সমললৈ যাওক

পৃষ্ঠা:পৰিদৰ্শন.djvu/১১২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন জানাে আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
জানো আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখৰ কথা আমাত
পৰিদর্শন
জনালে বেয়া জানো?
জানাে আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখৰ কথা আমাত

জনালে বেয়া জানাে ?
পেটু গৃহিণী-(মনে মনে আচৰিত হৈ বেৰৰ আঁৰৰ পৰা)
{{gap}}পেটু গৃহিণী—(মনে মনে আচৰিত হৈ বেৰৰ আঁৰৰ পৰা)
কবলৈহে ভয় লাগে, পাচে হাকিম আমাৰ সম্বন্ধত ভিনীহি নহয়
কবলৈহে ভয় লাগে, পাচে হাকিম আমাৰ সম্বন্ধত ভিনীহি নহয়
জানাে। হাকিমৰ যিজনী আনিলে তেওঁ আমাৰ মাহীদেৱৰ
জানো। হাকিমৰ যিজনী আনিলে তেওঁ আমাৰ মাহীদেৱৰ জাৰ জীয়েক নহয় জানো। আমি দুখীয়া দেখি সেইবোৰ
সম্বন্ধ বিচাৰিলেনো কি হব।
জাৰ জীয়েক নহয় জানাে। আমি দুখীয়া দেখি সেইবােৰ

সম্বন্ধ বিচাৰিলেনাে কি হব।
বৰকেৰাণী—কেলেই নহব আইটি, হওঁতে মই জানাে
{{gap}}বৰকেৰাণী—কেলেই নহব আইটি, হওঁতে মই জানো
নাজানাে। আমাৰ বাগিচাত থাকোতেই যায়। ঘৰলৈনাে কেতিয়া
নাজানো। আমাৰ বাগিচাত থাকোঁতেই যায়। ঘৰলৈনো কেতিয়া
আহিব পাৰো। যেতিয়া এদিনৰ আজৰি পাওঁ তেতিয়াও আকৌ মাটি-বাৰী, মানুহ-দুনুহৰ লেঠা ভাঙোতে যায়। ইফাল-সিফাল কৰিবলৈ সময়ে নহয়। সেই দেখি আজি বোলে আন মানুহে খবৰ নৌ পাওঁতেই তোমালোকৰেই খবৰটো লৈ আহো। বৰ ভাল হৈছে আইটি, বটু বাপাটিয়ে বৃত্তি পোৱা অতি উত্তম হৈছে। সি আমাৰ মুখ উজ্জ্বল কৰিব।
আহিব পাৰে। যেতিয়া এদিনৰ আজৰি পাওঁ তেতিয়াও

আকৌ মাটি-বাৰী, মানুহ-দুহৰ লেঠা ভাঙোতে যায়। ইফাল-
{{gap}}বটু জননী—জানো, আপোনালোকৰ আশীৰ্ব্বাদ কি হয়।
সিফাল কৰিবলৈ সময়ে নহয়। সেই দেখি আজি বােলে আন
তাকে চাইটো এইদৰে এসাজ খাই এসাজ নাই আছোঁ।
মানুহে খবৰ নৌ পাওঁতেই তােমালােকৰেই খবৰটো লৈ

আহাে। বৰ ভাল হৈছে আইটি, বটু বাপাটিয়ে বৃত্তি পােৱা
{{gap}}বৰকেৰাণী—ভাল হব, ভাল হব, একো চিন্তা নকৰিব।
অতি উত্তম হৈছে। সি আমাৰ মুখ উজ্জ্বল কৰিব।
তাক এতিয়া পঢ়োৱাৰ দিহা কৰা কি? ইংৰাজী পঢ়োৱা দেখোন বৰ খৰচ!
বটু জননী-জানাে, আপােনালােক আশীর্বাদ কি হয়।

তাকে চাইটো এইদৰে এসাজ খাই এসাজ নাই
<center>[ ১০৮ ]</center>
আছে।
বৰকেৰাণী—ভাল হব, ভাল হব, একো চিন্তা নকৰিব।
তাক এতিয়া পঢ়োৱাৰ দিহা কৰা কি? ইংৰাজী পঢ়োৱা
দেখেন বৰ খচ।
[ sub ]

১৮:১৩, ১৪ জুলাই ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিদৰ্শন
 

জানো আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখৰ কথা আমাত জনালে বেয়া জানো?

 পেটু গৃহিণী—(মনে মনে আচৰিত হৈ বেৰৰ আঁৰৰ পৰা) কবলৈহে ভয় লাগে, পাচে হাকিম আমাৰ সম্বন্ধত ভিনীহি নহয় জানো। হাকিমৰ যিজনী আনিলে তেওঁ আমাৰ মাহীদেৱৰ জাৰ জীয়েক নহয় জানো। আমি দুখীয়া দেখি সেইবোৰ সম্বন্ধ বিচাৰিলেনো কি হব।

 বৰকেৰাণী—কেলেই নহব আইটি, হওঁতে মই জানো নাজানো। আমাৰ বাগিচাত থাকোঁতেই যায়। ঘৰলৈনো কেতিয়া আহিব পাৰো। যেতিয়া এদিনৰ আজৰি পাওঁ তেতিয়াও আকৌ মাটি-বাৰী, মানুহ-দুনুহৰ লেঠা ভাঙোতে যায়। ইফাল-সিফাল কৰিবলৈ সময়ে নহয়। সেই দেখি আজি বোলে আন মানুহে খবৰ নৌ পাওঁতেই তোমালোকৰেই খবৰটো লৈ আহো। বৰ ভাল হৈছে আইটি, বটু বাপাটিয়ে বৃত্তি পোৱা অতি উত্তম হৈছে। সি আমাৰ মুখ উজ্জ্বল কৰিব।

 বটু জননী—জানো, আপোনালোকৰ আশীৰ্ব্বাদ কি হয়। তাকে চাইটো এইদৰে এসাজ খাই এসাজ নাই আছোঁ।

 বৰকেৰাণী—ভাল হব, ভাল হব, একো চিন্তা নকৰিব। তাক এতিয়া পঢ়োৱাৰ দিহা কৰা কি? ইংৰাজী পঢ়োৱা দেখোন বৰ খৰচ!

[ ১০৮ ]