পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৫০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Merciful ( 489 ) Me Mercifal (atform) adj. full of mercy nature pot Mercifully ado. with compassion পাকৰি, সদয় হৈ, দয়াপুৰ্ব্বক। Merciless adj. cruel, unfeeling fata, farsa, কাঠচিতীয়া, নিমৰমিয়াল। Mercurial (মার্কিউৰিয়েল), Mercuric (মার্কিউৰি) adj. containing mercury পাৰাদিয়া, পাৰাযুক্ত ; sprightly চঞ্চল, চটফটীয়া। Mercury ( মার্কিউৰী) quick-silver 21, সেন্দুৰ ; the planet nearest the sun বুধ a Mercy (মার্চি) n. clemency, forgiving disposition +41 ০ণ, কৃপা, দয়া। At the mercy of=in the power of ক্ষমতাধীনত, হাতত। Sisters of mercy=ৰােগী পৰিচৰ্য্যা কৰা ধৰ্ম সম্প্রদায়ৰ মহিলা সকল। Mercy-seat n. the throne of God দেৱ সিংহাসন। Mere (fan) adj. pure, unmixed, alonc অকল, কেরল, মাত্র । Merely adj. only, simply কেৱল, অকলৈ তাৰে, মাত্র। -n, a boundary সীমা। Merestone=সীমাৰ শিল । Meretricious (মেৰি-ত্রিশচ) adj. pertaining to harlots, deceitful, befitting a harlot বেশ্যা যােগ্য, বেশ্যাৰ নিচিনা, কপটী, মন ভুলুৱা চকী। Meretrix (মেৰিত্ৰিক্‌চ ) a. harlot বেশ্যা, নটিনী। Merge ( 6 ) 0. l. to plunge in, to sink part দৈ, বৰা, ডুধুৱা। . . to be swallowed লীন হ, ভুব খা, লয় হ। Meridian (মেৰিডিয়েন্) . an imaginary linc drawn from pole to pole ভূগােলৰ মতে কাল্পনিক মধ্যবেষ্টন ৰেখা; midday মধ্যাহ্ন, দুপৰ বেলা ; the highest point চৰম সীমা, অতিশয় পক্রম বা গৌৰবৰ কাল। -adj. pertaining to inidday দুপৰ সম্বন্ধীয়, চৰম সীমাৰ । Meridian sun =-ঠিক মূৰৰ ওপৰ হােৱা সূৰ্য্য Meridional adj. southern দক্ষিণদিক, দক্ষিণ ফালৰ । Merino (cafa') n. a kind of sheep having very fine wool এজাতি ভেড়া ছাগলী ; a thin cloth made of wool এবিধ নােমৰ কাপোেৰ, মেৰুণা কাৰে। Merit (মেৰিটু) ft. worth, excellence 84, 199101 | --v. t. to carn, to deserve a হ, যােগ্য হৈ পাব পৰা। Merits of a CASE - cats that came 991 Order of merit =place assigned in a list according to merit গুণানুসাৰে অগাপিচা। Meritorious adj. possessing merit, deserving honour or reward গুণী, গুণবান, মােগ্যবান, প্রশংসনীয়। Mermaid ( মাৰ-মেইড) n. a fabulous sea woman ডােখৰ মাহৰ আকৃতিৰে সাগৰীয় কন্যা, জলকুৱৰী। Merlin n. a species of hawk এজাতি সৰু চৰাই। Merriment (ca'fact) n. gaiety with noise খিকিশালী, উল্লাস, আনন্দ ; mirth. Merry (মেৰি ) . gay, cheerful, sportive থেমেলিয়া, ৰঙিয়াল, উল্লাসিত । Merry-making =a festival উৎসৱ, ৰংধেমালি । Merry-thought =চৰাইৰ বুকুৰ কেপেয়া হাড়। Meseems (ff676 ) v. ( impers.) it seems to me বােধ কৰাে । Mesentery ( 69766121 ) . a membrane behind the intestine ভুৰু লাগি থকা হাল। Mesh (মে'শ ) n. the opening between the threads of a net জালৰ পাহিৰ ফুটা, খাদি। —v.t. to catch in a nct জালৰ পাহিত লগা, জাৰত পেলা। Mesh-work n. network জালৰ দৰে ফুটা কৰা কাম, জালী-কটা কাম। Mesmerise ( মে মাৰ-আইজ) v. t. to control the action and thoughts of another by exercising influence over the will বিমােহিত কৰ, অৱশ কৰ, মােহনী-বাণ মাৰ। Mesmerism a. মােহনী-বাণ মৰা বিদা, বশী- কৰণ। Mesne { মিন্) adj. intermediate মধ্যৱতী, মাজৰ । Mesne profits = কোনাে বস্তুৰ বিষয়ে মােকদ্দমা হোৱাৰ পৰা দখল লােৱা সময়ৰ ভিতৰত তাৰপৰ যি উৎপন্ন হয়। Mesne lord এজনৰ পৰা কেৰেয়া লৈ আন এজনক তৃতীয়া ৰায়ত স্বৰূপে লগােৱা মাটিৰ গৰাকী । an 1 62