পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Chapel ( 114 ) Charily a সৰৱালর মুঠিৰ পিনে থকা খাতুৰ আগুঠি বা হাকোটা। Chapel (CC) n. a place of worship atats নামঘৰ, গীর্জা থাপনা থকা ভাগ। —n. a body of musicians বাজনা বজোৱা লােকসমূহ। Chaperon (শেপ) n. one who attends a lady as protector কোনাে তিৰােতাৰ ৰকস্বৰূপ লগৰীয়া। Chaplain (66692277) n. a clergyman attached to a regiment, a public institution private farmily সাধাৰণ পিৰী চাহাব, খ্রীষ্টীয় ধর্মোপদেশক। Chaplet (556960'C) n. a garland or wreath for the head মালা; rosary জপমালা। Chapman (পেমেন্) n. a pedlar ঘৰে ঘৰে ফুৰা বেপাৰী, ভাচনীয়াৰ । Chapter ( পেটাৰ) n. a division of a book আধ্যা, অধ্যায়, পৃথিৰ হেদ ; an organised branch of some society কোনাে ধর্মবিষয়ক সভা। Chapter house=ধৰ্ম্মযাজকসকলৰ পাঠ- বৰ। Chapter of accidents=ভবিষ্যৎ ঘটনাৰ utfi To give chapter and verse=Catrall উৰি সমৰ্থক সকলােবিধ প্রমাণ উল্লেখ কৰ। Char ( 501a:) v. t. to burn to carbon fa ett

    • ; to scorch (60 (See also Chare).

Character ( কেৰেক্টৰ) n. a letter আখৰ, হৰফ ; a symbol in writing foa ; the manner of writing লেখাৰ ধৰণ, হাতৰ আখৰ ; the pecu. liar quality of a person, thing, or nature চৰিত্ৰ, স্বভাৱচৰিত্ৰ, বস্তুৰ ধৰ্ম, গুণ; moral qualities সুচৰিত্ৰ, ভাল স্বভাৱ ; official position or rank; 41, 49, foroth; the particular part taken in a play ভাৱনাৰ ভাও; certificate প্রশংসাপত্র ; an imaginary person created in a play or novel নাটক বা উপন্যাসৰ চৰিত্ৰ, নায়ক বা নায়িকা। -rise v. t. to describe by peculiar qualities, to delineate face 99 দেখুৱাই বর্ণনা কৰ, চৰিত্ৰ-অঙ্কিত কৰ, ৩৭ বখান। -ristic n. that which marks character স্বভাৱ, অস্বাভাৱিক অণ, বিশেষ লক্ষণ। tic, cal adj. marking the peculiar nature 75177 চিনাকি দিয়া, স্বভাৱ বুজোৱা। A man of chark- eter=সজ, চৰিত্ৰৰ লােক। A bad character= বদমাচ, বদনামী মানুহ। in character=appro- priate অবিকল, ঠিক। Charade (শ্বে'ৰেড) n. a riddle একৰকম সঁথৰ। Charcoal ( 56727) n. coal made by burning wood costz Chare, Char (567) n. an occasional piece of work খন্তেকীয়া বা খুচুৰীয় কাম বা বন। Char- woman=দিনীয়া চাকৰণী। Charge (576) u. 1. (with) to load, to fill 57, খাজ, পূৰ কৰ; to lay on অর্পণ কৰ, ভাৰ দে ; to command 179 *; to impose as a tax ধার্য্য কৰ, লগ; to entrust to জিম্মত ৰাণ, কাৰৰ হাতত ৰাখ, গহ; (on) to bring an accusation দোষী কৰ, অপবাদ দে, বদনাম দে, জগৰ ধৰ, গোচৰ কৰ; to set to in an account হিচাপত পেলা। 0, 1, to attack আক্রমণ কৰ। -1. anything given to one's custody or care কাৰো হাতত বা জিম্মাত ৰখা বস্তু বা লোক, কাৰাে তদাৰকত ৰখা বস্তু ; custody জিম্মা, তদাৰক, হাওলাত ; cost 179; the load of powder for a gun বন্দুকৰ ধাৰৰ জাই; attack আক্রমণ; care as of an office কোনো কাৰ্য্যৰ command আশে, হুকুম ; an accusation দায়, জগৰ, অপবাদ, গােচৰ; (p.) expenses চ, ব্যয়। -able adj. liable to be char- ged গচাবলগীয়া, অপৰাধী কৰিবলগীয়া; দায়ী ; খৰচ পেলাবগীয়া। er n. a large dish ডাঙৰ ta ; a war-horse & How much do you charge for it ?=tat যাবে কিমান বিচাৰ। ইয়াৰ বাবে তােমাক কিমান 1794 ? He has been charged with mar- der=তাক হত্যাৰ অপৰাধত পেলাইছে বা দোষী কৰিছে। To give in charge=পুলিছৰ হাওলাত কৰা বা জিম্মাত দিয়া। Charge sheet= অপৰাধীৰ নাম আৰু অপৰাধৰ তালিকা। In charge of= তত্বাৱধানত। Charge-d'affaires (616-for QZPU17) n. a deputy ambassador তলখাপৰ ৰাজকীয় দুত বা কটকী দূত। Charily (coofafor) adj. frugally mafuta, ৰাধ ঢাককে। ভাৰ;