বিলাতী পিঠা/সূচী

ৱিকিউৎসৰ পৰা
[ বকলা ]

বিলাতী পিঠা

শ্ৰীমাণিকি মধুৰি বৰদলৈ (নেওগ)

[ ii ]


বিলাতী পিঠা



মাণিকিমধুৰি বৰদলৈ (নেওগ)




নন্দন প্ৰকাশ
'আজলীতল'
গুৱাহাটী - ৫

[ iii ]
 

"BILATI-PITHA": A collection of stories in Assamese by Sri Maniki Madhuri Bardoloi (Neog) and published by Nandon Prakash, 'Ajaleetara' Guwahati- 781005.


তৃতীয় প্ৰকাশঃ ডিচেম্বৰ ১৯৯৭


প্ৰকাশকঃ নন্দন প্ৰকাশ
 আজলীতৰাঃ গুৱাহাটী- ৫


চিত্ৰাঙ্কণঃ সপোন মাধুৰী দত্ত (নেওগ)


মূল্যঃ পকাবন্ধাঃ ৩৫.০০ টকা
 কেঁচাবন্ধাঃ ২৫.০০ টকা


মুদ্ৰাকৰঃ শৰাইঘাট ফটোটাইপচ্
 উদ্যোগ পাম,
 বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১

[ iv ]

আশীৰ্ব্বাদ

 ৰামায়ণ, মহাভাৰত আৰু পুৰাণসমূহৰ ধৰ্ম্মমূলক সাধুকথাবিলাক বাদ দিলে পঞ্চতন্ত্ৰৰ সাধুকথাবিলাকেই সভ্য জগতৰ আদি সাধুকথা। এই পঞ্চতন্ত্ৰৰ পাছৰে পৰা সাধুকথা, উপকথা, চুটিগল্পই সভ্যদেশসমূহৰ সাহিত্যত আসন লাভ কৰিবলৈ ধৰে; আৰু গ্ৰীচ, ফ্ৰাঞ্চ, ইংলণ্ড আদিত গল্প-সাহিত্যৰ আসন আৰু জাকত জিলিকা হয়।

 পাশ্চাত্য সাহিত্যৰ লগত সম্পৰ্ক ঘটাৰ পাছৰে পৰা ভাৰতীয় ভাষাৰ লেখকসকলেও মানৱৰ প্ৰাণৰ সুখ-দুখ, হৰ্ষ-বিষাদ আদি অনুভূতিবিলাকক গল্পৰ সাজন-কাচনেৰে সজাই-পৰাই সাহিত্যলৈ এটি নতুন অৱদান দিবলৈ ধৰে। ফল স্বৰূপে, গল্প, সাধুকথা আদি পুৰণি হৈয়ো আমাৰ এটি বিশিষ্ট আৰু নতুন সম্পদ হৈ পৰিছে।

 শিশুমতি লেখিকাৰ এই সাধুকথা কেইটি উপাদানত বিলাতী হৈয়ো পৰিবেশনত একেবাৰে ঘৰুৱা, জতুৱা আৰু নিভাজ অসমীয়া। হবৰেই কথা। লেখিকাৰ লেখনীৰ কৌশল অভিমন্যুৰ বেহুভেদী কৌশলৰ দৰে “জন্মগত স্বত্ব,” “জন্মগত শিক্ষা।”

 কল্যাণীয়া শ্ৰীমতী জীউ-মাৰ “বিলাতী পিঠা” অসমৰ ঘৰে ঘৰে লাগ দিয়ক, মোৰ এয়ে কামনা।

সৰ্ব্বাইবন্ধা, যোৰহাট
২৩। ১২। ৫৪
শ্ৰীশ্ৰীমিত্ৰদেৱ মহন্ত

দ্বিতীয় সংস্কৰণৰ ‘আশীৰ্ব্বাদ’টিয়েই তুলি দিয়া হল।
         প্ৰকাশক

[ v ]

উছৰ্গা


পৰম আৰাধ্যা মাতৃদেৱী
স্বৰ্গীয়া আজলীতৰা নেওগৰ
পৱিত্ৰ সোঁৱৰণত

“জীউ-মা”

[ vi ]
মোৰ কথা—

 এই সৰু কিতাপখনিত থকা সাধুকেইটি মই মোৰ শৈশৱতে ভাঙনি কৰিছিলো। সেই সময়তে সাধুকেইটা পঢ়ি স্বৰ্গীয় মিত্ৰদেৱ মহন্ত বৰদেউতা আৰু স্বৰ্গীয় ডিম্বেশ্বৰ নেওগ পিতাদেৱে কণ কণ ল'ৰা-ছোৱালীয়ে পঢ়ি ভাল পাব বুলি ভাবি কিতাপৰ আকাৰে ছপা কৰি উলিয়াবলৈ মোক উৎসাহিত কৰিছিল। পুথিখনিৰ দুটি তাঙৰণ ইতিমধ্যে প্ৰকাশ হৈ গৈছে। পাঠকৰ অভূতপূৰ্ব সঁহাৰিৰ প্ৰমাণ পাইছিলো— অতি কম সময়ৰ ভিতৰতে আকৌ ছপাব লগা হোৱা বাবে। পিচে, বহুতো কাৰণত কিতাপখনিৰ তৃতীয় সংস্কৰণ প্ৰকাশ কৰা হোৱা নাছিল।

 এতিয়া মোৰ সৰু ভনীটি শ্ৰীমতী জীৱন মাধুৰীয়ে নিজে প্ৰকাশ কৰিবলৈ লোৱাত আৰু মোৰ সৰু-মাজু ভনীটি শ্ৰীমতী সপোন মাধুৰীয়ে নানান অসুবিধাৰ মাজতো ভিতৰৰ ছবিখিনি আঁকি দিয়াত তেওঁলোক দুয়োলৈ মোৰ আন্তৰিক শলাগ জনালোঁ।

মাণিকি মধুৰি বৰদলৈ (নেওগ)
গণেশগুৰি: গুৱাহাটী

[ সূচী ]
 

সূচী

 
পৃষ্ঠা
বিলাতী-পিঠা
নমুলী
নিজে খোজকঢ়া জোতা
চাহপানী-খোৱা বাঘ ১১
জন্মতিথি ১৫
এধানমান কুজাটি ১৮
এদিনীয়া ৰাজা ২৪
“মহাৰাজ, মইহে আগতে মৰিছিলো” ৩১
ভোদাৰাম ভাগ ৩৬
জোলাৰ লৰা ৩৯
শিয়াল বন্ধু ৪৩
 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।