পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Cartography ( 103 ) Caserne Cartography (16anfo) n. map-making pa- চিত্রাঙ্কন । Cartographer=মানচিত্র আকোতা, মানচিত্ৰকৰ। —ic adj. মানচিত্র সম্পকীয়, মানচিত্রবৎ। Cartomancy ( কার্টমেন্সি ) divination by playing-cards তাচ-পাতৰ সহায়ত মঙস চোৱা n. বিদ্যা। a Carton ( + ) n. box made of card-board ডাঠ কাগজৰ বাকচ ; a white disc within the bull's eye of a target staat 44 71 71a7 মাজত আঁকি থােৰা ঘূৰণীয়া বগা ঠাইডােখৰ। Cartoon (1848) n. a design on strong paper for fresco or tapestry দেৱালৰ ওপৰত বা দেৱাল সাবৰ নিমিত্তে কাপােৰত চিত্ৰ কৰিবলৈ তুপাতত আঁকি লােৱা নক্সা ; any large sketch or design on paper for comic paper ধেমেলীয়া খবৰৰ কাকতত প্ৰকাশ কৰিবলৈ আঁকা চলিত কোনো ঘটনাৰ চিত্রপট। --. t. to inake cartoon f622 st *; to caricature by a cartoon চিত্র আঁকি নিন্দা কৰ। --nist n. চিত্ৰৰ আৰ্হি তাের্সোতা; চিত্র আঁকি ভেকুচালি কৰা লােক। Cartouche (16)) 1. a case for musket balls cartridges বন্দুকৰ কাৰ্টেছ ৰখা মােনা। Cartridge (কা ট্রিজ্ঞ) . case containing the charge for a musket বন্দুকৰ কার্টে। Blank cartridges গুলি নথকা কার্টেং। Ball cartridges খাৰ গুলী দুয়ােবিধ থকা কার্টেছ । -paper মহৰীয়া বৰণৰ ডাঠ তুলাপাতৰ কাটি ছ কাগজ। Carve ( 316.v. t. to cut wood, stone etc. into devices কাঠ বা শিলত মূর্তি বা নক্সা কাট ; to cut up meat into slices মঙহ খুতুৰিয়া ; to distribute কাটি ভগা। —ver t. a sculptor বাঢ়ৈ, ধনিকৰ; a carving knife মঙহ কটা ছুৰি। -ing n. the act of cutting up meat 963 ধুতুৰিওৱা কাম ; the art of carving wood or ivory কাঠৰ বা হাতীদাতৰ নক্সা কৰা বিদ্যা। To cut and carve=to refine মিহি কৰ। To carve out =যত্নৰ দ্বাৰা লাভ কৰ। To carve one's way=যাট উলিয়াই ল, কোনাে এটা উপায় Cascade (কেকেড) n. a waterfall জলপ্রপাত, ওখ ঠাইৰপৰা খাপে খাপে বাগৰি অহা পানী । Case ('6*5).m a covering box or sheath বাহ, খাপ, টেমা, মেৰ, চুঙা, খােল, বাকচ, মােট, সাফৰ, গিলিপ, ঢাকনী। harden v. t. to make hard the outside ওপৰ ফালে টান কৰ, ওপৰে তী লগা । knife ধাপত থােৱা দা বা কটাৰী । Case-law=law with a settled precedent

  • 12-ment=the frame of a win-

dow খিড়কী দৰ্জাৰ চৌকাঠ। history -পুৰুষ- নামা। Case ('675) n. event aday; particular state or condition অৱস্থা, ভাব, দশা ; a legal statement of fact, a suit (97164, মােকদ্দমা ; a subject of inquiry (+1671 মীমাংসা কৰিবলগীয়া বিষয় ; a question বিচাৰ্য্য fant; a person under medical treatment চিকিৎসা কৰি থকা কোনাে বেমাৰ বা নৰিয়া ৰােগী (gram.) the infection of nouns *17* (যেনে কর্তা, কর্ম ইত্যাদি)। In any case= at all events যেই হােক, যেনেতেনেকৈ, কোনােমতে। In case-=যদি, কেনেবাকৈ (এনটে। 869 ), sagte i To make out one's case= কোনো বিষয়ে ভাল প্রমাণ বা যুক্তি দেখা। Case is serious=বেমাৰ সাঙ্ঘাতিক। Casein (cafon) n. the curd, or the gulable substance contained in milk গাখীৰৰ দৈ মৰ ভাগ, ক্ষীৰ । -ous adj. per. taining to cheese (3311 Casemate (কেচ-মেট) vaulted chamber ঘূৰণীয়াকৈ কৰা অভেদ্য কুঠৰী। Casement { কে’চমেন্ট) n. window made to open like a door, though not reaching to the ground, hung on hinges from sides of opening দুৱাৰৰ নিচিনা মেলিব পৰা খিৰিকী; বাতায়ন। Caseous (font) adj. cheeselike ; bling cheese in texture দেখাত পনীৰৰ নিচিনা; ননীসদৃশ । Caserne (কোর্ণ) n. barracks; soldiers' quarters in a fort-area সৈন্যৰ চাউনি ; দুর্গ- অঞ্চলত সৈন্যসকল থাকিৰ পৰা ঠাই। a coa- a resem-