পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Aerie [ 12 ] Affirm n. stone চুল, onc n. আকাশত থকা, কাল্পনিক। —it, অনার্তাৰ যন্ত্ৰত ব্যৱহাৰ কৰা মুকলি ঠাইত থক। ওঁৰ । Aerie (এৰি) n. চিকাৰী চৰাইব বাই ; কোনো বৰ ওখ ঠাইত সজা ঘৰ। Aeriform {‘এয়াৰিফর্ম ) adj. বায়ুৰ নিচিনা, বাষ্পীয় ; unreal অসাৰ । Aerify (oufit ) 2. I. 10 fill with air, 10 change into air বতাহ বা ভাপ ভৰা, বতাহলৈ পৰিণত কৰ। ---.fication বতাহ বা গেচ ভৰােৱাটে।। Aerodrome (o'taly ) n an aviation station আকাশী ৰথ উঠা-নমা ক ঠাই বা আডডা ; বিমান কোঠ। Aerolite (zat) n. a meteoric আকাশী পাথৰ, উল্কাপিণ্ড। Aerometer ( এৰোমিটাৰ) ৫. বতাহ-জোখ যন্ত্র । Aeronaut ( এ'নেট) . who makes ascents in a balloon or on aerial car fe বেলুন বা আকাশী-ৰথ চলায় । Aeroplane (এৰেপ্লেন ) a flying machine licavier than air and driven by gasoline engine ইঞ্জিনিৰে চলোৱা বতাহতকৈ গধুৰ বেলুন বা আকাশী ৰথ। উড়া-জাহাজ। Aery (waifa) adj. aerial, visionary 70gat কাল্পনিক। Æsthetics ( ঈথেটি) n. the feeling of beauty in objects Catarbitalu, philosophy of the fine arts মনমােহ-যোৱা বিদ্যাবিষয়ক শাস্ত্র। নন্দনতত্ত্ব ; কান্তিবিদ্য।। Esthetical- adj. নন্দনতাত্ত্বিক। Ether (ঈথাৰ) n. the upper air উচ্চতৰ বায়ুমণ্ডল। প্রাচীন কবিসকলৰ মতে দেৱদেৱীৰ লীলাভূমি বায়ু- মণ্ডলৰ মাজৰ ঠাই। আধুনিক বৈজ্ঞানিক সকলৰ কাল্পনিক মাধ্যম। মহাকাশত ইয়াৰ যোগেদি শব্দ, অলোক আৰু অন্যান্য তেজস্ক্রিয়তাৰ পৰিবহন চলে। Etiology (ঈটিয়লজ্জি ) , বেমাৰৰ উদ্ভৱ-কাৰণ নির্ণয় কৰা বিদ্যা। নিদান । Afar (932) adv. from a great distance অতঁত, আতৰৰপৰা দূৰলৈ। ( আগত সদায় from বহে )। Affable (**) adj. easy of manners, easy to be spoken to কথা কবলৈ ওচৰ চাপিব পৰা, সভ্য, শিষ্ট, আলাপী । -bility,ness n. কথা শুনা গুণ, শিষ্টভাব, হৰিল-গৰিল । Affair ( এফফেয়াৰ ) n. business, matter 511, বিষয়, কথ, বুজ। -pl. transactions ব্যৱসায়, কাম। Private affairs-ঘৰুৱা কম। Affect ( 9777').) v. t. 10 act on, to produce a change upon কোনো এটাৰ ওপৰত কাৰ্য্য কৰ, লাভ-লোকচান ঘটা, লৰচৰ বা পৰিবৰ্তন কৰ। This will not affect the trade=38139716791792 হানি-বিঘিনি নহয়। Affect v. t. to move the passions ; a ofaa বেয়া কৰা, মনত লাগ; গা-বেজা; to make a show চল। He affected friendship=cuě বন্ধুভাবে চলিলে। —ed adj. উল্লাসিত বা দুঃখিত ; ভাও ধৰা। --tation n. pretence $f, --- ing adj. pretence 9995, বেজাৰলগা । Affection (এফফেশ্বন্) . love, kindness মৰম, বেথা, স্নেহ, শ্রদ্ধা ; disease বেমাৰ । --ate adj. loving মৰমলগা, মৰমীয়াল, মৰমৰ, চেনেহুর। --ately adv. মৰমেৰে । Affiance ( এফ ফায়েঞ্চ ) marriage contract বাগান, বিয়াৰ চুক্তি ; trust বিশ্বাস। --anced adj. বাগান কৰি থােৱা। Affidavit (97fxcufet ) n. a written declara- tion on oath অফিডেভিট অাদালতত দাখিল কৰা হলপনাম। Affiliate (এফফিলিয়েট) v. t. to adopt, to receive into a society; to connect with পে। বুলি ল; সমাজত ভুক্ত কৰ ; বিশ্ববিদ্যালয়ৰ লগ লগ।। The college is affiliated to the university =কলেজ বিশ্ববিদ্যালয়ত ভুক্ত হৈছে । ~~ation . পে! লোৱাটো, সমাজ ভুক্ত কাৰণ ; বিশ্ববিদ্যালয়ভুক্ত কৰণ। Affinity ( এফ ফিনিটি ) n. relationship faut দ্বাৰা লগা সম্বন্ধ, মিতিৰ সম্বন্ধ ; কোনাে ভাষাৰে সম্পর্ক, মিল ; chiernical attraction দ্রব্য সংযােগ গুণ, ৰাসায়নিক সংযোগ । Affirm (এফফার্ম) ০. 1. assert positively, declare ডাঠি বা ইফি ক, বাহল ৰাখ, হয় বােল। --ation n. that which is affirmed, solemn declaration খাটাং কথা, সত্য প্রতিজ্ঞা, শলাগ । to