পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ceremony [ 111 ) Chair v. onc a এদিন। ক্রিয়া। Unconscious cerebration= অলাভাবে হোৱা মস্তিষ্কৰ ক্রিয়া। Ceremony (চে'ৰিমনি ) n. a sacred rite সকাম, পূজা, সেৱ', ধৰ্মকৰ্ম্ম, সবাই ; an empty outward form বাহিৰা ক্রিয়াকাণ্ড; pomp আয়ম, আড়ম্বৰ, 171 --nious adj. particular in observing formality, formal, exact নৈষ্ঠিক, নিয়মিক সদাচারী, দস্তুৰমত। —ly নিয়মৰ ব্যতিক্রম নকৰাকৈ দমতে। Master of ceremoney= দ্রষ্টা, বৰ্ম্মৰ অধিনায়ক, সদস্য । To stand upon ceremony -- শিষ্টাচাৰ পালন কৰ। Cerography (16-3121-c9f3 ) n. art of engrav- ing on wax মমৰ ওপৰত নক্সা কটা বিদ্যা। Certain ( চার্টে। adj. sure, undoubted সঁচা, ধুপ, নিশয়, নিতান্ত, ঠাৱৰ ; fixed ধৰা-বন্ধ fa; resolved feats, 2160: ; some কোনাে এটা, কোনো কোনাে ; এ ( =এক); ছি, On a certain day = এদিন, কোনো Certain person = কেইজনমান কিছুমান মানুহে, কোনো কোনো মানুহে। -ty n. assurance ঠিক, ঠিকানা, ঠিক ঠাক, নিশ্চয়তা। —ly adv. truly সঁচামচিকৈ, নিশ্চয়কৈ, খাটাংকৈ, অৱশ্য । For certain খাটাংকৈ, ছিদংকৈ, ঠাৱৰকৈ। Certificate ( চাটিফিকেট) n. a testimonial in writing শলাগনী-পত্র, প্রশংসাপত্র। –fy .. to testify in writing, to make known as certain শলাগনী-পত্র দে, ভাল বা সঁচা বুলি ক। -fier n. 77191011-90 201 -fied মােহৰী, স্বাক্ষী। Cerulean ( চিৰিউলিয়ে ) adj. dark bluc নীলবৰণীয়া। Cerumen (foac1'?) waxy matter in the car কামাকৰি। Cervical (fea) adj. belonging to the neck ডিঙিৰ, ডিঙিসম্বন্ধীয় । Cervine ( 677515a ) adi. pertaining to a deer হৰিণা-পৎ সম্পকীয় ; like deer হৰিণাৰ দৰে। Cess (চে'চ) n. a tax কৰ, মাচুল। --. . to impose a tax কৰ লগা, মাচুল লগা ; উপকৰ। Cessation (1876) n. act of ceasing, rest বিৰাম, এৰণ, বিৰতি, শান্তি, জিৰণি, প্রতিক্ষণ (see Cease ). Cession (CE) n. a giving up, surrender ত্যাগ, সমর্পণ। (see Cede) Cesspool (চে'চপল) n. a ditch in which filthy water collects (975 1971 Chafe (551) 1. to make warm by rubbing ঘহি বা মােহাৰি গৰম কৰ, ( at or against ) to fret (6'171, cetat; to wear by rubbing f rufaali v. i. to rage -n. heat caused by friction 019; rage ** Chaff (65) . the husks of grain gir, চোকোৰা ; worthless matter জাবৰ-ভভাবৰ ; a banter চুপতি কৰ, জোকা খেজাল। চোকোৰা থকা, অকাৰী। —er v. t. or v. i, to bargain, to haggle about the price (***** কৰ, খট বন্ধ কৰ, দৰা—ery বেচা-কিনা। Chaffinch (56726) n. little songbird সুৱা মাতেৰে মত সৰু চৰাই । Chagrin (শ্নেগ্রি) n. ill-humour, vexation যি কথাই মনত বিৰক্তি লগায়, বিৰক্তি, আমনি, অসন্তোষ, হতাশ। —-. t. to vex বিৰক্তি লগা, আমনি কৰ, জোকা । Chain (a) n. a series of rings or links arranged in a line জিজি'ৰি, শিকলি ; (মাটি পিয়লত ১ চেইন =১০০ লিচ=৬৬ ফিটু =১৩-২ ইঞ্চৰ ৫ টাৰ বা নল); a number of things arranged one after the other atra, 917, লাট ; anything that binds বন্ধন, আটক। to restrain বান্ধ, আটক কৰ। -ed adj. fastened with a chain fuafa 01191101, শিকলিৰে বন্ধা। -stich আঠিৰ দৰে ঘূৰণীয়া মাজত বিন্ধ। থক। সিয়নি। —work -a network সূতা বা জৰীৰে জালৰ দৰে গঁথা কম। -bridge== a suspension bridge আলামতে, শিকলিৰে ওলোমাই কৰা দলং। ---man 17 (9191 fifa টন মানুহ । To put in chain = ফাকেত দে, কইদ কৰ। In the chain of arrangement= সেই বশৱস্তৰ বাটত বা লানিত। Chair (656914 ) n. a moveable seat with a back to it মাচিয়া, চকী ; an official scat কোনাে ক্ষমতাবান বিষয়াৰ আসন ; a president