাত

          কোনে সাৰ পাব

মোৰ গান শুনি

          কোনে ভোল যাব

বুকৰ তেজেৰে লিখা গান মোৰ

          চকুৰ পানীৰে নমচিবি

          চকুৰ পানীৰে লিখা গানবোৰ...

                   আলৈ-আথানি নকৰিবি

মই কোৱা নেই (সেই ?) জোনাকী সাধু

                   নাপাহৰিবি ৷