পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Coquet ( 161 ) Corn 12. L 7. et a (কিতাপ)। v. t. to imitate, to write from an original নকল কৰ। —book আদর্শ- লেখা। -right গ্রন্থকাৰৰ স্বত্ব, কোনাে কিতাপ আকৌ দুনাই পাবৰ অধিকাৰ। --ist নকল নবিচ। -writer জাননী লেখাে। Coquet (4-676) v. t. to attempt to excite admiration or love শলাগ লবলৈ বা মৰম পাবলৈ চেষ্টা কৰ, মন ভুলবলৈ চা, লাহন লগ । ---0. t. to trille in love, to flirt with 1234 উলাই কৰ, সাহ-বিলাহ কৰি দেখা, লচ পচা, ৰচক- শচক কৰ, গা-ঘেলাই দেখ। -try . act of coquetting লাহ-বিলাহ, লচপচনি, গা জোকাৰণি। --quette s. vain woman, a flirt 1901, ৰচকী, দুলহী তিৰােতা। -adj. Coquettish ৰচকী । Coral ( কবে) n. a genus of animals and their shells growing in the sea পােৱাল, agai Coralline adj. of or like coral পােৱালৰ দৰে। Coral-reef পােৱাল গােটখাই হােত হাফলু । head পােৱাল মণি। Corbie (কবি) n. raven ঢোকাউৰী। messenger =যি দূত অতি পলমকৈ উভতি আহে অথবা একেবাৰেই উভতি নাহে। -steps -=-series of steps like projections on cither side of gable ঘৰৰ দীঘৰ পিনে খটখটিৰ নিচিনাকৈ সজা খলপাৰ শাৰী । Cord (কর্ড) small rope জৰী, ডোল। -age n. a quantity of ropes used for rigging ডােল-ফহটিবিলাক ; something rescinbling cord লেজুৰ দৰে পাক থকা কোনাে বস্তু, যেনে Spinal cord =ৰাজহাড়। Cordate (tt) adj. heart-shaped lcal or shell etc. কলিজাৰ আকৃতিৰ গছৰ পাত নাইবা সামুদ্রিক শামুক প্রভৃতি। Cordial ( #fötz). adj. hcarty, sincere আন্তৰিক, উৎসাহপূর্ণ, সৰল চিত্তৰ। . thing that cheers the heart গা জুৰ কৰা ঔষধ, বলকাৰক দৰব। -ity sincerity আন্তৰিক উৎসাহ, সৰলতা। —ly adv. অন্তৰেৰে, স্নেহেৰে, সন্তোষ মনেৰে, উৎসাহেৰে । (L. cor, cordis=heart.) Cordon (কর্ড) . ribbon as a badge of 21 | honour সম্মানসূচক ডোল বা ফিতা এডোখৰ ; a line of sentries guarding a pice sa চিপাহীদল, পল্টনৰ ঘেৰ। Broke through the cordon : পল্টনৰ ঘেৰৰ মাজেদি ওলাই গল। Cordovan { কউভেন্) . স্পেইন দেশৰ কৰ্ড। ভা! নামৰ ঠাইৰ ছাগলীৰ ছাল । als) Cordovain. Core (ক) . the fixeart অন্তর, হদয়, কলিজা thc inner part of a fruit কণ, গছৰ গুটিৰ শাহ। Cored adj. without core শাহ নথকা গুটি গুছোৱা। Co-relative sce Correlate. Co-religionist (4-f4f716897 U of the same religion একে ধৰ্ম্মৰ মানুহ, সহধর্মী। Co-respondent { কৰেচ পণ্ডেন্ট। nian sued for adultery -হণ মােকদ্দমাৰ পুৰুষ প্রতিবাদী। Corf ($25) n. cage for keeping fish alive in water পানীত মাছ জীয়াই ৰখা এবিধ সা; large basket formerly used for buling up coal from the mine was 572 961 3011 ভৰাই ওপৰলৈ উঠাই আনিব পৰা এবিধ পুৰণি- কলীয়া পাচি। Coriander (*f71cta; 1. aromatic plant and its seed ধনীয়া বা মেমে, ধনীয়া গুটি। Corinthian (কৰিন্থিয়ান্} alj. গ্ৰীচ, ৰাজ্যৰ কৰিন্থ নগৰ বিষয়ক । Cork (**) a species of oak tree or its bark কর্ক, গছ বা তাৰ ছাল ; a sloper ঠিলা, সােপ । -v.l. to stop with a cork at 72, 641941 CHI ---screw 1. a screw for drawing corks frofit toottles ঠিল। মেলা, বটল খােলা যতন বা জোহৰ । Cormorant ( কর্মৰেণ্ট} . a kind of voracious sea-lpirds এবিধ বৰ কুৱা চৰাই ; a glutton খকুৱা মানুহ। Corn ( কন) 11. a grain, grain of all kinds ধান-চাউল আদি শস্য, শহ। —-.t. to preserve grains with salt লােণপানী চুটীয়াই ৰাখ। --bin বাখৰু, গুটি ধানৰ ~~ field খেতি কৰা পথাৰ। --chandler ধানৰ বেপাৰী। -flow গেমধানৰ পিঠাগুড়ি। ---ty ধানখােৱা পােক। R. 2 a any. a