পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Beet [57] Behind বটলৰ ভিতৰত থকা মদৰ ওপৰত পৰা পাতল সৰ বা চামনি। Beet ( বীট ) n. a kind of vegetable 97793 শাকৰ পাতৰ দৰে পাতেৰে এবিধ আলু থকা শাক, বীট-মুলা, ইয়াৰ আলুৰে চেনি তৈয়াৰ হয়। Beetle 2167) n. a four-winged insect 0744 বা জিলী পােক । ---head, --brain fackte, crati -browed adj. having prominent brows ও কপাল বা চেলাউৰি থকা, উঠঙ্গা- কপলীয়া; scowly গােগােৰাৱা। Black beetle ==বৰুৱা । Befall (1) v. 1. 10 happen to 9811 --". i. to come to pass হ, ঘট । Befit (fafc) v. t. to be suitable to 1996 কৰ, উচিত হ, শোডা । -ting adj. tingly adu. Befitting one's position=631 47718 মােগ্য হোৱা, ভাল দেখা। Befool (বিফুল) ৫. ৫. to deceive প্ৰতাৰণা কৰ, Before (faixa) prep. adr., conj. in front of (time or place or person) আগেয়ে, পূৰ্ব্বে, আগত। --hand আগেয়ে। -long শীঘ্ৰে ; অনতি- পলমে। Befriend (facio) v. t. to favour waar **, বন্ধুভাবে সহায় কৰ। Beg (car) v. i. (of, from, for) lo solicit, to pray, to ask for খােজ, প্রার্থনা কৰ, মাগ, 10 take for granted without proof as in begging the question তর্কশাস্ত্ৰৰ কোনাে কথা বিনা প্রমাণে হয় বুলি ধৰ। To beg leave=বিদায় খােজা। To beg off-*11 মাগ। a begging = কোনো কামৰ নিমিত্তে বা বস্তু বেচিবলৈ মানুহ বিচাৰ। Beg your pardon! আপুনি কি কলে ? ( কোনাে এটা কথা ঘূৰাই নিবৰ হলে এই কথা কেইষাৰ কব লাগে)। –gar (বে’গাৰ) n. one who begs গগনীয়া, ভিক্ষুক। garly adj. poor দৰীদ্র, দুখীয়া ; mean নীচ। gary a. extreme poverty of zoti Beggars must not be choosers =মগনিয়াৰ বাছ-বিচাৰ কিহব! Beggar- my-neighbour simple card-game played by two persons. 8 Begef (বে’গেটু ) v. t. to produce জন্ম, ওপজা। Love begets love =মৰম দিলে মৰম পায়, মৰমে মৰমক দিয়ে। —ter পিতা, জন্মদাতা। Begin ( বি’গন্) v. t. (al, with, upon ) to commencc আৰম্ভ কৰ, চুৰু কৰ। —v. i, আৰম্ভণ হ, চুৰু হ, প্রবৃত্ত হ। To begin life=সংসাৰত প্রবেশ কৰ। To begin with=আদিতে কবলৈ গলে। —ning আৰম্ভণ, আদি, মূল, গুৰি। The beginning of the end =সর্বনাশৰ সূত্রপাত। -inner = novice = f***, 670 ; originator আৰম্ভণকাৰী । Begird (f75915:) v. t. to surround cafą 42, বেষ্টন কৰ, কমৰ বান্ধ। Begone ( বিগন্) inder, get away! দূৰ হ, গুচ। Woe-begone (*11*1941 Begrime ( বি গ্রাইম ) ৫. 1. 10 soil deeply for মলিয়ন কৰ। Begrudge (2246) . t. to envy f&:34 **, খিয়াল কৰ। Beguile ( বিগাই ) . t, to deceive ছলনা কৰ, প্ৰতাৰণা কৰ, ফুচুলা। To beguile the time= সময় কটা, ধেমালি কৰি কাল নিয়া। Behalf ( বিহফ) n. favour, sake পক্ষ, তৰফ। On (or } in behalf of=সপক্ষে, তৰফে, বাবে, হকে, হৈ। On his behalf=তাৰপক্ষে, তাৰফালে, , তাৰবাবে, তাৰ হৈ। Behave (fars) 1. 1. or u. i. to bear, to conduct, to act আচৰণ কৰ ব্যৱহাৰ কৰ,

  1. 141*2 caca, He does not behave himself

well with me==তেওঁ মােৰে সৈতে ভাল ব্যৱহাৰ নকৰে। -viour (ভিয়ৰ ) 11. conduct, Imanners আচৰণ, ব্যৱহাৰ চালচলন, ৰেহৰুপ। Well-behaved=OVI Ill-behaved=0 চহা। Behead (fars's) v. t. to cut off the head শিৰচ্ছেদ কৰ, মূৰ কাটি পেল। Behest ( faci's ) n. command opticament ; charge কোনাে কাৰ্য্যৰ ভাৰ। Behind (fast) prep. at the back of 4775 পাচে, সিফালে, পাচফালে ; coming after 1675 ; back-ward otoca ; inferior faget To go 1.=a