পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৪৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Magnetism (471) Mainland north= কম্পাচৰ শলাই দেখুৱা উত্তৰ দিক বা দিশ। Magnetic mine =জাহাজ ডুবাবলৈ সাগৰত পতা চুম্বক লগােৱা বৰতােপ, চুম্বক লগােৱা খাৰ ঘৰা। Magnetism (মেগনেটু-ইজম } n. attractive power of the magnet আকর্ষণ শক্তি, চুম্বক, পাথৰৰ গুণ বা ধর্ম । Magnetise (cacaotter) v. t. or v. i. to im- part the properties of the magnet poeta পৰিবৰ্তন কৰ; the attract like a magnet চুম্বক পাথৰে লে আকৰ্ষণ কৰাদি কৰ। Magnificent (মেগ-নিফ-ই-চেন্ট) adj. grand, pom- pous প্রকাণ্ড, ঐশ্বৰ্যশালী, অতিশােভাযুক্ত। Magnificence (cafafu15*) n. grandeur #14- জমক, প্রভাব, মহিমা, গৌৰব । Magnifer (মেগনি-ফাই-আৰ) n. one who or that which enlarges যি ডাঙৰ কৰি তোেল, বা যাৰ দ্বাৰাই ডাঙৰ কৰা হয়, (যেনে সৰু চিত্র ); one who extols টাটক, চাহাকাৰী। Magnify (carefa-vit ) v. i. to enlarge, to cause to appear greater than the actual size ভাঙৰ কৰ, সৰু বস্তুক ডাঙৰকৈ দেখুৱা; to praise highly rey **1 Magnify one's self= নিজে নিজেক বৰ ডাঙৰ বুলি অহঙ্কাৰ কৰ। Mag nifying glass=সৰ বস্তুক ডাঙৰ দেখুৱা দাপােন। Magniloquent (cafe-0-67169) adj. bombas- tic শাড়ম্বযুক্ত, বৰ ডাঙৰ ডাঙৰ শব্দেৰে কোৱা। Magnitude ( 699f-tu ) n. greatness, size, bulk বৃহত্ব, গুরুত্ব, আকাৰ, আয়তন । Magpic (CVT-15) n. a chattering bird allied to the crow with coloured feathers 1661 চৰাই । Mahogany (carcerfa ) n. cabinet wood of tro- pical America মেহগনি কাঠ। Mahomedan, Mohammedan, (C48790) adj. pertaining to Mohammed মহম্মদীয় বর্ষ বা মহম্মদ সম্বন্ধীয়, মুছলমান। Mohammedanism n. মুহলমান ধর্ম। Mahout (মে হুট ) an elephant driver মাউত । Maid (DE) n. a virgin patit cetatot; a female servant দাসী, লিগিৰী, চাকৰণী। Maid of honour=ৰজাঘৰীয়া লিগিৰী। Maiden (ca'to) n. a maid parati -adj. pertaining to a vergin অকালন ছােৱালী বিষয়ক ; fresh, pure, new, first নতুন, ন, অকলঙ্কিত , প্রথম। Maiden-widowed =কুমাৰী কালতে ৰাৰী হোৱা। Maiden-battle = /47 71 Maiden- fortress =আগেয়ে কেতিয়াও আক্রমণ নকৰা po i Maiden name=the name of a married woman before her marriage কুমাৰী কালৰ att Maiden speech=the first public speech made by a person ৰাজহুৱা সভাত দিয়া কোনাে লােক প্রথম বক্তৃতা। Maiden stakes=ঘোৰা দৌৰত নতুন ঘোৰাৰ বাবে ৰখা বাজিৰ ধন । Maiden-hood n. virginity #74, patat TII Maidenly adj. like a maid, modest লাজুকী, নম্র। Maieutic (catritz ) n. helping birth especi- ally of thoughts প্রধানকৈ ভাষৰ জন্ম-সহায়ক। s=চিন্তাশক্তি বা ভাবৰ উৎপাদনৰ অৰ্থে গ্রীক দার্শনিক চক্রেটিছে অনুসৰণ কৰা প্রশ্নমূলক পদ্ধতি। Mail (caba) n. a coat of steel, an armour বন্ম, জাখৰ। Mail (মেইল) . n. a bag for carrying letters ডাক অনানিয়া কৰা জোলােঙা বা থৈলা ; the carriage or the person conveying mail ডাকোৱাই বা ডাকগাড়ী; the contents of a mailbag ডাক, চিঠিপত্র। -0. t. to send by mail ডাকত পঠা। Mail-order firm =ডাকযােগে মাল বিক্ৰী কৰা দোকান। Maim (Ca't) v. t. 10 disable a limb, 10 bruise ঘাইল কৰ, জখম কৰ, পেঙৰা কৰ, অঙ্গহীন কৰ।—. a bruise, a lameness চোট, আঘাত, জখম, পেৰা অৱস্থা। Main (মেইন) adj. chief, principal প্রধান, মূল, মুখ্য, ঘাই ; strength, might বল ; the chief part মূল, গুৰি ; the ocean সাগৰ; a principal gas or water pipe in a street (975 1 Stat নিয়া প্রধান না। Mainly adv. chiefly প্রধানকৈ, আচলকৈ। Mainland (মে’-লেও) n. a continent মহাত্বীপ, I Mainmast 1. the chief mast'area Mainspring n. the principal con-