পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bissextile [ 66 ) -en V. To put Bissextile ( atatu) adj. having in- tercalary day; a leap-year ole fratel অধিবর্ষ। Bison ( বাইচন্) n. a wild bull মেঠোন গৰু। Bit ( বিটু) n. a small piece এটুকুৰা, অকণমান অলপ, এভােখ ; the part of the bridle which remains inside the mouth of a horse ঘোৰাৰ লেগামৰ মুখ ডােখৰ। Bit by bit =in small piece অকণ অকণকৈ, মে, অলপ QUI To take the bit in his teeth= to be beyond restraint থমাব নােৱাৰা, ঘেৰাটো ৰাখিব বা চম্ভালিব নােৱাৰা হ। the bit in the mouth=to restrain 491, ata, চল। Bitch ( বিচ্চ) n. (fem.) মাইকী কুকুৰ বা শিয়াল। অসতী তিতা। Bite (73) v. t. to seize with the teeth কামােৰ, দংশন কৰ; to pain যিখা; to cheat প্ৰতাৰণা কৰ, চল; to nibble খুটিওৱা (যেনে মায়ে)। -1. a wound caused by the teeth জংশন, কামােৰ, খোট; a mouthful এমােকোৰা। To bite the dust=to dic 17 I To bite the thumb=তােচ নকৰা ভাব দেখুৱা, উভতি ধৰ; (pa. t. bit, pa. p. bit or bitten ). Bitter (falta) adj. having acrid taste তিতা; painful দুঃখজনক চোকা। —n. তিতা বস্তু ; (pt.) এবিধ তিতা মদ। -ness n. fout মানুহ, আগগুৰি নেহােৱাকৈ মিছাই বকি ফুৰা মানুহ। Black (7) adj. of the darkest colour কলা, কলীয়া, ক'লাবৰণীয়া, কৃষ্ণ বর্ণ। —n. কলা- পােক, শােক প্রকাশৰ চিন। 1. to make black 01 +41 -ish adj. slightly black কলাচানেকীয়া, ঈষৎ Black- beetle: cockroach গুবৰুৱা পােক ; পইতাচোৰা। Black board স্কুলত ব্যৱহাৰ কৰা ক'লা বাের্ড। Black boding অমঙ্গলীয়া, অমঙ্গলসূচক। Black-browed = sullen (91174174-331, 9-301 Black chalk ক'লা ৰঙ্গৰ চক্ মাটি । Black- faced =gloomy দুখত মলিন মুখ হৈ থকা নিৰানন্দ, দুখময়। Black Fever কলাৰ। Black-guard (প্লে-গার্ড) =a vile fellow বদমাচ, অসভ্য, নিধক মানুহ। Black list==list of defaulters বঁকীদাৰৰ লিষ্টি, ধৰুৱাৰ তালিকা ; বেয়া মানুহৰ লিষ্টি। Black sheep কুলাঙ্গাৰ দলৰ মাজত বনামী মানুহ, চেকা থকা লােক। Black smith=one who works in iron at i Black-book=a book for recording punishment বদমাচি বহী, দোষ বা দণ্ডৰ হিচাব ৰখা বী। In black and white=in writing লিখিত, শুদা এগা আৰু কলাৰে অঙ্কিত। To be in one's black books ---কাৰাে অসন্তোষ-ভাজন হােৱা। Black-art=magic ইন্দ্রজাল বিদ্যা, বাঙ্গী- কৰণ, টাটক। Blackmail (রে’মেল) . money extroted by robbers, hush-money cottfu **, অন্যায়কৈ আদায় কৰা কৰ। v. t. অন্যায়ৰূপে ভয় দেখুৱাই কর আদায় কৰ। Bladder ( ব্লেডাৰ ) Vessel containing air or liquid in the body মূত্ৰাধাৰ, মূত্রস্থলী ; মাহৰ ঢৌ। Blade (690) . the leaf or flat part of grass বাহৰ বা শস্যৰ পাত ; the cutting part of an instrument ধাৰ, চোক থকা ফাল; the flat part of an oar বঠাৰ চেপেটা ফাল; খুৰ। Blade-bue=কান্দৰ হাড়। Blame (C) n. imputation of a fault, censure দয়, গৰ, দোষ, নিন্দা। —0. t. to find fault with, to censure , «7, 1 n. a Bitumen ( বিটুমে’) ৫. এবিধ খনিজ বস্তু। Bivouac (f9-409) n. encamping of soldiers at night in the open air যুদ্ধৰ সময়ত মুকলি ঠাইত ৰাতি খপা ; তেনেকৈ মুকলি ঠাইত থকা অৱস্থা। —v. i. পহৰা দি ৰাতি খপ। Bi-weekly (বাই-উইকলী) occurring or appear- ing twice a week or once in two week সপ্তাহত দুবাৰকৈ হােৱা ৰা ওলােৱা ; দুসপ্তাহত এবাৰকৈ ওলােৱা । Bizarre ( বিজাৰ) adj. queer, eccentric অদ্ভুত, খামখেয়ালী; যাৰ সাজ-পাৰ চুলি আদিৰ অদ্ভুত বিন্যাস তেনে মানুহ। Blab (67) v. i. to talk nonsense coat, 49911 -ber 11. a talker লেবেলীয়া