মেৰো অব নাত আতমা নন্দলাল
অৱয়ব
।। ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।
ধ্ৰুং।। মেৰো অব নাথ আতমা নন্দলাল।
বৰহি ঠাকুৰ হৰি দীনদয়াল।
পদ।। আপুনহি মানি হৰিক পদে-দাসা
শিৱ চতুৰমুহ কৰতু উপাসা।।
শৰীৰ আতমা মানি সব লোই চোৰ।
জ্ঞানী আতমা আৱে হাৰামহি-খোৰ।।
সেৱক-সেৱোহো মানি আতমা গোবিন্দে।
ৰাখত মন হৰিপদ অৰবিন্দে।।
মাধৱ দাস কহয় তত্ত্ব ওই।
হৰি বিনে হামাৰি আৱৰ নাহি কোই।।