পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ad-hoc [ 9 ] Admiration stamp==য'তে ত’তে লগাব নােৱাৰা একেবাৰেই তুলাপাতত চাপি দিয়া মোহৰ। --sively ado.


siveness n. tenacity আঁট খাই ধৰা গুণ ।

Ad-hoc (এডহক) তদর্থ । Ad-interim ইতিমধ্যে ; ইয়াৰ মাজতে পোৱা। Adieu ( এডিউ ) adv. farewell ঈশ্বৰে সফল কৰক, এতিয়া বিদায় হে ! — বিদায়। To bid adieu বিদায় দিয়া বা বিদায় লোৱা। বিদায় লবৰ বা দিবৰ সময়ত অসমীয়া সমাজত কোৱা হয়, ---ভাল, এতিয়া থাকিব”, “এতিয়। অৰু অহেঁহে বা যাওঁহে", “এতিয়া আৰু যাবগৈ।” Adipose (afte'g') n. animal fat 654 0987 চর্বি। Mridul Kumar Sharmah (talk)-adj. fat; fatty যি কোনো চর্বি ; চৰিৰে 12. Adjacent (97926') adj. lying close to contiguous লগালগি, কাষত থকা, নিচেই ওচৰা- ওচৰি। cency 1. লগ লগকৈ থকাটো। —ly ado. লগালগিক ; ওচৰা-ওচৰিকৈ। Adjective ( এডজে’টিভ) n. বিশেষণ পদ ; কোনো বস্তুৰ, বিষয়ৰ, কামৰ, অৱস্থাৰ বা গুণৰ নামৰ সংখ্যা, পৰিমাণ, বিধ, ৰকম, গুণ বা অৱস্থা বুজোৱা কথা। ---tival adj. বিশেষণরূপে ব্যৱহাৰ হোৱ।। গুণবাচক। --ly adv. বিশেষণরূপে। Adjoin ( এড জয়েন্) . i. to lie next to লগালগিকৈ থাক। -ing adj, adjacent কাষৰ, লাগিথকা, লগালগি, ওচৰা ওচৰি । Adjourn ( এডজ্জ) v. t. to postpone মুলতবী ৰাখ, অইন তাৰিখলৈ বা সময়লৈ হেঁ হেঁকো। —ment n. মুলতবী ৰখা দিন, সময়, দিন হেঁহেঁা- কোৱাটো, সুগন, অববিদন ; কালদান। Adjudge (9966) v. t. to decide judicially বিচাৰত নিষ্পত্তি কৰ, ঠিক কৰ, দণ্ড, দে। judg- ment n. sentence নিষ্পত্তি, বিচাৰ, দণ্ড, শাস্তি। Adjudicate ( এড জুডি’কে) v. t. বা v. i. deter- mine according to law wita wanica fanta কৰি স্থিৰ কৰ, বিচাৰত নিষ্পত্তি কৰ, ৰাই দে। - cation n. trial or a judicial order foota, ধৰুৱাক দেৱলীয়া বুলি স্থিৰ কৰি তাৰ সম্পত্তি আমানত ৰখাৰ হুকুম। Adjunct ( এডজ্জাংক্ট ) n. something joined or added to another লগৰীয়া বস্তু, লগত থকা বস্তু, কোনাে অফিছত বা কামত নহলেই নােহােৱা কোনাে লগুৱা বা লগৰীয়া (ব্যাকৰণত) বিশেষণ বা ক্রিয়া বিশেষণ শব্দ বা পদ। —ive adj. joining. Adjuration (এডজুৰেশ্বন n. act of charging on path শপথ দিয়াটে, শপথ। Adjure (4560) v. t. to charge solemnly, to enjoin earnestly শপথ দে ; দেৱতা, গোসাই বা অনি কোনো মৰমৰ মানুহৰ নাম কৈ প্রার্থনা বা আদেশ কৰ; দোহাই দে । Adjust () v. t. to sct right, to settle, to fit ঠিক কৰ, ৰফা কৰ, মিট, গেঠ। মাৰ ; জেঙ্গ। ভাং, আঁৰ ভং। —-able adj. ভাব কৰিব পৰা, ঠিক কৰিব পৰা । -ment settlement, arrangencnt ঠিক কৰাটো, ৰফা, নিষ্পত্তি। Adjutant ( এডজুটেন্ট) . সেনা-বিভাগৰ এজন বিষয়। ; বৰটোকোলা চৰই । Ad litem =for a suit মকৰ্দাৰ উপলক্ষে, গোচৰৰ কাৰণে। Administer (এড মিনিষ্টাৰ ) v. t. or v. i. to conduct; to serve ; to impose 5911, faktis কৰ ; দে, দেখুৱাই শুনাই দে বা কৰ; আগত থাকি সহায়তা কৰ। প্রশাসন।-ed প্রশাসিত। Administration (au facuta) n. rule, govern- ment, the act of administering pictat, শাসন, পৰিচালন। --trative adj. শাসনসম্বন্ধীয়। ---trator n. ruler ; onc who manages or directs শাসনকর্তা ; মৰামানুহৰ সম্পত্তিৰ ওপৰত পতা গৰাকী। - fem. ADMINISTRA- TRIX, Letters of administration মৰা মানুহৰ সম্পত্তিৰ গৰাকী পাতি দিয়া ক্ষমতাপত্র । -func- tion প্রশাসনীয় কৃত্য। Administrator General মহা প্রশাসক। Admirable (452) adj. worthy of being highly praised প্রশংসনীয়, শলাগনীয়, চমৎকাৰ, আচৰিত। --bly adj. চমৎকাৰৰূপে, প্রশংসনীয়- ৰূপে, শলাগিবলগীয়াকৈ । surprisingly. Admiral (145f21677) n. chief officer of a navy নৌ-সেনাপতি, ৰণুৱা জাহাজবিলাকৰ ওপৰত গৰাকী ।ship . নৌ সেনাপতিৰ পদ বা বাব। -ty n. সাগৰীয় কাৰ্য্য চলােৱা সভা বা সেই সভা বহ ঘৰ। —নৌকাধিকৰণ। Admiration (9fat ) n. wonder, esteem শলাগ, বিস্ময়, তবধ। 2