পৃষ্ঠা:নীতি-শিক্ষা.pdf/৮২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অৱয়ব
→মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল। টেগ্: মুদ্ৰণ সংশোধন কৰা হৈছে |
Scatter2021 (আলোচনা | বৰঙণি) টেগ্: বৈধকৰণ হৈছে |
||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৃত |
১৪:২১, ২ নৱেম্বৰ ২০২৪ৰ সংস্কৰণ
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
নীতি-শিক্ষা।
“কুম্পানী-দিন” হল চৌপাশে প্ৰচাৰ,
“মহাৰাণী” নামে শান্তি প্ৰাণত প্ৰজাৰ।
আপদৰ ভয় গল, সম্পদ চাপিল,
'মহাৰাণী”-শৰণত অশান্তি খণ্ডিল।
ইহেন সম্পদ লভি ভক্ত অসমীয়া,
আপোন পাহৰা হল গদ্গদ্ হিয়া!
ভাৰত-ঈশ্বৰা পাচে মাতৃ “মহাৰাণী”
চলিলে স্বৰগ ধাম থই মহাজ্ঞানী —
৺মহাৰাজ সপ্তম এডোৱাৰ্ড।
বৰপুত্ৰ ধৰ্ম্মৰাজ এডোৱাৰ্ড মণি;
সপ্তম নামত তেওঁ হল অগ্ৰগণী।