পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Conduce ( 148 ) Confide n. a to or Conduce ( কন্-ডিউচ) v. i. to tend to সহায় হ, উপকাৰত আহ, কোনাে উদ্দেশ্য সিদ্ধি কৰিবলৈ ঢাল Content - cible,-cive adj. tending to pro- mote উপকাৰজনক ; beneficial উন্নতিকাৰক। Conduct (-09) v. t. to lead, to guide, to manage চলা, নির্বাহ কৰ, বাট দেখুৱা ; behave আচৰণ কৰ, আচৰ। ft. management পৰিচালন, তদাৰক ; behaviour আচৰণ, আচাৰ- ব্যৱহাৰ, চলন-ফুৰণ; guide পৰিচালক। —thon n. act of transmitting (as heat) পৰিচালন। -tor n. the person or thing that con- ducts, a leader প্রবাহক, এঠাইৰপৰা আন ঠাইলৈ চলাওঁতা, পৰিচালক, নায়ক। Conduct sheet= a record of soldier's offences and punish- ment চিপাহীৰ দায়-জগৰ লিখি থােকা বী। Conductivity n. the power of transmitting heat or electricity তাপ বা বিদ্যুৎসঞ্চলান শক্তি। To conduct a case=মােকর্দমাৰ তদবীৰ কৰা বা চলা। Conduit ( কন্-ডিট) n. a waterpipe or a canal পানী যােৱা নলা বা খাল। Condyle (কনড়াইল) n. ball at the end of a bone which forms joint with a socket of another bone হাড়ৰ সন্ধিস্থলত থকা ঘূৰণীয়া লেকেটীয়া ৩টি। Cone (*) n. a soild figure with a circular base tapering to a point at the top srca ক্রমে জোঙা হৈ যােৱা ঘূৰণীয়া গােটা বস্তু। —nic or -nical adj. tapering like a মে ওপৰলৈ চিয়া, আপিটুপীয়া। Conics n. টুপীয়া জ্যামিতি । Conic finger শাজীসিৰীয়া আঙ্গুলি। Coney sec Cony. Confabulate ( ąsfat'cut ) v. i. to chattoge ther মেল পাত, গল্প কর। -lation . কথনমথন, আলাপ। Confect ( 4-) v. t. to prepare with sugar চেনিৰে তৈয়াৰ কৰ, মিঠাই তৈয়াৰ কৰ। -tion v. t. to prepare sweetmeats Pay fait coz $71 --n. fasteiber 1. one who makes sweetmcats মিঠাই কৰোতা, মিঠাইলা। -ery 16. the business of a confectioner, or his shop মিঠাইৰ বেপাৰ, মিঠাইৰ দোকান। -ary n. a place where sweetmeats are prepared fætt3 তৈয়াৰ কৰা ঠাই, মিঠাই, মিঠাই আলা। Confederacy ( কন্-ফিড-এচি) mutual contract or league, persons state united by a league সব্ধি, কোনাে কামৰ নিমিত্তে দল বান্ধন, সহযােগ, একেগােট হােৱা লােকসকল বা atafute; a conspiracy efenfri ---rate n. an ally মিত্র, সঙ্গী, সহায়কাৰী, গভাইত। adj. allicd একেগােট হােৱা, লগৰীয়া। -u. t. or v. i. to league together গােট বান্ধ, গাতি বান্ধ, of 971991 -ration n. a league or alliance of princes or states পৰস্পৰে সহায় কৰিবৰ নিমিত্তে মিত্ৰতা, ৰজাসকলৰ ভিতৰত মিত্ৰসন্ধি । Confer (74-973) v. I. to bestow, to give 67, অর্পণ কৰ, দান কৰ। -0. i. ( with ) to consult together আলচ কৰ, পৰামৰ্শ কৰ, কথাবার্তা । –feree (ক-ফাই ) n. যাৰে আলচ কৰা হয়। —er n. যি আলচ কৰে বা পৰামৰ্শ লয়। এence t. an appointed mecting for consultation নিয়ােজিত আলােচনী সভা, মেল। -rable adj. Confess ( *-C1'5.) v. t. to own, to admit, to acknowledge something wrong 27 a, কাচ, দোষ গাত ল, স্বীকাৰ কৰ, কবুল কৰ। -edly adj. avowedly প্রকাশ্যমতে, জনাতকৈ। --sion n. acknowledgement of guilt (7, দোষ স্বীকাৰ, কবুল। -nal n. a place where confession is made to a priest f $150 খ্রীষ্টপুৰােহিতে পাপ স্বীকাৰ কৰায়। -sor r. one who professes the Christian faith $544 বিশ্বাসী। Confetti ( *6is ) n. paper imitations of sweetmeats flung at carnivals, or thrown at departing bridal pair after wedding বিবাহ অনুষ্ঠানত বৰ কইনাৰ গালৈ দলিয়াৰ পৰা কাণৰ মিঠাই ; আনন্দ-উৎসৱত পৰম্পৰে পৰম্পৰৰ গলৈ দলিওৱা কাগজৰ মিঠাই। Confidant (*-face) a bosom friend অতি বিশ্বাসী বন্ধু। Confidante Fem. Confide (qq-otte) v. i. (with, in ) to trust tully, to rely upon frente *71 -0. 1. to cone