সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৮১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
JyotiPN (আলোচনা | বৰঙণি)
মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
 
টেগ্‌: বৈধকৰণ হৈছে
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত

১৪:১৯, ২ নৱেম্বৰ ২০২৪ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ৰাজভক্তি।

অসহন অত্যাচাৰ — চেপা, খুন্দা, কিল;
নাক, কাণ, চকু কঢ়া কোঢ়াল উঠিল!

৺মহাৰাণী ভিক্টোৰীয়া।

এই হেন আপদত বৃটিচে উজাই,
উদ্ধাৰিলে অসমক বিপদ গুচাই।