পৃষ্ঠা:নীতি-শিক্ষা.pdf/৮৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অৱয়ব
No edit summary |
Scatter2021 (আলোচনা | বৰঙণি) টেগ্: বৈধকৰণ হৈছে |
||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৃত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১২ নং শাৰী: | ১২ নং শাৰী: | ||
পানী দিয়ে তিনি টেকেলি! |
পানী দিয়ে তিনি টেকেলি! |
||
<center>✱</center> |
<center>✱</center> |
||
এনেই মৰা |
এনেই মৰা ঋষিৰ শাপত, |
||
তাতে দিয়া ধানৰ ভাপত! |
তাতে দিয়া ধানৰ ভাপত! |
||
<center>✱</center> |
<center>✱</center> |
১৩:১১, ২ নৱেম্বৰ ২০২৪ৰ সংস্কৰণ
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
নীতি-শিক্ষা
যোজোনা।
যি কৰে পৰত,
তাৰ মিলে ঘৰত।
ধানটোপতি কণটো,
মানুহটোপতি মনটো।
আলচিলে নহয় সিদ্ধি,
বাটত আছে কণা-বিধি!
গাত নাই ছাল-বাকলি,
পানী দিয়ে তিনি টেকেলি!
এনেই মৰা ঋষিৰ শাপত,
তাতে দিয়া ধানৰ ভাপত!
দিনৰ পৰ্ব্বত, ৰাতিৰ জুই,
তাক নেখেদি থাকিবাঁ শুই।
⸻○⸻
অন্ত।