মোৰে জীৱনৰে সখা কৃষ্ণ তই

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

মোৰে জীৱনৰে সখা কৃষ্ণ তই
মোৰে জীৱনৰে সখা কৃষ্ণ
মোৰে জীৱনৰে সখা কৃষ্ণ তই,

বজাৱ কিসুৰে বেণু

কপালত তোৰ কোন আঁকি দিলে ইন্দ্ৰধনু ?
পুৱতি নিয়ৰে, সানে চৰনতে

শুকুলা মুকুতাৰ বেণু

অ' তোৰ শ্যামল গাতে কোনে

চন্দন পিন্ধালে ?

অ' তোৰ ফুল কুমলীয়া তনু

বজাৱ সোণৰে বেণু
সুৰৰে জিঞ্জিৰি পিন্ধালি মোক
সুৰৰে জিঞ্জিৰি ।।