পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Align [ 17 ] Alliteration একেবাৰেই । Once for all==এবাৰ মাথােন, এবেলি মাত্র। All the while=সেই গােটেই সময় । All over with=সকলে। সাং হল, সর্বনাশ হল । All the year=গােটেই বছৰ। All the better= আৰু ভাল। At all=একেবাৰেই সমূলঞ্চে, সমূলি, নিত্যস্ত। All on a sudden=-হঠাৎ, অগেয়ে নােকোৱা-নেমেলাকৈ। At all events==যেনে তেনেকৈ, তেহেলেই যেই হক। All out=at full speed পুৰা বেগত। Allay (1999-69 ) v. t. 10 relieve 06 (1277 পিয়াহ গুচা ); to repress দমা, থম। Allege ( 47-670) v. t. to assert *; to plead in excuse ওজৰ দেখা। অভিযোগ অনা। Allegation (এল্লিগেশন্) n. assertion কথা, এজা- হাৰ ; plea গােচৰ ; অভিকন ; আৰোপ। Allegiance (এল্লীজ্জিয়েঞ্চ) n. loyalty ৰাজভক্তি, ৰাজসেৱা; নিষ্ঠ। ; ভক্তি। Allegory (এ-লি-পৰি) a story with an undertone যি গঙ্গৰ এটি নিহিত অর্থ থাকে। ৰূপক।gorical adj. ৰূপকাত্মক। Alleviate (qafe'tzt.) v. t. to make light পাতল কৰ, লঘু কৰ; to lesscn কম। --viation n. act of relieving লঘু বা কম হওন, লাঘব, উপশম, যেনে alleviation of pain or miseries. Alley (vafo) n. a narrow walk or passage in a garden or in a city সুৰুকীয়। বাট, ঠেক ব। Align (1a) v. t. to lay out by a line, to arrange in line পেনাই ঠিক কৰ, শাৰী 401 --ment n. the fixing of a line (yang ঠিক কৰোটো; rcarrangement of soldiers in lines সেনাবিলাক শাৰী শাৰী কৰাটো; ground- plan of a road আলি বান্ধিবলৈ সীমা পোনােৱা মাটিৰ নক্স।। Alike (এলই) adj. similar একে, তুল্য, সমান। —ada. একেৰকমে, একেদৰে, সমানে, নিচিনাকৈ। Aliment (faca) n. nourishment; food পোহ, পোহপাল ; অহাৰ, খােৱা-বস্তু।-tary adj. pcrtaining to aliment আহাৰীয়, পােহধৰােৱা, পুষ্টিকৰক। Alimony (faufa ) 1. an allowance for the maintenance of a wife বিবাহিত। তিৰুত। এৰিলে অাইনমতে দিবলগীয়। পোহপাল খোৰাকী। Aliquant (faci190) adj. not dividing a number without a reinainder বাকী নথকা- কৈ ভাগ কৰিব নােৱাৰা যেনে—৩ৰে ৮ক বাকী নথকাকৈ ভাগ কৰিব নোৱাৰি, এতেকে ৮ৰ ৩। Aliquant part=বাকী ৰখা ভাজক। Aliquot (facetad:) adj. dividing without a remainder বাকী নথকাকৈ ভাগ কৰিব পৰ যেনে:-৮ ২ aliquot part=fafat যােৱা ভাজক। Alive (এলাইভ) adj. living জীয়া, জীয়ন্ত ; disposed to know 96-7 | He is not alive. to the grievances of others==তেওঁলােকৰ দুখ নুবুজে। Alkali ( একালি) n. a substance which has acrid taste such as potash, soda and lime Alkaline adj. খাযুক্ত। All (1) adj. the whole of, every one সমুদায়, সকলো, এটাইবােৰ, এটাইখিনি, সকলো- বিলাক। -ado. wholly, সমূলি, একেবাৰেই । All but= প্রায় সকলে!। All over=গােটেই- খনতে। All along=অতীজৰেপৰা, আগৰেপৰা। All in all=যেই কৰে বো। শালিক, সকলে।। All right=বাৰু, ভাল । all মােটৰ ওপৰত, তেহেলেই যেই হক। For all= সেইটো হলেও। For good and all=finally 12 আলি। All-fours ( - ) n. pl. on four legs, on hands and feet চাৰিও ভৰিৰ ওপৰত, হাত ভৰি এটাই কেউটাৰ ওপৰত ; a garne or cards এক- ৰকমৰ ঠাচ খেল।। To go on all fours=হাতেৰে আৰু আইৰে সমানে খােজকাঢ় ; যেনে-তেনে ৰূপে সমান হ। All-hail (Opicina) inter. all health (used in salutation) কুশল । Alliance (1991c*) n. union by treaty or marriage মিত্ৰতা, সন্ধি সম্বন্ধ। Alligator (এল্লিগেটৰ) n. an animal of the crocodile class, a gavial কুম্ভীৰ, ঘঁৰিয়াল। Alineation, Alineation (এলি-নিয়েশ্বন) , পােনে পােনে একেশাৰীত থকাটে।। Alliteration ( 1477- Fototrzy) n. the recurrence A.