পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Alpine I 19 ) Amass without exception সম্পূৰ্ণৰূপে, মােটে, মুঠতে, সলি। 12. an Alpine (97999157 ) adv. pertaining to the Alps চুই জাৰলেণ্ড দেশৰ এক্সচ পর্বতসম্বন্ধীয় ; very high টিং-টিঙ্গীয় ওখ। Already (jata'fu ) adv. previously, before this time ইতিপূৰ্বেই, ইয়াৰ আগেয়েই। Also (37,26') adv. further | After that also=তাৰপাচতে।। He also=6181 Altar ( অলটাৰ) clevated place or structure for offerings যজ্ঞৰ ভেঁট, বেদী, থাপনা; the cominunion table গির্জাৰ থক। প্রসাদখোৱা মেজ। Alter ( অলটা ) v. t. to chaige পৰিবৰ্তন কৰ, পচৰ কৰ, সলনি কশ। to become different সলনি ই, ভিন্ ই। - attle adj. পৰিবৰ্তন। কৰিব পৰা, লব প'। --ation 7. change পৰিবৰ্ত্তন, সলনি, ল চৰ। —ative n. শৰীৰৰ অৱস্থ। পৰিবৰ্তন কৰিব পৰা, দৰব। Alter ego=মৰমৰ বান্ধৱ ; counter part অনুৰূপ অংশ। Altercate ( অল!'কে?) V. i. to contend in words তর্কাতর্কি কৰ, বাদানুবাদ কৰ। -cation ৮. contention তর্কাতকি, হক হুনা, থকাথৈয়া, বদানুবাদ, মুখামুখি, ঠেট!-মােজা, চুপ-চুপতি ; উখন-উখনি, বাচাকাচি, মৌখিক বিবাদ । Alternate ( অলটাৰ 'নেটু) adj. one after the other, by turns এটাৰ পাচত এটা, এটা এৰি এট, পালাতে হোৱা বা কৰ, একৈয়। ক্রমে হোৱ।। —ly adv. এটীয়া বা এদিনীয়া, পালমতে, পাল পতি, সাল-সলনিকৈ । Alternative ( অল্টাৰনেটিভ) adj. offering a choice of two things দুটাৰ এটাকে বাছি লবলৈ বা মনোনীত কৰিবলৈ দিয়া বিকল্প । n. a choice loctween two things দুটাৰ এট। বাছন, দুটাৰ মাজত পছন; উপায়ান্তৰ, যেনে-I have no alternative ==মােৰ অইন উপায় উপায়ান্তৰ নাই। --ly ado. Although ( অলস’ } conj. notwithstanding যদিওবা, তেনেহলেও। Altitude (এল, টিটিউড) n. height elevation above the sea সাগৰৰ উৰ্দ্ধভাগ। To fire at high attitude=সাগৰৰ উৰ্দ্ধভাগ পাৰ হোৱাকৈ ওপৰলৈ গুলী চলোৱা। Altogether (অল্টুগেদাৰ) adu. wholly, Alto-relievo ( আলট-বিলী’) n. high relief সম্মুখৰ আদখিনি ওপৰলৈ থাকাকৈ কট। মূর্তি। ( এনেবিধৰ শিলৰ মূর্তি পূৰণি মন্দিৰ বিলাকত লগােৱা দেখা যায়)। Alfruism (আলট্রয়ি জম্) n. the principle of living for the interest of others 90219112 কৰাই ৰ্জীৱনৰ উদ্দেশ্য বুলি ধৰা মত, হিতবাদী পথ । Alum (cat) n. a mineral salt sfar antaatit, ফিটকিৰি। Aluminium ( fatiafax19) n. a kind of metal এবিধ ৰূপ নিচিন। চকচকায়। ধাতু। Alvine (rea) adj. belonging to the belly পেটৰ, পেটসম্বন্ধীয়। Always ( অলওৱেজ) for cver সদায়, নিতে, ওৰেও, ছেদ-ভেদ নোহােৱাকৈ। Am v. i. the first person singular of the verb to be cei (I am= 1 Thou arts তই হয়। He is=সি হয় )। Amaia (478) adv. with main force par শক্তিণে, বলেৰে, বেগাই । Amalgamate (016 B) v. 1. to mix mer- cury with anotlier metal অইন ধাতুৰ লগত ৰস (পাৰ) মিহলা; to compound ঈগলগা। ——v. t. to blend ঈগলগি একে হ, মিহলি হ। -gam . পাৰমিহলােৱা ধাতু। —tion union সংযোগ, সম্মিলন, লিওন, লগলগােৱাটো। Amalgamation of E. B. with Assam in 1905-১৯০৫ চনত অস অাৰু পূৰ্ব্ববঙ্গ সংযোগ। Amanuensis (এমেনিউয়ে’চিচ, who writes to dictation আনে কৈ যাওঁতে লিখেতা; a copyist অনৰ হৈ লেখকৰ কাম কতো। pl. = Amanuenses. Amaranthus (462173716) n. a genus of plants with flower that never fade cafoute নপৰা এবিধ ফুলৰ গছ ; পাৰিজাত। —ranthine adj. unfading * 294911 Amass (915) ". 1. to accumulate, to collect in large quantity জমা কৰ, সৰহকৈ গােটা, সংগ্ৰহ কৰ। n. 12. onc উচ্চতা,