পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Farrago [281] Fat custom a mass পাম, পমুৱা ঘৰ, পথৰুৱা ঘৰ। Farm yard 11. পমুৱা ঘৰৰ চোতাল। Farrago (644-63-9) . confused খেলিমেলিকৈ জাপিথােৱা বস্তু । Farrier ( ফেৰিয়াৰ) 2. one who treats the diseases of horse, a smith that shocs horses অচিকিৎসক, ঘোঁৰাৰ ভৰিত নাৰ লগােৱা Farriery (na) n. the art of curing diseases of hoise অশ্বচিকিৎসা। Farrow ( ফেৰ-অ’) 1. a litter of pigs গাহৰি certat for ato I --v. i. or v. l. to bring forth pigs গাহৰি পােৱালি জগা। Farrow-cow= দুৰেচী বা তেৰেচী গাই । Fart ( ফাট) ৫. i. to break wind পাদ, বায়ু কৰ। ৫. পাদ। Farther (*1677) adj. (romp. of Far ) more distant বহু দুৰ, আৰু দুৰ। --adv. beyond, remotely আঁতৰলৈ; নিলগলৈ ; বেচি দূৰলৈ, বেচিকৈ ; moreover আৰু। Farthest adj. (Spr. of Far ), দূৰতকৈও দূৰ, নিচেই আতৰৰ, নিচেই মূৰৰ। Farthing (ft: ) .. the fourth of a penny, anything trifling একপেনীৰ চাৰি ভাগৰ এভাগ ( বিলাতী তামৰ পইচাৰ চতুর্থাংশ = আমাৰ দেশৰ এপইচা); কোনো সামান্য বস্তু। Fasces (ফেচিn. বিচাৰকৰ আগলৈ নিয়া কুঠাৰ- ধৰি আঁটি ; ক্ষমতাৰ চিন। Fascinate (ফেচিনে। 1). 1. to charm, to enchant, to captivate মােহিত কৰ, মন্ত্ৰেৰে বশ

    • , ut faati Fascinating adj. charming

মােহলগা, মনমােহ। Fascination (cf677) n. the act of charm- ing, an attractive power cate, catfrat শক্তি, বশীকৰণ। Fascist (ofert). a political party in Italy opposing Socialism and Communisni ভূসম্পত্তি সকলাে প্ৰজাৰ মাজত সমানে ভগাবট। কৰি একেলগে উপার্জন কৰা ৰাজকীয় ব্যৱস্থা- বিৰােধী সম্প্রদায় ; ইটালিৰ এটা ৰাজকীয় দল। Fashion (17) n. the cut of a thing, form, pattern গঠন, গঢ় আকৃতি, আর্টি, ভাও; mode 36 of dress ধুন, প্রচলিত ৰীতি ; a prevailing দস্তুৰ; appearance গঢ়, আকৃতি। --v. t. to form, to mould (172) 1970 সাজ, গঢ়, মিলহােৱাকৈ কৰ। Fashiouable (#96794 ) adj. according to the prevailing manner দস্তুৰ মত, প্রচলিত নিয়ম wastat; observant of fashion in dress or living পিন্ধাউৰাত পৰিপাটি, ভদ্র । After or in a fashion -একৰকম, কিছু পৰিমাণে। In the fashion :: প্রচলিত ধুনমতে। Fast ( ফাষ্ট ) adj. firin, fixed অটিল, টান, কটকটীয়া, দৃঢ় ; sound (as of sleep) দোৰ্ঘোৰ (টোপনি )। ---Ado. firmly টানকৈ, আটিলকৈ ; quickly যেগই, বেগাবেগিকৈ ; close চাপধুৱাই । Fast by=close to ওচৰত, লগালগিকৈ। Play fast and loose - to say one thing and do the contrary এৰাধৰ কৰি কৰ, মুখেৰে এটা কৈ কাৰ্য্যত আইন এটা কৰ; ঢিলা সােলোক কৰ। Hard and fast -টান, কটকটীয়া । Fast ( ফাষ্ট } adj. quick, rapid দ্রুতগামী, বেশী। --cdv. swiftly cant), I Fast ($$).. abstinence froin food 0, উপবাস, অনশন। — i. to abstain from food ব্ৰত কৰ, উপবাস কৰ, নিৰাহাৰে থাক, লঘােণ দে । Fasting n. লঘােণ, অনাহা। Fast-day n. a day of religious fasting 19143 দিন, ব্রত। Fasten (F15) v. t. to make firm, to attach firmly বান্ধ, আটখুৱাই লগা, জোৰা লগা। -0.. আটখা। Fastening ( ফানিং) n. that which fastens বান্ধ, বন্ধা যতন, খামােচা, শলধা। Fasti . শক তাৰিখ একা ঘটনা পী। Fastidious ( ফেন্তিদিয়াচ) adj. over-nice difficult to please ধুন নহা, চিকাচা, কৃতি বিচৰা, অসন্তোষীয়া। Fastidiousness চিকাচন্দা, ধুনপেচ। Fastness (*19-675) n. fixedness, a fortress দৃঢ়তা, দুর্গ, গড় । Fat (ফেটু) adj. plump, fleshy ঝুলন্তৰ, মােটা, গা ডাঙৰ, পৃষ্ট ; নােদোকা, নিটোপল ; fruitful ফলপ্রদ। --- an oily substance of animal