পৃষ্ঠা:নীতি-শিক্ষা.pdf/৮৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অৱয়ব
→মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। টেগ্: মুদ্ৰণ সংশোধন কৰা হৈছে |
Scatter2021 (আলোচনা | বৰঙণি) টেগ্: বৈধকৰণ হৈছে |
||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৃত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১০ নং শাৰী: | ১০ নং শাৰী: | ||
থাকিলে তোমাৰ কৰিব লগীয়া কিবা, |
থাকিলে তোমাৰ কৰিব লগীয়া কিবা, |
||
থিৰ ভাৱে সাধি তাক জিৰণি লভিবাঁ। |
থিৰ ভাৱে সাধি তাক জিৰণি লভিবাঁ। |
||
<center> |
<center>✷</center> |
||
কামত |
কামত পাৰিবাঁ মন ধেমালি ৰঙ্গেৰে; |
||
পাৰিবা নিয়াব দিন হৰিষ অন্তৰে। |
পাৰিবা নিয়াব দিন হৰিষ অন্তৰে। |
||
<center> |
<center>✷</center> |
||
শুভকাৰ্য্য সোনকালে, অশুভ পলমে; |
শুভকাৰ্য্য সোনকালে, অশুভ পলমে; |
||
সাধিবৰ ৰীতি এই পালিবাঁ যতনে। |
সাধিবৰ ৰীতি এই পালিবাঁ যতনে। |
||
<center> |
<center>✷</center> |
||
দুপৰীয়া খাই উঠি ক্ষন্তেক জিৰাবাঁ; |
দুপৰীয়া খাই উঠি ক্ষন্তেক জিৰাবাঁ; |
||
ৰাতিৰ ভোজন পাচে এপাক ফুৰিবাঁ। |
ৰাতিৰ ভোজন পাচে এপাক ফুৰিবাঁ। |
||
<center> |
<center>✷</center> |
||
ঘৰ-কথা বাজ হলে পৰে আশ পায়; |
ঘৰ-কথা বাজ হলে পৰে আশ পায়; |
||
সাৱধান হবাঁ যাতে ভুলতো নোলায়।</poem>}} |
সাৱধান হবাঁ যাতে ভুলতো নোলায়।</poem>}} |
১৪:২৩, ২ নৱেম্বৰ ২০২৪ৰ সংস্কৰণ
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
নীতি-শিক্ষা
অভিষেক পাতিলেছি কুৱঁৰী সঙ্গত,
উঠিলেহি ভাৰতৰ শিঙ্গৰি-ঘৰত।
বিলাতত বাস কৰে বৃটিচ্ কেশৰী,
তেওঁৰ শাসনে পায় পৃথিবীক জুৰি।
শান্তিৰ আধাৰ তেওঁ অতি দয়াময়,
ভক্তিৰ ভাজন তেওঁ অতি সদাশয়।
⸻
সোণালি নিয়ম।
থাকিলে তোমাৰ কৰিব লগীয়া কিবা,
থিৰ ভাৱে সাধি তাক জিৰণি লভিবাঁ।
কামত পাৰিবাঁ মন ধেমালি ৰঙ্গেৰে;
পাৰিবা নিয়াব দিন হৰিষ অন্তৰে।
শুভকাৰ্য্য সোনকালে, অশুভ পলমে;
সাধিবৰ ৰীতি এই পালিবাঁ যতনে।
দুপৰীয়া খাই উঠি ক্ষন্তেক জিৰাবাঁ;
ৰাতিৰ ভোজন পাচে এপাক ফুৰিবাঁ।
ঘৰ-কথা বাজ হলে পৰে আশ পায়;
সাৱধান হবাঁ যাতে ভুলতো নোলায়।
⸻