পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৪৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Lette-box [ 451 ] Lexicography আখৰ, বর্ণ, হৰফ; a written message চিঠি, পত্র ; literal meaning কথাৰ অৰ্থ। -(pt.) learning fawy, a wtai To the letter and spirit=ক্যৰ আচল অর্থ আৰু ভাব লৈ। Man of letters=scholar, author fuuta (17, এগা। Letter-box =ডাকঘৰৰ চিঠি দিয়া বাচ্চ, চিঠিৰ বাকচ। Letter-post=চিঠিৰ নিৰিখে খৰচ লােৱা ডাক। Lettered=marked with letters eye ; edu- cated বিদ্বান, শিক্ষিত। Letterless=illi- terate লেখা-পঢ়া নজন। Letter of advice= মাল পঠোৱা সম্বাদ চিঠি। Letter of attorney= মমতাৰনামা। Letter of credit-বতী চিঠি, ধন দিবলৈ অনুমতি দিয়া চিঠি। Letters patent =পেটেন্ট পত্র, চনদ, বিশেষ ক্ষমতা পত্র। Letter- writer=4nta fe facettel; a book contain- ing sample letters eife fota fruta; Letters of administration a written authority appo- inting an administrator of an intestate estate মৃতকৰ ত্যজ্য সম্পত্তি চলাবলৈ দিয়া ক্ষমতা Level up=ওপৰলৈ তুলি সমান কৰ। On the same level=একে ওখ পৰিমাণত, সমান ওখত্ত। Find one's level=আনেৰে সমান হ। Level-crossing-ৰেল আলিৰ সমানে সমানে লগা কোনাে বাৰ দোমােজা। Level-headed well balanced in temper and judgment স্থিৰ জুৰ, গহীন স্বভাব। Leveller n. an advocate of equality, a social reformer সকলো বাহ-বিচাৰ হাই একে কতাে। Levelling (Carsful ) n. the act of bringing to a level সমান কৰণ, ওখ চাপৰ নির্ণয় কৰণ। Levelling instrument=মাটিৰ ওখ চাপৰ নির্ণয় কৰা Lettuce ('t) n. a vegetable plant extery শাক বিশেষ। Leucoderma (লিউক-ডার্মে) n. white spots on the skin ধবল ৰােগ। Leucorrhæa (fatiafaca) n. the whites, abnor- mal mucous discharge of women forut মানুহৰ পুত্ৰ সাৰ বেমাৰ, তিতাৰ ধাতুচলা বেমাৰ, প্রযােগ। Levant (for-coot) n. the East garant; the Eastern coast of the Mediterranean ** সাগৰৰ পূৰ্ব উপকুল। --adj. Eastern পূবদেশীয়। v. i. to decamp পলায়ন কর। Levee (carfs ) n an assembly received by a sovereign or a great personage দৰবাৰ। Level (act'at) adj. even, smooth, plain সমান, ওখচাপৰ নােহােৱা। . . to make flat, to make equal সমান কৰ, ওখ চাপৰ মাৰি সমান। কৰ। —n. even surface সমভূমি ; usual ele- vation 001; .state of being equal 2011 Level down=-তললৈ বহুৱাই সমান কৰ। Lever (forut) n. a bar turning on a prop used for raising weight কোনো গধুৰ বস্তু ভােলা ঢেকী, তলত ভেজাদিয়া সঠিয়া মাৰি। Lever-watch-চকৰি ঘূৰাবৰ নিমিতে চাবকটা চেকী লগােৱা জেপঘড়ী। Leveret ( লিভাৰ-এট) n. a young hare শহা পৰ বছেৰেকীয়া পােৱালি। Leviable (farfurua) adj. that may be levied কৰ লগাে মােগ্য, কৰ লগাব পৰা। Leviathan (2-0) n. a huge sea monster মগৰ, কুমীৰ। Levigate (লেভিগেটু } . t. to make smooth পিহি মিহিকৰ। Levigation n. পিহি চুকৰণ। Levite ( foette) n. an inferior Jewish priest ইহুদী জাতিৰ সামান্য পুৰুহিত। Levitic Levitical adj. ইহুদী পুৰুহিত সম্বন্ধীয়। Levity (লে’ডিটি ) n. lightness of conduct, thoughtlessness, frivolity লঘুতা, চঞ্চল স্বভাব, চুঙ্গালি, অবিবেচকতা। Levy (copfos ) v. t. to raise, to collect as an ariny or a tax সৈন্য সংগ্রহ কৰ, কৰ শগা, ধন rotai --n. the act of collecting troops, or money সৈন্য সংগ্রহ, কৰ নিৰ্দ্ধাৰণ। Lewd (fase) adj. Justful, licentious ****, লম্পট। ledness n. লম্পটতা, পৰীত ৰতি । Lexicography ( লে'কচি-ক’-গ্রেফি) . the art of compiling a dictionary অভিধান লেখা কৌশল। Lexicographer=অভিধান লেখক।