সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৮০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
JyotiPN (আলোচনা | বৰঙণি)
মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
 
টেগ্‌: বৈধকৰণ হৈছে
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
সিফালৰপৰা খাই নিওঁতে নিওঁতে পিঠা অন্তই পৰিল! আৰু শেহত বান্দৰ লৰ মাৰি গছত উঠিলগৈ!
সিফালৰপৰা খাই নিওঁতে নিওঁতে পিঠা অন্তই পৰিল! আৰু শেহত বান্দৰ লৰ মাৰি গছত উঠিলগৈ!


{{gap}}বান্দৰে সেই দৰে ঠগিলে বুলি বুজিব পাৰি মেকুৰী মাওঁ-মাওঁকৈ উঠিল; আৰু তাকে দেখি শিয়ালেও খেক্খে‌কাই বান্দৰক গালি পাৰিবলৈ ধৰিলে। কিন্তু, {{SIC|সবশেহত|সৰ্বশেষত}} সিহঁতে নিজৰ মূৰ্খালি বুজিব পাৰি দুয়ো লাজত জঁয় পৰিল! এনেতে, সিফালে দোকানীয়ে তৰ্জ্জু বিচাৰি খলক্‌ লগাবলৈ ধৰিলে।অৱশেষত তেওঁ দেখিলে যে, অলপ নিলগত তৰ্জ্জুখন মাজতে লৈ এটা মেকুৰী আৰু এটা শিয়াল বহি আছে। দোকানীয়ে ভাবিলে যে, তেওঁ আঁতৰ হওঁতেই সিহঁতে দোকানৰপৰা চেনি চুৰকৈ নি খালে। এই ভাবি, তেওঁ খেদা মাৰি গৈ তৰ্জ্জুখন তুলি লৈ তাৰ নালেৰেই মেকুৰী আৰু শিয়াল দুইকো ভালকৈ দুটা মাৰ
{{gap}}বান্দৰে সেই দৰে ঠগিলে বুলি বুজিব পাৰি মেকুৰী মাওঁ-মাওঁকৈ উঠিল; আৰু তাকে দেখি শিয়ালেও খেক্খে‌কাই বান্দৰক গালি পাৰিবলৈ ধৰিলে। কিন্তু, {{SIC|সবশেহত|সৰ্বশেষত}} সিহঁতে নিজৰ মূৰ্খালি বুজিব পাৰি দুয়ো লাজত জঁয় পৰিল! এনেতে, সিফালে দোকানীয়ে তৰ্জ্জু বিচাৰি খলক্‌ লগাবলৈ ধৰিলে।অৱশেষত তেওঁ দেখিলে যে, অলপ নিলগত তৰ্জ্জুখন মাজতে লৈ এটা মেকুৰী আৰু এটা শিয়াল বহি আছে। দোকানীয়ে ভাবিলে যে, তেওঁ আঁতৰ হওঁতেই সিহঁতে দোকানৰপৰা চেনি চুৰকৈ নি খালে। এই ভাবি, তেওঁ খেদা মাৰি গৈ তৰ্জ্জুখন তুলি লৈ তাৰ নালেৰেই মেকুৰী আৰু শিয়াল দুইকো ভালকৈ দুটা মাৰ শোধালে। দোকানীৰ মাৰত চেতন পাই মেকুৰীয়ে মাওঁ-মাওঁ আৰু শিয়ালে শাওঁ-শাওঁ কৰি অতি দুখেৰে দিহাদিহি তাৰপৰা পলাই লৰ মাৰিলে!
শোধালে। দোকানীৰ মাৰত চেতন পাই মেকুৰীয়ে মাওঁ-মাও আৰু শিয়ালে শাওঁ-শাওঁ কৰি অতি দুখেৰে দিহাদিহি তাৰপৰা পলাই লৰ মাৰিলে!
{{center|⸻}}
{{center|⸻}}
{{center|{{X-larger|'''ৰাজভক্তি।'''}}}}
{{center|{{X-larger|'''ৰাজভক্তি।'''}}}}

১৪:১৮, ২ নৱেম্বৰ ২০২৪ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
নীতি-শিক্ষা


সিফালৰপৰা খাই নিওঁতে নিওঁতে পিঠা অন্তই পৰিল! আৰু শেহত বান্দৰ লৰ মাৰি গছত উঠিলগৈ!

 বান্দৰে সেই দৰে ঠগিলে বুলি বুজিব পাৰি মেকুৰী মাওঁ-মাওঁকৈ উঠিল; আৰু তাকে দেখি শিয়ালেও খেক্খে‌কাই বান্দৰক গালি পাৰিবলৈ ধৰিলে। কিন্তু, সবশেহত সিহঁতে নিজৰ মূৰ্খালি বুজিব পাৰি দুয়ো লাজত জঁয় পৰিল! এনেতে, সিফালে দোকানীয়ে তৰ্জ্জু বিচাৰি খলক্‌ লগাবলৈ ধৰিলে।অৱশেষত তেওঁ দেখিলে যে, অলপ নিলগত তৰ্জ্জুখন মাজতে লৈ এটা মেকুৰী আৰু এটা শিয়াল বহি আছে। দোকানীয়ে ভাবিলে যে, তেওঁ আঁতৰ হওঁতেই সিহঁতে দোকানৰপৰা চেনি চুৰকৈ নি খালে। এই ভাবি, তেওঁ খেদা মাৰি গৈ তৰ্জ্জুখন তুলি লৈ তাৰ নালেৰেই মেকুৰী আৰু শিয়াল দুইকো ভালকৈ দুটা মাৰ শোধালে। দোকানীৰ মাৰত চেতন পাই মেকুৰীয়ে মাওঁ-মাওঁ আৰু শিয়ালে শাওঁ-শাওঁ কৰি অতি দুখেৰে দিহাদিহি তাৰপৰা পলাই লৰ মাৰিলে!

ৰাজভক্তি।

আহোমৰ ৰাজভোগ যেই উকলিলে,
“মান দিন” উত্পাত্ সেই আৰম্ভিলে।
পিতৃহীন পুত্ৰ যেন অসমীয়া প্ৰজা,
ৰাজ্যত অশান্তি, নাই শান্তিদাতা ৰজা।