সমললৈ যাওক

পৃষ্ঠা আলোচনা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/২৩

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা
Latest comment: ৮ মাহ পূৰ্বে by 2401:4900:12CB:9B75:D4C2:E5FF:FEF1:D5D9 in topic পৰম পুৰুষ কোন ?

পৰম পুৰুষ কোন ?[সম্পাদনা কৰক]

পৰম পুৰুষ অৰ্থাৎ যি আদি সনাতন,চাৰিও যুগৰ আৰম্ভণিৰ পূৰ্বে অৰ্থাৎ সময়ৰ আৰম্ভণিৰ পূৰ্বে যিজন আছিল তেঁৱেই পৰম পুৰুষ। শ্ৰীকৃষ্ণ অৰ্থাৎ যিজন দ্বাপৰত শ্ৰীবিষ্ণুৰ অৱতাৰ ৰূপে আহিছিল তেওঁ পৰম পুৰুষ নহয় কাৰণ শ্ৰীবিষ্ণু স্বয়ং পৰম পুৰুষ নহয় যিহেতু তেওঁৰ স্থিতি সত্য যুগৰ পৰাহে আছে। গতিকে সেই পৰম পুৰুষ জন হৈছে কবীৰ যাৰ নাম চাৰি বেদ, কোৰান, বাইবেল, গুৰু গ্ৰন্থ সাহিবত "সৃষ্টিৰ স্ৰষ্টা" ৰূপে বৰ্ণিত আছে। 2401:4900:12CB:9B75:D4C2:E5FF:FEF1:D5D9 ১৪:৪২, ৩০ অক্টোবৰ ২০২৩ (IST)উত্তৰ দিয়ক