পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Chimera [ 119 1 Chitin 17. a Chimera ( কাইমি) 0. a fabulous monster এটা কাল্পনিক আচৰিত জন্তু যাৰ মূৰটো সিংহৰ নিচিনা, গাটা ছাগলীৰ নিচিনা আৰু তলডােখৰ সাপৰ নিচিনা তদুপৰি মুখেদি জুই ওলাই থাকে ; a vain idle fancy 98 faut Pall -ical adj. fanciful, highly imaginary facts অসম্ভৱ, কাল্পনিক । Chimney (চিনি) passage for the escape of smoke either of a lamp or of a hearth ধোৱা ওলাবলৈ কৰা চুঙা বা চুঙী, ধোৱা যােৱা নলী লেম্পৰ চুঙী। piece জুই ধৰা ঠাইৰ ওপৰে চিমনীৰ কাষত ই সি থবলৈ লগােৱা কাঠৰ যতন । Sweeper চিমনী চফা ৰাখোতা। —shaft ঘৰৰ ওপৰে ওলাই থকা ধোৱা যােৱ নলী । (pl.) -S. Chimpanzee (foncer quant) n. a kind of African ape আফ্রিকা দেশৰ হলো বান্দৰ। Chin (font) n. the projecting end of a face খুৰী, খেতাে। China (667021) n. fine earthen ware fat মাটির পাত্র। Chinchilla ( চিনচিলা ) n. rodent of peru, about the size of a squirrel (***Gats নিচিনা পেৰ এবিধ জন্তু the soft grey fur of this animal উক্ত জৰুৰ ধােৱাষৰনীয়া কোমল নােম। Chinese (চাইনিজ) n. a Chinamen চীনদেশীয় বিদ্যা ; oferi -v. t. to cut into small pieces #71 টুকুৰ কৰ, ডোখৰ ডােখৰ কৰ, খুতুবিয়া। —py adj. full of chips (61431 CCT** ; seedy on account of excessive drinking 1909013 গুণত হোৱা অসুখ বা মূৰঘূৰণি। A chip of the old block=son resembling father acafo চাই পােৱালি, বাপেকৰ গুণ থকা লৰা। Chippendale ( 66.871) n. drawing-room furniture of a light style পাতল বৈঠকখানাৰ চকী-মেজ। Chirl (6614) o. i. to utter musically 69- গুণা। Chirm (551* ) v. i. to chirp fo'font Chirognomy (কাইৰগনমি) n. palmistry হাত চোৱা বিদ্যা, সামুদ্রিক। Chirology ( 136419.6) n. the art of con- versing with the hands or by signs ঠাৰ-চিয়াৰেৰে কথা হোৱা কৰপৰ (G.K.) kreir=hand. Chiromancy see Cheiromancy. Chiropody (f2631975) n. treatment of corns, bunions, warts etc. ofte fara foto corpo মাৰি হােৱা টোপৰ নাইবা নখচুকীয়া ৰােপৰ চিকিৎসা। —podist=উক্ত ৰােগৰ চিকিৎসক। Chirp (56157) v. i. to make the noise of small birds কিকিয়া, চিচিয়া। চিয়নি, কী-কিয়নি। -ing adj. or part. n. কেঁকেঁচা, চটচটীয়া ; cheering প্রফুল্ল ; the cheerful noise of birds চৰাইৰ মাত। Chirrup (faty) 0.i. to chirp or cheer up চোপনি মাৰি খেদা, চুকচুকা। Chisel (FC) n. an iron tool for hollow- ing out wood adat--v. 1. to cut with a chisel বটালীৰে খােল বা খােলনি দে। Chit (চ্চিটু) n. a note টোকা, চিঠি ; a lively young child চটফটীয়া কচুৱা। Chitchat (16666505) n. an idle talk wat ভিতৰুৱা আলাপ। Chitin ( কি টন) n. hard substance which covers the bodies of certain invertebrates forming the shell কিছুমান মেৰুদণ্ডহীন প্রণীৰ দেহৰ বহিৰাৱৰ খােলা। চী Chincough (1669F75) n. the whooping cough কাহ বেমাৰ, ঘুষ্ঠ, খেহৰোগ। Chine (58134) n. the backbone of an animal ৰাজহাড় ; পহুৰ চান ; বাটি। Chink (6) n. a small opening 761, FIG I -0. i. to crack #16 (2011 --y adj. (972 ৰেঙীয়া, জলঙ থকা। Chink (166*,) n. the jingling sound as of coins টিং টিং শব্দ, টি-টিগুনি। Chintz (166) n. a cotton cloth in several colours হিট কাপােৰ, কে বা ৰঙৰে কপাহী কাপােৰ। Chip ( চিপ) . a small piece of wood or anything cut off টুকুৰা, ডুখৰীয়া বস্তু, ডােৰ,