পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ample [ 22 ] Analphabetic কোনো কথা অচল সময়ৰ আগে বা পাচে হোৱা বুলি ধৰা ভুল, কাল সম্বন্ধে ভ্রান্তি। অনৈতিহাসিক ঘটনা। বহিবলৈ চাৰিওফালে ওখ আসন থকা ৰঙ্গ ধেমালি দেখুওৱ। ঘুর্ণীয়। ঠাই, বৃত্তাকাৰ ৰঙ্গভূমি। Ample (4) adj. spacious, wide, large enough দীঘল-বহল, যিমান লাগে সিমান হোৱা, জোৰ হোৱা, বহুত। ---ply ( প্লি ) adv. abun- dantly, liberally জোৰাকৈ, আঁটাকৈ, বহুলকৈ । —ness . ভালেমান প্রাচুর্য্য। Amplify (এপ্লিফাই) ৫.t. to enlarge সৰহ কৰ, বহল।; to add to অাৰু কোনো কথা জো। দে। --fication - ফিকেশন্) . বহুলা, জোন THUTI ---ficr n. an instrument to magnify the soutd শব্দ প্রবল কৰা যন্ত্র। Amplitude ( 419 ' ) n. abundance angú ; extent tai; range of mind sita; যিমান দূৰ আকলিব পাৰে সিমান, মানসিক দিগন্ত ; an arc of the horizon between the cast and west উদয় । চল আৰু অস্তাচলৰ মাজৰ দূৰত, অগ্রচপাংশ। Amputate (এম্পিউ'টেট) v. t. to cut off a limb গাৰ কোনো অঙ্গ কাটি পেল। —tation n. the act of cutting off, as a limb অঙ্গ ছেদন, ছেদক্রিয়া। Amuck, Amok (এক) adv. imadly উন্মত হৈ, বলিয়াৰ দৰে। To run amuck=উন্মত্ত হৈ পৰি যোৱা। Amulet ( afatcai':) n. anything used as charm to ward off sickness, evil or liarm কবচ, তাবীজ, মন্ত্রক দলী। Amuse (fi) v. t. to occupy agreeably ওমলা, মন ভাল কৰ, ৰং কৰ, ভুলাই ৰখ। --ment n. that which aniuses (49789 | --musing adj. affording amusement ৰৱাল, মনভাল লগা, ধেমেলীয়া, টেটকুটীয়া । An (47) odj. one 961; the indefinite article used before words begining with the sound of a vowel (269-, e, i, 0, 4, উচ্চাৰণ নােহোৱা আখৰৰ আগত থক শব্দৰ, আগত বহে (A শব্দৰ অৰ্থ চোৱা); an M. A., European, usage, an historical event ইত্যাদি কিছুমান কথাত ওপৰৰ নিয়ম নেখাটে। Anachronism ( এনেক্রনিজম) error relating to time in an account of events Anaclastic (এনক্লেষ্টিক) adj. bent back, refracted পোহৰৰ প্রতিসৰণ হেতুকে ঘটা ভজ। Anæmia (এনিমিআ ) n. a disease having the principal characteristic of the poorness of blood শোবে ধৰাৰ দৰে ক্ৰমে শেত হৈ জল- জল'। পৰ বেমাৰ, জ্বৰ শে।ব। —adj. Anemia শোব। সেৰেলুৱ।। বক্তাল্পতা। Anærobic (aa'fa ) adj. capable of living without air, esp. of bacteria which do not require oxygen for their existence বয়ুর অভাবতে। জয় ই থাকিবলৈ সক্ষ। বিশেষকৈ অম্নন নোহোৱাকৈয়ে। জীয়াই থকা সূক্ষতম প্রাণীকণা। Anæsthetic (এনিস্থেটিক) n. a substance producing insensibility স্পর্শন নষ্ট কৰিবপণ। দৰব, যেনে ক্লোরোফর্ম, কোকেন আদি, যােগচু, স্তম্ভনচু। -tise v. t. স্পর্শজ্ঞান ৰহিত কৰ, সৰ নোহোৱা কৰ । Anagram (a1ats) 1. a word or sentence formed by transposing the letter of ano- ther word or sentence কোনো এটা শক বা বাক্যৰ আখৰ কেইটাকে ইফল সিফাল কৰি কৰা অন্য কোনো শব্দ বা বাক, ভঙ্গ-জোবা শব্দ, যেনে -Evil 2 9741 Live, Lake & 941 Leak. Anal (4679 ) adj. pertaining to anus গুহ্যদ্বাৰ সম্বন্ধীয় । Analect (এনালেক্ট) n. collection of literary fragments সাহিত্য গুণসম্পন্ন উক্তি বা ৰচনাৰ সংগ্রহ। Analogy ( (এনালজি) n. resemblance, simi- larity মিল, সাদৃশ্য, তুলনা ; a reasoning frorn parallel cases Cavalyi ---logous (লগচ) adj. bcaring resemblance নিচিনা, সদৃশ, অনুৰূপ, তুল্য। -logically, --logously adv. --Joguen. parallel word or thing অনুৰূপ শব্দ বা বস্তু, যেনে ‘নাভি analogue

  1. navel'.

Analphabetic (atautam) adj. expressing the sounds of speech by some other somc a a 1. an