পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Dastrad [184] Day keep off splasties of mud বোকা চিটি কি নপৰিবলৈ গাড়ীৰ আগত দিয়া ঢাপলিকা বা ঢাকনি। To dash off=বেগাবেগিকৈ কোনো কাম কৰ; সৰালৰিকৈ আঁক। To dash out=মৰিয়াই উলিয়া। At a dash== :একেৰাহে, একেহচাকে। To dash about =লৰালৰি কৰ ; জাকজমক দেখুৱ।। To dash at =হঠাতে আক্রমণ কর । Dastard (CET) 1. a covard কাষ, ভয়াৰ Cati -adj. cowardly say I ly adv. and adj. ভয়তুৰৰূপে ; বুকু পাতল, সঙ্কুচিত । Dasymeter ( দে6িমিটাৰ) 12. an instrument for testing density of gases (976 197 673 পাতল (জাখা যতন। Data (01) n. (pl.) facts given and ad- initted প্রমাণ, মূল সূত্র। (Sing. Datum ). Date ('55) » the time of an event of: period of time 7.107 afwai ---v. I. to athix a date to orfaz 69 ; to count or begin from কাল গণনা কৰ, আৰম্ভ হৈ চল, যেনে-It das back from 1874=ইং ১৮৭৪ চনৰে পৰা চলি আহিছে। Dateless = অনন্ত, তাৰিখ শূন্য। Out of date== পুণ, বহুদিনীয়া। Up to-date = আজিলৈকে ; imodern অঙ্গিকাল, এতিয়াৰ দিনৰ, বৰ্তমান কালেপযােগী। Date (ডেট . the fruit of the datepalm খাজু, খাজৰ গছৰ গুটি । Date-paim খাজুৰ গছ। Dative ('cule 1. a dative cascata কাৰক। adj. প্রদত্ত । Daub (TTT) v. t. to smear, to paint coarscly সান, লেও দে, লেপথে কৈ চিত্ৰ কৰ, বা ৰং লগ। --y adje sticky Daughter (5'&ta) n. female child 1, দুহিতা, জীয়াৰী। Daughter-in-law a son's wife যােৱাৰী । y adj. becoming a daughter optaeca, arata (TTT 1 Daughter of Eve= তিৰােতা। Daunt (ড'। v. t. to frighten ভয় দেখুৱা, ভয়পুরা ; to dishearten to subdue তম্ভিক ; to press down হেঁচি চাপ খুৱা। --less adj. fearless, not to be daunted নির্ভয়, বে- পৰােৱা । Dauphin (fa) n. eldest son of the king of France ফ্রান্স দেশৰ যুবৰাজ । David and Jonathan n. any pair of bosom friends দুটা গলে-নলে লগ। বন্ধু । Davit (Coſto: 11. a piece of timber or iron on the side of a ship used for raising a boat জাহাজণ কাষৰ নাও আৰি থােৱা এটা ; লঙ্গ তোলা-পৰা কৰা যতন। Davy Jones (519-5'15) n. the spirit of the sca 'শাই ডাঙৰীয়া, সাগৰবাসী ভূত। Daw 5, ) 1. jackdaw ist959 64781 Dawdle (5,5-7) v. i. to dandle fafafan eta, ওমল। Dawn (5,9) 1. daybreak atfepay 1 -—». i. to become day পােহৰ হ, ৰাতিপুৱা। Day is.. the time from sunrise to Sunset foa; the time or period বাৰ, কাল । Day-book-বেপাৰীৰ ৰােজ নাচ। ধাতা। Day-dream=দিবা-স্বপ্ন, কল্পনা। Day- labourer=দিনতীয়া কুন্সী, ঠিকা কুলী। Day- time fai (4911 Day by day=faza দিনে, নিতে, প্রতিদিন । Day of doom=the day of judgement শেষদিন, পাপ পুণ্য বিচাৰ 6101 7191 Day of grace=* পৰিশােধ কৰিবলৈ ৰেহাই দিয়া তিন দিন। To name the day=বিয়াৰ দিন ঠিক কৰ । The other day= সিদিন। From day day = দিনক-দিনে । To-day = wife Day of the month= তাৰিখ। To carry the day == জয়লাভ কৰ, কৃতকার্য হ। This day week= আগৰ সপ্তাহত এইবাৰে। In the days of yore:-পূৰ কালত। Better day:=সুদিন। Day-boarder ==যি ছাত্রই দিনত, ছাত্রাবাসত খাই ৰাতি আন ঠাইত থাকে। Day in, day out=(fara i His days are numbered = তাৰ মৰণ কাল. ওচৰ চাপিছে। Sufficient for the day is the evil thereof=: যি বিপদ হৈছে সেয়ে আতিছে, ইয়াতকৈ আৰু বেছি The day after the fair=অতি পলমতে। To fall on evil days=দুঃসময়ত পৰ, দিন মন্দ । To keep the day=যথানিয়মে faardt fai! To win or gain the day= to a t. কি হব। HT যুদ্ধজয় কৰ।