পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Beneficence (60) Beseech Benumb (fata) v. t. to paralyse, to stupefy সাৰ নােহোৱা কৰ, অচেতন কৰ, ধৰ কৰ, সেঙ্গটা লাগ। Benzoin (বেজইন্} . এবিধ সুগন্ধ গছৰ আঠা, ধুনা। Bequeath (fagse") v. t. to transmit property by will উইল কৰি দে। --al, —ment n. উইল কৰি দিয়া সম্পত্তি। Bequest (বিকোৱেষ্ট। . legacy উইলক্রমে দিয়া 11. or Beneficence (Ca'faffty") n. kindness #91; charity atal --cent adj. kind, charitable দয়ালু, দানী, দানশীল ; useful হিতকৰ । Beneficial (Ca'fa faforat) adj. useful, advan- tageous হিতকৰ, উপকাৰী, মঙ্গলজনক। ficiary n. গছনীয়াৰ হাতত থকা আনৰ বিষয় সম্পত্তি ভােগ কৰা মানুহ । Benefit (বেনিফিট) 1. advantage #714; profit 19; a favour অনুগ্রহ ; হিত ; a charity performance কাকে সহায় কৰিবৰ অর্থে কৰা থিয়েটাৰ ভাওনা)। - . I. to do good to উপকাৰ কর। ---. i, লাভ ই, যেনে You will not benefit from it. ইয়াৰপৰা তোলাৰ উপকাৰ বা লাভ নহয়। Benevolence (বেনিভলে’ঞ্চ) generosity, disposition to do good পৰহিতৈষিতা, পৰোপ- Fifa 01, Fato: ---Volent adj. charitable: দানশীল, পৰােপকা, হিতৈষী, মৰমিয়াল । -lently adv. Benighted (faalito's) adj. overtaken by night ৰাত্ৰিগ্রও, ৰাতিপৰিয়া ignorant জ্ঞানৰ পােহৰ নােপােৱ', আন্ধাৰ অৱস্থাত থকা।~-night L'. I. to involve in darkness (9134 ca02171 কৰ, আন্ধাৰেৰে ঢাকি ধৰ; to disappoint নিৰাশ কৰ। Benign (বেনাই ) adj. gracious, kindly দয়ালু, মৰমিয়াল ; salubrious 1974627, স্বাস্থ্যকৰ ; propitious 593 প্রসন্ন। {07. Malign ) --nignant (Ca'faicael ) adj. kind, beneficial দয়ালু, উপকাৰী, projitious সুপ্রসন্ন । -ity (ca'fagfal ) 1. kindness 43169; salulprity শুভ অৱস্থা, ভাল অবস্থা । --ly adz. Benison (cafaca) 1. blessing of God ay 19, কৃপা। Bent (6706") pa. l. & pro. p. of bend". curved form ভাজ, কেঁকুৰি ; tendency, natural inclination গতি, স্বাভাবিক গতি, গল । He was bent upon doing this Co এইটো কৰিবলৈ ঢাল লৈছিল, তেওঁ এনেটো কৰিব খুজিছিল । Bent wood chair: লেকেট। বেঁকা কাঠেৰে কৰা নাচিয়া, বেঁকা কাঠৰ চকী। Bent- grass == দুবাৰ-বন। 11 straw- Bercave (fa) v. 1. to deprive a person of anything (pa. t. & pa. p. Bereft) বঞ্চিত কৰ, লগৰপৰা কাঢ়ি নে। —reaved adj. rolled by death of some dear and near মৰণৰ শােকত শােকাতুৰ, শোকগ্রস্ত। —ment (f7419 zat) 1. the state of being robbed by death of a friend or relative a racate, শােকৰ অৱস্থা, বেড়াৰ । Berg (বার্গ, } . a floating mountain nlass (of ice হিমশিলা বা হিমগিৰি। বৰফৰ পাহাৰ। Beriberi (বে'ৰিবেৰি ) , a name of disease জ্বৰ শোথ। Berry (17'fa) any kind of succulent fruit সকলাে বিধৰ ৰসাল গুটি যেনে, gooseberry, blackberry, barberry, bilberry, berry, raspberry, mulberry gfa ea eft, ডেটুলিপকা গুটি, জামু ইত্যাদি। Berth (at) 1. (naut.) anchorage #1916 494 291 $13 ; sleeping place in a ship's (1lvin জাহাজৰ কেবিনৰ ভিতৰৰ শয্যা বা শােৱা $18; an oflicial situation or cmployment কাম, চাকৰি। To give a wide berth to = আঁতৰ হৈ থাক । Beryl ( বেলি ) n. a precious stone এবিধ বহু মূলীয়া পাথৰ, পান্না, ফিৰােজা। Beryllium (67fafa717) n. a metal harder than stccl used for manufacture of air- craft and other apparatus istutacat টান এবিধ ধাতু। Beseech ( 786 55.) v. t. to entreat, to implore