পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bastion [52] Battle wax Bastion (বেষ্টিয়) n. a kind of tower at a fortification বুৰুজ, দুৰ্গৰ কাষত কৰা ওখ ঘৰ বা Bat (বেট্‌} . বাদুলি চৰাই ; বল খেলা পাট। --fowling n. catching birds at night atfu চৰাই ধৰা। Bats-man=পাট লৈ বল-খেলুৱৈ। —0. t. to play with a bat বল খেল। Batch (1205) n. the quantity of bread baked at a time একেবাৰেই তৈয়াৰ কৰা ৰুটিসমূহ ; a set একে সময়তে বা একে জাউৰিতে কৰা বা হােৱা বস্তু, চাম। —by batch এদল এদলকৈ, এজাক এজাককৈ, চামে চামে, এখৰোৱা এখৰােৱাকৈ। Bath (বাথ) n. iminersion in water স্নান, 117410) ; water for plunging the body in- to ধােৱা পানী a house or place for bathing stratat ma1151 Vapour-bath= ভাপ লােৱা কাৰ্য। Foot-bath=বেমাৰত তপত পানীত ভৰি জুবুৰিয়াই ভাপ লােৱা। Blood-bath

massacre oli! Order of the Bath

ইংলণ্ড দেশৰ এটা ডাঙৰ উপাধি (ই তিনি প্ৰকাৰৰ, (979-G. C. B.; K. C. B. 1* C. B.). Batb-room=10&171 77; চাহাবৰ ভিতৰুৱা 917&tati Beth-bun=afax fordi i Bath-chair =তিনিটা চক লগাই থােৱা এবিধ মাচিয়া বা চকী। Bathe ('626 ) v. t. wash in a bath 991, স্নান কৰা, গা তিয়া, তিতা। -0. i. to take a bath গা ধাে। -er n. স্নান কৰোতা। Bathetic (catellite) adj. trite, characterized by bathos faafu

গহীন-গম্ভীৰ ভাবৰ পৰা ক্ৰমে বৰ নিকৃষ্ট ধৰনৰ ভাবলৈ নামি অহা বাক্য সম্পর্কীয় । Bathometer (calefatta ) n. an instrument for measuring the depth সাগৰ অথবা নদীৰ গভীৰত জুখিবৰ বাবে ব্যৱহাৰ কৰা এবিধ যন্ত্র। ৰূপান্তৰত : Bathymeter. Bathos (‘বেথচ,) n. (in Rhetoric) anticlimax উচ্চ ভাবৰপৰা সাধাৰণ কথালৈ নামি অহা নিকষ । Bathorse (6446 ) n. a pack-horse (10) **- চাৰীৰ বােজাই কাঢ়িওৱা ঘোঁৰা। Batik (atica ) n. method of colouring fabrics in marbled designs, in which the parts not to be dyed are protected by a মাৰ্বলৰ বস্তুৰ ওপৰত ৰহণ লগােৱাৰ এবিধ প্রণালী, যি প্ৰণালীত ৰহণ নলগােৱা অঞ্চলটো গম-আঠাৰে ঢাকি ৰখা হয়। Baton (বেট) ৫. a staff, especially of police- man পুলিচৰ হাতত লৈ ফুৰা ৰুলমাৰি বা টোকোন। Batta ( 21) n. an allowance to officers in the army ভট্টা; খােৰাকি । ৰূপান্তৰত : Batmoney. Battallon (বেট্টেলিয়ন) n. a division of an army consisting of several companies ৫০০ৰ পৰা ৮০০ লৈকে সেনৰ একোটা দল । Batten (1) u. i. to grow fat we fatida ; a strip of wood for fastening কাঠৰ বাটাম। Batter ( 263 ) n. to beat often and often with blows ata atoa yaoy; to wear with beating খুন্দিয়াই কিলাই কয় নিয়া। কণী, ময়দা আৰু গাখীৰ মিহলাই পিঠাৰদৰে কৰাটো। -ing charge বৰতােপৰ এজই খাৰ। ingram পকা কোঠ বা গড় ভঙা এবিধ যন্ত্র । Bettery (Ca) n. a number of cannon with equipment সাজ সজুলিৰে পৰিপূৰ্ণ বৰ তাপ বা বৰহিলৈবিলাক ; the and horses attending one battery যুদ্ধৰ বৰহিলৈ চলােৱা দলৰ লগত থােৱা সেনাবিলাক; the place on which the cannon are mounted যি ঠাইত বহিলৈ-বিলাক সজাই পাতি থােৱা হয়; (Law term) unlawful beating বে-আইনী ৰূপে প্ৰহাৰ কৰাটো; an instrument for generat- ing electricity বিদ্যুৎশক্তি উৎপাদন কৰা য, বিজুলীবাহী যন্ত্র। Battle (বেল) n. a fight, a combat যুদ্ধ, যু। army যুগ্ধত চিপাহী সজোৱা। -axe আগৰ দিনত যুদ্ধত ব্যৱহাৰ কৰা কুঠাৰ। -field যুদ্ধক্ষেত্র। ship যুগ্ধ orie Line of battle=যুদ্ধত শাৰী শাৰী হৈ থকা সেনাবিলাক। To join, do or give battle=to fight " কৰ। To give the battle=জিকাই সে। Pitched battle==দুয়াে পক্ষ মুখামুখি হৈ কোনাে নির্দিষ্ট ঠাইত যুদ্ধ করা। Drawn battle==কোনাে পক্ষ 877 fou catata v. i. ( against or with) to contend in fight #1 men