পৃষ্ঠা:নীতি-শিক্ষা.pdf/৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অৱয়ব
→মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। টেগ্: মুদ্ৰণ সংশোধন কৰা হৈছে |
Scatter2021 (আলোচনা | বৰঙণি) টেগ্: বৈধকৰণ হৈছে |
||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৃত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
৫ নং শাৰী: | ৫ নং শাৰী: | ||
সুমৰি সুনাম সেই |
সুমৰি সুনাম সেই |
||
লভিবাঁ বিশ্ৰাম। |
লভিবাঁ বিশ্ৰাম। |
||
<center> |
<center>✷</center> |
||
পিতৃ-মাতৃ গুৰুলই |
পিতৃ-মাতৃ গুৰুলই |
||
::ভকতি ৰাখিবাঁ; |
::ভকতি ৰাখিবাঁ; |
||
অবাবত কোনো জীৱ |
অবাবত কোনো জীৱ |
||
::বধ নকৰিবাঁ। |
::বধ নকৰিবাঁ। |
||
<center> |
<center>✷</center> |
||
দুষ্ট ভাৱে কেতিয়াও |
দুষ্ট ভাৱে কেতিয়াও |
||
::নকৰাঁ চলন; |
::নকৰাঁ চলন; |
||
আনৰ দেখিলে ভাল |
আনৰ দেখিলে ভাল |
||
::নকৰাঁ হৰণ। |
::নকৰাঁ হৰণ। |
||
<center> |
<center>✷</center> |
||
নোলাবাঁ মিছাই সাক্ষী, |
নোলাবাঁ মিছাই সাক্ষী, |
||
::ধনত মোহিত; |
::ধনত মোহিত; |
১৪:২৪, ২ নৱেম্বৰ ২০২৪ৰ সংস্কৰণ
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
নীতি-বচন।
নীতি-বচন।
সততে মুখত লবাঁ
ঈশ্বৰৰ নাম;
সুমৰি সুনাম সেই
লভিবাঁ বিশ্ৰাম।
পিতৃ-মাতৃ গুৰুলই
ভকতি ৰাখিবাঁ;
অবাবত কোনো জীৱ
বধ নকৰিবাঁ।
দুষ্ট ভাৱে কেতিয়াও
নকৰাঁ চলন;
আনৰ দেখিলে ভাল
নকৰাঁ হৰণ।
নোলাবাঁ মিছাই সাক্ষী,
ধনত মোহিত;
পৰৰ ঐশ্বৰ্য্য দেখি
এৰাঁ হিংসা-চিত।
⸻○⸻