মোৰ সুৰৰ চুমাত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


মোৰ সুৰৰ চুমাত

          কোনে সাৰ পাব

মোৰ গান শুনি

          কোনে ভোল যাব

বুকৰ তেজেৰে লিখা গান মোৰ

          চকুৰ পানীৰে নমচিবি

          চকুৰ পানীৰে লিখা গানবোৰ...

                   আলৈ-আথানি নকৰিবি

মই কোৱা নেই (সেই ?) জোনাকী সাধু

                   নাপাহৰিবি ৷