পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Cockade [ 133 ] Coerce a a husk 72. quite sure নিচয়, নিঃসন্দেহ। —boat n. small boat wtfacato, ** ansi - loft n. a room in a house next the roof পকী-ঘৰৰ নিচেই ওপৰত কৰ কুঠৰী। Cock of the walk দলপতি। Cock and bull story=ফাং মৰা কথা, মিছা গল্প। Cock-a-hoop ==আনন্দত ডেওপাৰি উঠা। Cock of the school:-পঢ়াশালিত লৰাজাকৰ দলপতি। That cock won't fight= ই চাতুৰী নেখাটিব। Cockade (*'(45) 1. a knot of ribbon worn on the hat টুপীৰ ওপৰত লগােৱা চিন। Cockatoo ( *77-6) a species of parrots এবিধ শকত ভাটো। Cockatrice (*7*.05 ) n. a fabulous serpent নাগ, কাল্পনিক সাপ। Cocker (**19) v. 1. 10 fondle, to pamper আলহ-উদহ কৰ; ভাল বাছি খুৱা। --1. a small dog সৰু চিকাৰী কুকুৰ । Cocket ( **'@) n. a certificate from the custoin liousc বেপেৰুৱা মালৰ বাবে মাচুল লােৱা অফিচৰ পৰা দিয়া চাটিফিকেট । Cockle (467) n. weed among corn ofan বন ; a shell-fish এবিধ সাগৰীয় শামুক। -. i. to wrinkle কোচ খাই থােপা হই। -brained ভেবা, নির্বোধ। Cockney ( **fa ) 11. a townsman asap 0175; one born in London লণ্ডন নগৰত ওপজ।। Cockroach ( 355 ) n a kind of beetle 4501- চোৰা। Cockscomb (*75-471) the crest of a cock কুকুৰাৰ জ*; a fop ফুলবাবু ; the name of certain plants এবিধ গছৰ নাম ; ৰঙ্গামৰিচাৰ ফুলৰ দৰে ফুল। Cockswain sec Coxswain. Coco, Cocoa (**) n. a plam tree pro- ducing coco-nut cocoa-nut নাৰিকল গছ। Coconut-- নাৰিকল । Cocoa (*_*') n. the secd of the chocolate tree এবিধ গছৰ গুটি (ইয়াক চাহৰ দৰে খায় )। Cocoon (7) n. the shcath spun by the silkworm এড়ী বা মুগাৰ খোেলা, পলুৰ বাহ, লেটা। —ery n. এড়ী মুগা আদিৰ পুল পােহা ঠাই। Coction (*994) n. the act of boiling or cooking সিজোৱা বা তপতােৱ কাম, ৰন্ধন, পাক। Cocktile adj. hardened by fire to 67*1 বা পোকা। Cod, codfish ( কড়, কড ফিশ্ব) n. a kind of sea fish এবিধ ডাঙৰ সাগৰীয় মাছ ; চোকো। Cod-liver oil=কড-মাছৰ পিতেৰে কৰা ঔষধ। Coddle (7699) v. t. to fondle আদৰ কৰ, উলমুল। —n. a pampered being আলসুৱা দুৰ্বলী মানুহ। Code (35) n. a digest of laws; a systein of rules নিয়ম কানুন, বিধি-বিধান, সংহিতা। -ify v. t. to reduce to a আইনভুক্ত কৰ, নিয়ম বন্ধ। --telegram বিজুলী ডাকত দিয়া সঙ্কেত বাতৰি। -ification , আইনভুক্ত কৰণ। Codex ( 'কডেক্স) . a manuscript পাণ্ডুলিপি ; হাতে লিখা পুথি। pl. Codices. Codger'ক জ্জাৰ ৫. a near fellow ইতৰ জন। a (queer old follow অদ্ভুত ধৰণৰ বুঢ়া। Codicil (aftf67) n. supplement to a will উইনামৰ লগৰ ক্রোড়পত্র । Codilla ( ক'ডিলে) n. শন বা মৰাপাটৰ জবৰ ভাগ, জোখা। Co-eds (*'-9'25) n. (Slang) co-education মতা মাইকী একেলগে পঢ়া। Coefficient ( *'9f750.) n. that which co- operates with another thing সহকাৰী বস্তু ; (Afath.) a factor কোনাে সংখ্যাৰ গুণক। Coequal (4-1919) adj. equal with another যােৰৰ, সমনীয়া, একে শ্ৰেণীৰ লােক। —lity সমতা। Coemption ( ক’-এম-শ্ব) . the purchasing of the whole of a commodity cotal 78 থাউকতে কিনা। Coerce ('845.) v. t. to compel, to restrain by force জোৰ কৰ, বাধ্য কৰ, বলেৰে আটক কৰ 1 72 71 -cion n. restraint, forcible action বলাৎকাৰ, বলেৰে আটক কৰণ, জোৰজবৰ, দমন। --cive adj. compelling (**-**7, জবদন্তী, ক্ষমতপন্ন, দমনকাৰী। —ly ado. by force বলেৰে, ধৰি-বান্ধি। or