পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Asphyxia [ 37 ] Assiduity 1 V. 11. n. Asphyxia (এচফিকুচিয়া) n. নাড়ী বন্ধ হােৱা। Aspirant ( এচ পাইৰেণ্ট) n. (after, for) one who aspires আশকাৰী; candidate পদ প্রার্থী Aspirate (এচপি'ৰেট ) t. to pronounce with full breath বৰকৈ উশাহ এৰি উচ্চাৰণ কৰ, (যেনে হ, খ)। —n. (ব্যাকৰণত) কণ্ঠ্যবর্ণ। To drop one's aspirates=“হ” উচ্চাৰণ কৰিব নজনা, ভাল শিক্ষা নােপােৱা বা নীহ শ্ৰেণীৰ চিন। —ration n. তেনেকুৱ। উচ্চাৰণ। -rator কোনো পাত্ৰৰপৰা বতাহ টানি উলিওৱা যন্ত্র। -ratory adj. Aspire ( এচপায়াৰ) i. to desire eagerly (followed by to or after) দীঘল আশা কৰ। —ration n. an ardent wish 56 আশা, উচ্চাভিলাস। -ring adj. হেঁপেহুৱ।। -ingly ady. Aspirin (এচপিৰি) বাত আৰু নাড়ীৰ বিষ। গুচুৱা দৰব। Asquint ( 46.766.) adv. or adj. obliquely U. পৰখ কৰি চা (যেনে কোনো ধাতু )। -0. i. to attempt চেষ্টা কৰ। —n. ধাতুৰ পৰীক্ষা। Assay-master= সােণৰূপৰ পৰখ চোৱা বিষয়, ধাতু পৰীক্ষক। Assemble (এচ-চেম্ব) 0. 1. to collect, to gather গােটা, একত্ৰ কৰ; to congregate মানুহ চপা। — i. to meet together লগ খা, গােট afst-blage -'(7) n, a collection of persons or things মানুহ চপা, সমূহ। --bly a gathering of persons সভা, সমাজ, মজলি। Unlawful assembly=বে-আইনী জনতা। Assembly ব্যৱস্থাপক সভা। Assent (45776') v. i. (to) to concur with, to agree to as true সাঁচা বুলি স্বীকাৰ কৰ, সম্মত হ, ৰাজি হ। —n. an agrecing সম্মতি। Royal assent=আইন বিধানত ৰজাৰ অনুমতি, ৰজাৰ 'সম্মতি। Assert (1965516) 0, 1. to affirm **; to lay claim to anything স্বত্ব থকা বুলি দাবী 1 -- tion n. affirmation et ; claim at --tive adj. positive bk, forats i To assert one's self=. আত্মপ্রতিষ্ঠা কৰ ; বলেৰে কোনাে কথা ক। Assess (45-65°55) v. I. (upon ) to fix as a tax, to impose a tax upon টেক্স লগা, কৰ ধৰ্য কৰ; to estimate the value of a property সম্পত্তি মূল্য নিৰূপণ কৰ; মূল্যাণ। --able adj. --ment কৰ, খাজনা ধার্য ; নিৰ্দ্ধাৰণ। –or n. টেক্স ধার্য কৰোতা; কোনো মােকদ্দমা ম্যাজিষ্ট্রেটক আইনৰ পৰামৰ্শ দিত। Assets (16-2665;) n. (pl.) effects of a deceased or insolvent person po afeta যােত্রহীনৰ সম্পত্তি ; the entire property of a merchant or company কোনো ব্যৱসায়ীৰ বা কোম্পানীৰ মুঠ সম্পত্তি, জমা। Personal assets = বস্তু-বাহানি। ( sing.) item in a balance sheet f&$797 291; any useful possession or quality কোনাে আদৰৰ বস্তু। Assiduity ( এচ-চিউটি ) diligence -duous adj. diligent অত্যন্ত মনােযােগী। অধ্যবসায়ী। —duously adv, n. n. Ass (155) n. a quadruped of the horse family *; a stupid fellow ভেবা, মূখ। মানুহ। Asses' bridge=ইউক্লিডৰ ৫ম প্রতিজ্ঞাৰ উপলুঙ। নাম (অর্থাৎ গাধৰ সঁকো)। To mount the ass = দেউলিয়া হ। Assagai (এচাগাই ) ৪. অতি টান কাঠৰ মূৰত লােৰ পিং থকা এবিধ যাঠি অথবা তৰােৱাল। Assail ( এচ’-চল ) v. t. to attack আক্রমণ মাৰ।—able adj. অক্ৰমণীয়। —ant who assaults অাক্ৰমণকাৰী, মাৰোতা। Assassin ( এচ চেচিন। n. one who kills secretly লুকাই বধ কৰোতা, হত্যাকাৰী; গুপ্তঘাতক। Assassinate (এচচেচিনে ) to murder by secret assault মনে মনে লুকাই বধ বা হত্যা -ation n, হত্যা, 01 -nator হত্যাকাৰী। Assault (25:55,-6) n. a sudden attacks আক্রমণ, মাৰিবলৈ ধৰা, মাৰপিট, যুদ্ধ। —v.t. to attack upon মাৰপিট কৰ, মৰামৰি কৰ, মাৰিবলৈ ধৰ ; সতীত্ব নষ্ট করা। Assay (19676) v. t. to examine by trial onc n. 71.