পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Dairy [182] Dandelion a -ness n. ভাল লগা; fastidious সুৰুচিসম্পন্ন; delicate দুলীয়া, উপাদেয় । a delicacy get at আপুৰুগীয় বস্তু । Dairy (ছেইৰী) n. the place where butter & cheese are made, an establishment for the supply of milk গাখীৰৰ কাৰবাৰ কৰা ঠাই, মাখন তােলা ঘৰ। --maid citatorit Dais (ডেইচ) n. a raised floor with a seat and a canopy over it ওখকৈ বন্ধ। ঠাইত থকা আসন, বেদী, মণ্ডপ। Daisy ( ডেইজি) n. common wild flower এবিধ সৰু সৰু বনৰীয়া ফুল । Dale (ডে) . the low ground between hills, a vale দুই পৰ্বতৰ মাজৰ সমান ঠাই। Dally (Cofa) v. i. to trifle away time ceatfin কৰি সময় কটা, হাইচ-লাইচ কৰ; to play খিকি- লালি কৰি ফুৰ ; to fondle আকোলা আকোলি কৰ। —lliance a. toying ধেমালি, খিকিন্দালি, হাইলাইচ; delay গহৰি। Dan (ডেম্ n. an embankment to confine water (681; water thus confined (681 for ৰখা পানী। --v. t. to shut in water by dams পানী টে। -1. a mother of brutes ৰ মাক । Damage (CCTV) n. injury, loss offa, afo, দইন, লােকচান, পই মাল। (p. } compensation for loss sustained ক্ষতিপূৰণৰ টকা। —v. t. to injure, to harm লােকচান কৰ, হানি কৰ, পয়মাল কৰ, নষ্ট কৰ, অনাৰি কৰ। Damaged goods=লােকচান মাল, বেয়াহােৱা মাল। Damask (60%) n. linen or cotton stuff with flowered patterns in gold or silver thread গুণাৰ বনকৰা কাপােৰ, বুটাদিয়া কাপােৰ। -0. t. to ornament with flowery pattern কাপােৰত ফুল তােলা। -rose এবিধ ডাঙৰ জাতিৰ গােলাপফুল। steel চিৰীয়াৰ ডেমচকচ, নগৰৰ তীখা। Dame ('(ET) n. a respectable lady, the mis- tress of a house ডাঙ্গৰীয়াণী গৃহিণী, গৃহহুনী, আই, ভদ্র মহিলা। Damn (ডেম্) v. t. to condemn নিন্দা কৰ, অভিশাপ (91 -able adj. hateful you, fante71, কুলক্ষণীয়। —ation n. condemnation গৰিহণ, te! --atory adj. tending to condemn গহিত, কুলক্ষণীয়। এed adj. hateful ঘিণ লগা। The damaed=the souls in hell নাৰকী জীৱবিলাক। The damning evidence=যি প্রমাণৰ বলত দণ্ড দিয়া হয় । Damocles (ডেম'কৃচ) n. সেই নামৰ এজন চিৰা- কোজবাসী চাটুকাৰ। Sword of Damocles= eminent danger in the midst of happiness সুখসমৃদ্ধিৰ মাজত ঘােৰ বিপদৰ আশঙ্কা। Democlean adj. like Democles fatfate (#72 দায়নিচচ ৰজাৰ লগৰ ফুচুৰি চাটুকাৰ ডেমকোলচৰ দৰে। Damp (ডেম্প) n. mist, moist air ভাপ, কেনি, feti -adj. moist, foggy 6*1, (96971, গেৰেহা, অলপ তিতা, কুঁৱ-কুঁই, জেলকীয়া । –.. to wet slightly (916771; to dispirit texte ভঙ্গ কৰ, মন কোচ। - er n. that which checks থমকা, গতিৰােধক যতন । humidity জেকনি, জেলুকনি, সেমেকা গুণ। Damsel (eca) n. a young maiden tot ছােৱালী; যুৱতী। Dance (66**) v. i. to move to music with measured steps, to spring 216, CEO CH ---v. 1. to make to dance aga) movement with measured steps ath. atsa, নাচনী চেও। -cer n. one who dances নাচনী, নাচোতা, নাচনীয়াৰ। Dancing girl=নাচনীয়াৰ ছােৱালী, নর্তী। Dance of Death=মহাকালৰ ধেমালী। To dance attendance= আদেশ পালন কৰিবলৈ নিচেই সেভাও হৈ লগত ফুৰ, আজ্ঞাকাৰী

  • To lead a person a dance to

delude মিছা আশা দি কোনো কামত লগা, লগাইদি ৰং চা। To dance and pay the piper==নিজে কষ্ট কৰি মিছাই আনক পােহ। To dance on a rope=$16 71 To dance to one's tuner লােকৰ ইঙ্গিতত চল, লােকৰ কথাত উলাহ খা। Merry dancer=the meteoric lights scen towards the polar-region batamta i Dandelion (ডিিলয়ন) ০. a plant with yellow flower এবিধ কাচিদৰীয়া পাতেৰে হালধীয়া ফুল -9. the