পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Attrition [ 41 ] Ausculate Attrition (EE) n. act of wearing out by friction বহি-পিহি কয় নিওৱাটো, ক্ৰমে ক্ষয় Attune (এটুটিউন) v. t. to put in tune সুৰ মিলা, Auburn (9,716) adj. reddish brown 171- মুগাবৰণীয়া। Aureate সোণালি ; উজ্জ্বল। Auction (অ,কন্) n. a public sale to the highest bidder fantai--v. t. to sell by auction নিলামত বিক্রি কৰ। -eer n. যি নিলাম কৰে। Audacious (7,65476) adj. daring, bold Forum সাহসী, মৰসাহিল, অকেঁচা, কেঁচশাল। --city, -ness n. daring spirit দুঃসাহস, মৰ সংহ, চোটঘাত। —ly adj. Audible (অ,ডিবল) adj. to be heard শুনিব পৰা, কাণত পৰা। —bly adv. শুনাকৈ, কাণত পৰাকৈ। Audience (7,5783") n. the act of hearing 279 ; judicial hcaring wafa ; a ceremonial interview ডাঙ্গৰ মানুহৰ লগত সাক্ষাৎ, যেনে They had the audience of the king=C08. লােকে জাৰে সৈতে সাক্ষাৎ কৰিছিল ; an assembly of hearers (1019291 To give audience to =সাক্ষাৎ কৰিবলৈ দে । Audit (166: ) n. an examination of accounts under authority হিচাব পৰিদর্শন। —0. t. হিচব পৰিদৰ্শন কৰ বা মােকাবিলা কৰ। For a. হিচাব পৰিদর্শক, বিষয়। Audition ( অ-দিশ্বন) শুনাজ্ঞান ; শুনােতে কেনে লাগে ; শুন। পৰীক্ষা । Auditor-General লেখা পৰীক্ষা নিয়ন্ত্রক ; মহালেখ। পৰীক। Audiometer ( অডিয়’মিটাৰ) n. শ্রবণশক্তি জুখিবৰ বাবে ব্যৱহাৰ কৰা এবিধ যন্ত্র। Augean (অগি এন্) adj. filthy গেলেপা, মলপূর্ণ ; dificult 9751 To cleanse the augean sta- bles=বহু দিনৰ সঞ্চিত পাপ আৰু দুর্নীতি গুচোৱা ; দুৰূহ কাম কৰ। Auger (অ,গাৰ) , boring instrument ভোঁহৰ ; বিন্ধন। Aught (অ,ট,) n. anything যেই সেই, কোনো, কিবা। Augment ( অগমেন্ট) v. t. to increase বৃদ্ধি কৰ, বেচি কৰ। —v. i. to grow larger বেচি হ, বৃদ্ধি হ। —mentation n. increase বৃদ্ধি, বেচি। Augur ( অ,শাৰ) n. a diviner মঙ্গলতি, সৰ- জান। —v, t. to foretell কোনো চৰাই আদিৰ মাতৰপৰা ভবিষ্যৎ শুভাশুভ ক। —v. i. to guess ভবিষ্যৎ ঘটনা ভাব। To augur ill or well= বেয়া বা ভাল দশলৈ সুচনা কৰ।–y n. শুভাশুভৰ চিন বা লক্ষণ, মঙ্গলতি-বিদ্যা। August (অ,গষ্ট) n. ইংৰাজী বছৰৰ অষ্টম মাহ। (অসমীয়াত শাওনৰ শেহপষ আৰু ভাদৰ আগপষ)। August ( অগাষ্ট) adj. venerable সম্মানী। majestic মহিমার্ণব, প্রতাপান্বিত। Aunt ( আন্ট) n. a father's or a mother's sister, or the wife of one's uncle yet; পেহী; খুৰী; জেঠাই। Aureola, Aureole (fata) n. a circle of radiating light, as in eclipses মল, 'Caufey 5; celestial crown supposed to be granted to the saints, martyrs and doctors সাধু সন্যাসী, ডাক্তৰ, শ্বহীদ আদিৰ মূৰৰ পচফালে থকা দিব্যজ্যোতিৰ বেৰ। Auricle (fa) n. the external ear $197 বাহিৰভাগ ; (p.) কলিজাৰ ওপৰৰ কোঠ। দুটা। - cular adj. pertaining to the ear *19- সম্বন্ধীয়, শুনা। Auriferous (0,farvate) adj. producing gold সােণথকা, সোণজন্ম।। Auriform (fará) adj. ear-shaped $192 আকৃতি। Aurora (atzi) n. the Goddess of dawn উষাদেবী ; the dawn অৰুণ। Aurora Borealis ( অৰােৰ-বৰিয়লিচ) the meteoric light seen in latitudes উত্তৰ-মেৰুৰ ফালে ওলােৱা জ্যোতিৰ্ম্মশুল। Aurora Austrealis ( অষ্টিয়েলিচ) দক্ষিণ-মেৰুৰ ফালে ওলােৱা তেনেকুৱা মণ্ডল। Aurum ( অম) সােণৰ ৰাসায়নিক নাম। Ausculate (oftcmb.) v. t. art of sounding or listening the noises made by heart, lungs and other internal organs কলিঙ্গা, ধমনী প্রভৃতি ভিতৰফালৰ অঙ্গ সমূহৰ শব্দ নি ৰােগ নির্ণয় কৰ। —lon n. সেই ধৰণেৰে ৰােগৰ নিৰ্ণয়ন। ory adj. সেই সম্পর্কীয়। 1