পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Immense [ 385 ) Immunity that n. a state Immense (54.6986.) adj. vast in extent 30%, অসীম ; very large ডাঙৰ, প্ৰকাণ্ড, অনেক। Immensely adv. অসীমৰূপে, অশেষ পৰিমাণে। Immensity (ই-মে চিটি) unlimited extension, greatness অসীমতা, বিশালতা, প্রবল। Immensurable ( ই-মে চুৰেব’ল) adj. cannot be measured অপৰিমেয়, পৰিমাণ কৰা অসাধ্য। Immerge ($4.97€ ) v. t. to plunge into - ৰিয়া, ডুবা। Immerse ( ই-মার্চ) . . to plunge into, to dip জুবুৰিয়া, ডুবা; to engage deeply নিমগ্ন হ বা কৰ, বৰকৈ মন লগা ; মজ। Immersion (ইম-মার্চ) n. act of plunging into জোবােৰ, অবগাহন, ডুবাওন ; of being deeply absorbed নিমগ্ন, মনােনিবেশ, উটোৱা। Immethodical (ই-মেথডি-এল) adj. without imethod or order লাগবান্ধ নােহোৱা, বিশৃঙ্খল । Inmigrant (of-Carot ) 11. one who immi- grates আন দেশৰ পৰা আহি বসতি কৰা লােক, ভগনিয়াৰ, দেশ এৰি বিদেশত থাকিবলৈ অহা মানুহ, পমুৱা। Immigrate (fa-Gae) v. i. to remove into a country permanently বিদেশৰ পৰা আহি বসতি কৰ, নিজৰ দেশ এৰি আহি চাপ। Immigration (ইমিগ্রেশ্বন) n. act of immigra- ting বাস কৰিবৰ মনেৰে বিদেশাগমন। Imminent ( gfatal) adj. near at hand, impending সন্নিকট, আসন্ন, ওচৰ চপা। Imminence n. সন্নিকট অৱস্থা, হয় হয় অৱস্থা ; আগন্তুক। Immiscible (97-faf691) adj. that cannot be mixed যি বস্তু মিহলাব নােৱাৰি, মিশ্ৰণৰ অসাধ্য যেনে তেল আৰু পানী। Immision (4-7) n. injection fouata সুমােৱা কাম, প্রবিষ্ট কৰণ। Immit (tw-fat ) v. t. to send into 474* কৰা, ভিতৰলৈ সুমা। Immixture . মিহলি, শলাগি থকা। Immobility ( 49-8'fa-fa 16 ) *. resistance to motion, immovableness অলতা, নকৰা গুণ, ঠৰঙা লাগি থকা। Immobile adj. অলৰ, গতি শক্তি হিত। Immoderate (74-9812-16) adj. extravagant অপৰিমিত, বেচি, তেবাহি । Immoderately adv. excecdingly pofafata, বেচিকৈ। Immodest (87-915%) adj. impudent, wanting shame or delicacy লাজ চৰম নােহােৱা, নিশা, চেলেপু, চুং। Immodesty 1. want of modesty চুঙ্গালি, অসাধুতা। Immolate (3-696 ) v. 1. to offer in sacrifice বলিদান কৰ, উৎসর্গ কৰ। Immolation (ইম'-লেশ্বন) sacrifice বলিদান। Immoral (87-16241) adj. wicked, licentious নীতি বিৰুদ্ধ, অসাধু, অনাচাৰী, অসৎ, দুৰাচাৰ। Immorality ( 898caforo) n. any act which is inconsistent with what is right 4, ব্যভিচাৰ, কুক্রিয়া, অনীতি, অনাচাৰ। Immortal (ইম-মৰ-টেল) adj. never dying, imperishable অমৰ, চিৰজীবী। 4. one who will never die 64701 i Immortalise ( 89-94-6.attu) v. t. to make immortal অমৰ কৰ, চিৰস্মৰণীয় কৰ। Immortality (ই-মৰ-টেলিটি ) immortal existence, quality of being immortal মণ-শূন্যতা, অমৰত্ব। Immortelle (ইম-মৰ-টেল) n. an everlasting flower কেতিয়াও জই নপৰা ফুল যেনে পাৰিজাত। Immovable (ইম-মুডেবল) adj. steadfast, that cannot be moved অৰ, অচল, স্থাৱৰ। Immovableness, Immovability n. ৰচৰ কৰাৰ নােৱাৰা অৱস্থা, স্থিৰতা। Immune ( ইমিউন্) adj. not liable to infec- tion নিৰাপদ, কোনো চেকা লাগিব নােৱাৰা ; without obligation et Immunity (ই-মিউনিটি) n. freedom from obligation, exemption, privilege মুক্তি, নিষ্কৃতি, মাষ্ণ, বিশেষ অধিকাৰ বা ক্ষমতা, উক্তি। 11.