পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[328] Glazer a 11. মাতি , সৈমান , স্বীকাৰ কৰ; to reccdc পাহফা মা। Gizzard (fouett ) ". muscular stomach of a bird চৰাইৰ পেটৰ গুৰ ভৰাল। Glabrous (CHTZIE) adj. hairless from 7281; bald তপামুৰীয়া। Glacial (H') adj. icy, frozen 7773TI Glacier (গ্লে’খিয়ে) . a slowly moving river of ice পােটমাৰি থকা বৰফৰ নৈ, হিমবাহ। Glacis (Caf65.) R. gentle slopc অলপ আওলীয়া হৈ নামিযােৱা ঠাই । Glad (CHE) adj. pleased, cheerful stafo, পুলকিত, হৃষ্ট। I am glad to hear:- মই শুনি সন্তোষ পাইছে বা ৰং পাইছে। Gladness pleasure, checifulness সন্তোষ, আনন্দ, হর্ষ। Gladly adv. cheerfully সন্তোষেৰে। Gladden (29) v. t. to make glad & গা, রং পােৱা বা লগা, আনন্দিত কৰ। Glade (গ্লে’ভ) . হাবিৰ মাজৰ মুকলি ঠাই । Gladiator (cafutata) n. a professional com- batant in ancient Rome পুৰাতন ৰােম ৰাজ্যৰ মাল যুজা। Gladsome adj. joyous, gay আনন্দজনক, প্রফুল্ল। Glair (C#*#4 ) n. the white of an egg, any viscous transparent substance 7914 f5047 বগা ভাগ, বীজ, কোনো বীজলীয়া বস্তু। —v. t. to varnish with white of eggs aice 64- চকীয়া কৰ। Glairy adj. বীজলীয়া । Glamour (113) a charm on the eyes, fascination অলক, চকুত বাণ মাৰি বেয়াকে। ভাল দেখাব পৰা শক্তি, মােহনী। Glance (26) n. a sudden shoot of light পােহৰৰ চমক; a darting of the eye কটাক, ঈষৎসৃষ্টি, কেৰাহিকৈ চোৱা দৃষ্টি। -, i. to dart a ray of light ঈষৎ কিৰণ বিক্ষেপ কৰ, ৰেঙ্গা; to snatch monentary view চকুফুৰা, অলপকৈ চা; to fly of obliquely এফলীয়া বা একতীয়া I The bullet glanced against a tree = গত লাগি গীটা এফলীয়াহৈ গল। -0. t. to dart suddenly হঠাৎ নিক্ষেপ কৰ; to allude to উনুকিয়া। (used with at, irlo, over, down, rep). At a glance="pfaat atat, চকুৰ প্ৰচাৰতে। Glance over=read cursorily ওপৰে ওপৰে পঢ়ি চা। Gland (89) 11. a soft fleshy organ in animal bodics which sccretcs waste products মাংসগ্রন্থি, শৰীৰৰ কোনাে কোনাে ভাগত খােপ খাই ঘিলাৰ দৰে হােৱা মঙ্গং, সিৰৰ মঙ্গহাল মােচৰ। Glandular adj. consisting of glands at aft- সংযুক্ত বা সম্বন্ধীয় । Glanders (CA016) . a fatal discase of the horse affecting especially the lungs and the mucous Internbrane ঘোৰাৰ সংক্রামক বেমাৰ ( বিশেষকৈ নাকত হয়)। Glare (cat) ". a bright dazzling light দীপ্তি, পােহৰৰ চমক, চকমকনি ; a piercing look তীক্ষ্ণদৃষ্টি। -- . i. to shine witli dazzling liglit চকমকা। Glaring (cacaf*: ) adj. bright and dazzling চমকীয় উজ্জ্বল, জ্বলন্ত ; ljarefaced স্পষ্ট, ওলাই থকা ; notorious অত্যন্ত দুষ্ট। Glass (815) 1. a hard little and trans- parent substance কাচ, বেলােৰ, আইন; a inirior 151, fq; a drinking vessel at খােৱা গিলাচ। Glasses (pl. )=spectacles পিন্ধা চকু। -adj. made of glass আইন, বেলাে। Glass-warc=articles made glass কাচৰ বস্তু। Glassy adj. চকচকীয়া। Glaucoma (acry??)'. a discase of the eyc characterized by increased tension of the globc and gradual impairment or loss of ight চকুৰ পিণ্ডটো ঘন-ঘনকৈ কঁপা এবিধ বেমাৰ যাৰ ফলত দৃষ্টিশক্তি ক্ষীণ অথবা ৰহিত হৈ আহে। Glaucous (101) alj, or a dull green colour passing into greyish blue and 2 o হৈ উঠা ঘোপ সেউজীয়া ৰঙৰ নাইবা সেই ৰং সম্পর্কীয়। Glaze (CO) v. set with glass wat to cover with something glassy কাচৰ দৰে চকচকীয়া কৰ। — a glassy coat- irag চকচকীয় কলপ, চিকমিকনি পালিচ। Glazer (C#*12 ) n. one who glazes pottery, paper ctc. চকচকীয়া বা নিমজ কাতা। 1. 10