পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Claymore [ 127 ) Cleft , the human body গা, দেহ, ভেল। -ey adj. made or covered with clay মাটিৰে গঢ়া, 11 7 1 -sb adj. of the nature of clay 1162 173 1 Wet one's clay=to drink 1 Claymore (CC) n. a large sword ***** তৰােৱাল ; দীঘল বহল দা । Clean (1) adj. free from dirt fapt, fato, স; neat চাফচিকোণ, পৰিপাটি, পৰিষ্কাৰ, ফৰ- কাল, মুকলি, জৰাকা কঁৰা, আঁতােবা। —v. t. to free from dirt আঁতা, নিকা কৰ, পৰিষ্কাৰ কৰ। —ado. fully, entirely সম্পূৰ্ণৰূপে, একেবাৰেই, সমুলি, অলপো নেৰাকৈ। —ly adj., ado. pure, neat চাকচিকোণ; পৰিপাটিকৈ। -liness নিকা অৱ, নির্মলতা। –ing নিকাকৰণ। Have clean hands =-অপকর্ম কৰা দোষৰপৰা মুক্ত হ, বেয়া কামৰপৰা বিৰত হ। Make a clean breast of = to confess fully দোষ স্বীকাৰ কৰ, সৈ ল। To show a clean pair of beels =লৰি পলা, লৰি সা। Cleanse v. l. make clean *01, afast **, নিকা কৰ, কাৰ। Clear ( ক্লিয়েৰ) adj. pure নিৰ্ম্মল, নিজনি, ফট- ফটীয়া ; bright ফৰকাল ; open মুকলি, খােলা; free froun obstruction কোনো মস্কিল নথকা, বাধাবিঘিনি শূন্য ; transparent জলঞ্জলীয়া, ওলাই থকা ; distinct স্পষ্ট । —ly adv. distinctly, plainly স্পষ্টৰূপে, খােলাখুলিকৈ ; ফটফটীয়াকৈ ; quite সম্পূৰ্ণৰূপে। —v. t. to make clear, to free from obstruction মুকলি কৰ, পৰিষ্কাৰ কৰ, খালি কৰ, আজ, দোষ গুচা ; to settle ৰা কৰ; to make profit লাভ কৰ--যেনে, He clears five percent==তেওঁ শতকৰা পঁাচ টকাকৈ লাভ কৰিছে; to leap over ডেউ যা, জাপমাৰি 11 -v. i. to become clear or bright parin হ, নির্মল হ। যেনে, The weather clears up=বতৰ মুকলি হৈছে । –age . piece of land cleared if otstay to I --ance 1. act of clearing পৰিষ্কাৰ কৰণ; a permit to the ship জাহাজ যাবৰ নিমিত্তে দিয়া অনুমতিপত্র। ---headed adj. sagacious foota! --sigh- ted=gapatti --eyed adj. discerning 05101 দৃষ্টি থকা। —ing it. পৰিষ্কাৰ কৰণ, লিঙ্গ চাফ, কৰা মাটি, বেঙ্কৰ কাৰবাৰ চলােৱা নিয়ম। Clearing house=হণ্ডিৰ কাৰবাৰ চলােৱা লণ্ডনৰ এডােখৰ ঠাই।-away rubbish ==জাবৰ চা বা আঁতৰ কৰ। -off a debt=770,77 277 1 ---up a point =কোনাে বিষয় খােলোচা কৰ, কোনাে কথাৰ খুকুৰি মাৰ। —the land হাবি ভাঙ্গি মাটি উলিয়া। –out from this place=be off এই ঠাইৰপৰা আঁতৰি যা। Clear the way=বাট মুকলি কৰ, বাট খুলি দে। The coast is clear == আৰু কোনাে বাধা- বিঘিনি নাই। away স্থানত্যাগ কৰ; খােৱ মেজৰপৰা খাদ্যদ্রব্য আঁতৰা আঁতৰ হ। -goods মাল খালা কৰ। —Ship for action=যুদ্ধৰ নিমিত্তে জাহাজক সাহু কৰ। Clearance sale =গুদাম আজৰােৱা, দোকান আহৰােৱা বিক্রী। Line clear == বাট ভাল বুলি ৰেল যাবলৈ দিয়া সতে। Cleat (fo) n. wedge; piece of iron or wood bolted on for fastening ropes 3144 1 লােৰ খুটি, কাঠ জোৰ দিয়া লােৰ কুটকী। Cleave (1979) v. t. (pa. l. Clove or Cleft ; pa. p. Cloven or Cleft) 10 split, to divide দুফাল কৰ, ফাল। --. i. to part asunder চিটা হ, ফাট মলে। --able adj. capable of being cleft #tfaa 21 1 --age n. quality of spliting up naturally আপােনাআপুনি ছিটাছিট হােৱা গুণ ( শিলত খাটে )। -er n. one who or that which cleaves যি ফালে বা যিহেৰে ফলা হয় ; a butcher's instrument একৰকম মঙহ- কটা কটাৰী। --ing u. ফল করা। In & cleft stickলৰিব-চৰিব নােৱাৰা ঠাই ত, মহা মস্কিলত। Cleave (plis) v. t. (pa. t. Cleaved or Clove ; pa. p. Cleaved) stick, to adhere জোৰা লগা, জোৰ খুৱা। --ing . জোৰ দিয়া কাৰ্য। Cleek (19) . an iron licaded golf club আগটো লােহাৰে তৈয়াৰী গলফ খেলাৰ লাঠি ।


v. 1. to scize mtaf6 **; to look $107161

লগ। Clef () n. it character used to show the key in music: বাদ্যযন্ত্ৰৰ গতৰ সুৰ বুজোৱা to Cleft (CET) n. an opening male: ly split