পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Haum [ 354 ] Hazardous after hauling জাহাজত মেলি গৈ ৰ, ৰাধ বা বান্ধ (যেনে নাও)। —n. pulling, a draught টান মাৰ, খেও, চোচা। — fig) amount gained একেবাৰে পােৱা ধন বস্তু । Made a big haul= carried a large arnount বহুত ধন-বস্তু কৰিলে। Haul over the coals=to reprimand se sal the use of soldier চিপাহীয়ে ব্যৱহাৰ কৰা খামূতি মােনা। Havoc (হেক) n. a general waste, de- vastation সৰ্ব্বনাশ, উচ্ছন্ন, ছাৰখাৰ, বিধ্বংসনা। 5. i. to lay waste ছাৰধাৰ কৰ, বিধ্বংসনা to a Haun ( হম } n. ঠাৰি, ডালডুলৰ আঁটি ; গুটি নলগা অগছ। Haunch (290) n. the upper part of the thigh, lhip তপিনা, টিকা, কৰণৰ ওপৰভাগ। Haunt (হণ্ট) v. t. to frequent নিতো অহা-যােৱা কৰ, ঘনাই যা ; to visit as ghost you ats; to follow পাচে পাচে লাগি ফুৰ। -0. i. to appear or visit frequently facet 21 31 CPN 691-1. a place much frequented 10 সদায় অহা-যােৱা কৰা ঠাই। Haunted pa. P, adj. much frequented, expecially by ghosts ভূতলগা, ভূতে বাহ- লোৱা। Hauteur (T-CE) n. arrogance perfa ঔদ্ধত্য। Havana (CPTGT) n. a fine quality of cigar এবিধ ভাল ৰকমৰ চুট । Have (Rus) v. t. (pa. t. and pa. p. had ) to possess আছে; to obtain পা। I have a মােৰ আছে। He has no property =তাৰ কোনাে সম্পত্তি নাই । He has to pay=সি দিবলগা হৈছে। He has good wages=সি ভাল দৰ্মহা পাইছে । I have (আছে।) done so=মই সেইটো কৰি আছে।)। Have at=to attack আক্রমণ কৰ। Have done with=fabafo * Have it out=771 21 Have on=10 61 Have rather=to prefer 10 (44, পছন্দ কৰ। Have up= আদালতৰ বিচাৰলৈ অান। Had I known=মই জনা হলে, মই জানিলে হেনে যদি । Haves n. opati Haven ( (657) an inlet of the sea, a harbour নৈৰ বা সাগৰৰ ঘােপ; any place of safety সায়ান। Haversack ((#512607) n. a bag of linen for Hawk ( 9 ) n. a bird of prey allied to the falcon শেন চৰাই ; a rapacious person বৰ লুভীয়া মানুহ, খকুৱা; act of forcing up matter from the throat atafal -v. i. hunt birds with hawk a(90; to force up phlegm from the throat parta1, 21-v. t. to carry about for sale বেচিবলৈ বাটে বাটে লৈ ফুৰা। Hawker ( 5-7145) n. a pedlar সজাই কোনাে বস্তু বেচিবলৈ বাটে বাটে লৈ ফুৰাওঁতা খুচুৰীয়া বেপাৰী, ফেৰীৱালা। Hawse (198) n. the part of vessel through which the calples pass জাহাজৰ ব’ঠা টন। শিকলি যাবলৈ বাট থকা ভাগ । Hawser (হা-জিৰ) n. a small cable, a large rope জাহাজ মু। শিকলি বা ফই। Hawthorn ( terd) n. hedge plant red কাইট, চাপত ৰােৱা বিলাতী কাইট গছ। Hay (65) 1. grass dried for fodder 341 ঘহ। Haycock=*19 419 9 Hay fever= পানীলগা মূৰকামােৰশি । Haymow= a mass of hay in a barn ঘৰৰ ভিতৰত দলাই cetay 619 Look for a needle in a hay-stack =খেৰৰ দু’মত বেজী বিচাৰ, যত পাবৰ সম্ভাবনা নেথাকে তেনে ঠাইত বিচাৰ। Make hay while the sun shines == সুবিধা দেখি কাৰ্যকৰ। Hay, hey startar ato Hazard (হেজাৰ্ড ) chance, accident অকস্মাৎ ঘটনা, দানি; risk সঙ্কট, বিপদৰ আশঙ্কা ; a game played with dice পাশটিৰে খেলা জুৱা। —-. . to risk বিপদগ্রস্ত কৰ, বিপদত পেলা; to venture দৈবৰ ওপৰত নিৰ্ভৰ কৰি চেষ্টা কৰ- v. i. to run a risk ঘটি খা, বিপদত পৰ। At all hazard=যেনেতেনেকৈ, বিপদত পৰি হলেও। Hazardous (TUIT-675) adj. perilous, danger- wear