পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Consortium ( 154 ) Construct n. associate wil) লগলগ। In consort=in company লগে-সঙ্গে, মিলেৰে, একেলগে। Consortium (কনচৰটিয়া ) co-operation of several powers to effect some common purpose কোনো উমৈহতীয়া উপকাৰ সাধনৰ নিমিত্তে ৰাজশক্তিবিলাক বা কোনো প্রধান ব্যৱসায়ৰ লােক একেগােট হওন, যুটিয়া ৰাজশক্তি। Conspectus ( কনস্পেকটচ) n. a synopsis সংক্ষিপ্ত 1 Conspicuous (কন্‌স্পিকিউঅচ) ad). visible, prominent, প্রকাশ্য, চকুৰে দেখা, স্পষ্ট, ওখ। - cuity, cuousness n চকুত পৰা অৱস্থা, ফটফটীয়া গুণ। --cuously adv. সকলােৱে দেখাকৈ ; প্রকাশ ৰূপে ; ওলাই থকাকৈ। To be conspicuous by absence== অনুপস্থিত থকা বাবেই সকলােৰে মনত পৰ । Conspire( $704312-) v. i. to flot, to unite for an evil purpose চক্রান্ত কৰ, ষড়যন্ত্র কৰ, অভিসন্ধি কৰ, ফাংপাত। racy it. a plot ষড়যন্ত্র, কুমন্ত্রণা, beta, FRI --ration . -rator n. চক্রান্তকাৰী, কুমন্ত্রণাকাৰী। Constable ( কষ্টেবল) . a police-officer, a policeman শান্তিৰক্ষক, পুলিচ, কনিষ্টবল। -bulary n. the police forces in a town শাস্তিৰকদল । Special constable=বলেৰে পতা শান্তিৰক্ষক। Outrun the constable=to go too fast 47 6391 C; to get into debt ধাৰ লগা। Constant (*) adj. firm, unchangeable, faithful অটল, অলৰ, নিত্য সৰচৰ নােহােৱা, Constancy fixedness স্থিত। —ly adv. invariably হেদ-ভেদ নোহােৱাকৈ, একেৰাহে, ঘনে-ঘনে, বাৰেপতি । Constellate (কন্সটি’লেট) 0. 1. or cluster 19-21-llation n. a group of stars গুপখাই থকা তৰবিলাক, নক্ষত্রপুঞ্জ, রাশিচক্র ; কুকুৰবাহী তৰা; an assemblage of distin- guished persons কোনো গুণৱত লােকসকলৰ মেল। (L. con==together; stellare stella =a star.) Consternation (pagtatawa) n. dismay ET; বিস্ময় ; astonishment পেপুৱা অৱস্থা Constipate ( কষ্টি’পেটু) , 1. to stop up, to make costive বন্ধ কৰ, কচা কৰ, কোষ্ঠবদ্ধ কৰ। pation a. constiveness শৌচ বন্ধ, কচা, শৌচ খােলোচা নোহােৱা অৱস্থা : অস্থিলা হােৱা । Constitute (কন্‌স্টিটিউট, ) 10 Sct up to cstablish সংস্থাপন কৰ, পাত ; to form or compose সংগঠন কৰ, হ; to appoint নিযুক্ত কৰ, মনােনীত কৰ। —tuency n. the whole body of electors for the member of a parlia- ment পালিয়েমেন্ট মহাসভালৈ সভ্য মনােনীত কৰা কোনাে এঠাইৰ লােকসমূহ। --tuent. am clector উক্ত সভাত মেম্বাৰ হবলৈ মত দিয়া কোনাে এজন ; an essential part সাৰ অশ। """"(i). essential, component way, atsfonta, 712 : ---tution 11. the act of constituting 98159 ; *f<n; the frame of body or mind শৰীৰ বা মনৰ স্বাভাৱিক অৱস্থ, স্বাভারিক আকাৰ-প্ৰকাৰ, গঠন ; a for (of government মূল শাসন-প্রণালী; a particular lau o' usage Tagjafi ara faga! --tional adj. inherent, natural ওপজাৰপৰা থকা, স্বাভাৱিক ; essential লাগতিয়াল ; মূল নীতি বিষয়ক ; physical শাৰীৰিক ; consistent witl: laws শাসন সম্বন্ধীয় নিয়মাধীন, মন্ত্রীসভাৰ মতমতে চল।। ('onstitu- tional form of Government ৰজা-প্রজা উভয়ৰ মতামত থকা শাসন-প্রণালী, যেনে ইংলেণ্ডৰ । Constituency নির্বাচন ক্ষেত্র। Constrain ( * ) v. t. to urge with force, to compel বাধ্য কৰ, বলেৰে কৰা ; to (onfine, to limit সীমাবদ্ধ কৰ, আটক কৰ। Constraint f. compulsion atot, 40973719; confine- ment 10* ; repression qui Constrict (99-) v. t. to press together, to cramp to, 679901 --tion n. compres- sion, tightness সঙ্কোচ, আটন। Constringent ( 4-Cot) adj. having the power of contracting সঙ্কোচক, চাপখুৱাৰ পৰা ; কোচ খােৱা। Construct (2014.) v. t. to build up, to make সাজ কৰ, নিৰ্মাণ কৰ, তৈয়াৰ কৰ। এtion 1. the act of forming or constructing সান, তৈয়াৰ কৰণ ; structure গাথনি, নির্মাণ। স্থায়ী। দায়িত্ব ; n. .