প্ৰাণীতাr
শীতপ্ৰধান দেশলৈ, কিছুমান পৰ্বতীয়া ঠাই৭ৈ, মানবিলাক ভৈয়ামৰ ফানে,
এই ॥ৰে দিহাদিহি গল। যিবিলাক পৰাতিপূৰ্ণ ঠাইবোৰলৈ গল সিহঁতৰ
ভিতৰত যিবিলাক আৰোগ্য লাহিল সিবিলাক মৰিল। সেই দৰ গীত
প্ৰধান ঠাইলৈ যোৱা বিলাকৰ মাজত যিবোৰ নোমাল আছিল বা যিবিলাকৰ
জাৰ গুচাঘৰ কোনো উপায় আছিল সিহঁত বল বাকীবিলাকে লোপ পালে।
এইদৰে যিবিলাক ঠাইৰ প্ৰাকৃতিক অৱস্থাৰ উপযোগী হোৱাৰ বাবে তিটিল
সেইবিলাকে সেই ঠাইবোৰতে খাকি বেলেগ বেলেগ বিশেষত্ব আনিলে।
সেইবোৰ বিশেষত্ব পুৰুষানুক্ৰমে প্ৰাণীবিলাকৰ মাজত চলি আহি সিহঁত
এক বেলেগ জাতৰ প্ৰাণ হৈ উঠিল। এই দৰে কোনো কোনো শ্ৰেণীৰ
একেবাৰে লোপ হৈছে, কিছুমানে কোনো বিশেষ ঠাইত পৰি সেই ঠাইৰ
উপযোগী হোৱাত তাতে কোনো বিশেষ গুণ অধিকাৰ কৰি এক শ্ৰেণী
নতুন জীৱৰ পৃষ্টি কৰিলে।
প্ৰাকৃতিক নিৰ্বাচন ৰোলাত কি বুজা যায় তাৰ অলপ ভূ বোধ কৰেভিন্ন।
পোষ গৈছে। জাগেয়েই কৈছো যে নানা কাৰণৰ বাৰে জীৱবিলাকৰ
মাজত বছত প্ৰভেদ জন্মিছে। প্ৰত্যেক শ্ৰেণী জীৱৰ বেলেগ বেলেগ ফালি
পৰিবৰ্ধন হোৱাৰ বাবেই এনে প্ৰভেদ হৈছে। এই পৰিবৰ্ত্তনবিলাক কিছুমান
জীৱৰ নিমিত্তে উপকাৰী আৰু কিছুমানৰ অনিষ্টকৰ। এই অনিষ্টকৰ পৰি
বৰ্জনবিলাক এৰি উপকাৰী পৰিবনেবিলাক এক অ্যাচৰিত প্ৰাকৃতিক নিয়মৰ
দ্বাৰাই ৰখা হয়। ইয়াকে আমি প্ৰাকৃতিক নিৰ্বাচন বুদিই। বিবিলাক
জীৱৰ উপকাৰী পৰিবৰ্ত্তন নহৈ কেৱল অনিষ্টকৰ পৰিৱৰ্ত্তন হা, সিহঁত তিটিব
নোৱাৰে, কালত সিহঁতৰ বিনাশ হয়। এই দৰে একো শ্ৰেণীৰ জীৱ আহুৰি
ধাযুক্ত অৱস্থাত থকাৰ নিমিত্তে লোপ পাই জীৰাওলীৰ একোটা শ্ৰেণী হীন
কৰিছে। লোপ পাই যোৱা প্ৰাণীবিলাক জাক টুনাই পৃথিবীত গোৱা,
কাৰণ প্ৰাণী-সূত্ৰৰ পৰা সিহঁত ছিগি পৰিল। এতিয়াও ভূগঠৰপৰা দখয়ে
সমৰে সেই লোপ পোৱা প্ৰাণীবোৰৰ কিষানৰ চিন দেখিবলৈ পোৱা যায়।
কষ্ট দেশত জাগেৰে মামথ নামেৰে হাতীতকৈয়ো ভাগৰ নোম থকা এবিধ জয়
আছিল, সেই জন্ত মাজি কালি আমাৰ পৃথিৱীত নাই, কিছু ভাৰ হাক-মূৰ এস্কি
- ফচ দেশেৰ ফালে মাটিৰ তলত ওলায়! প্ৰভৃতিক নিৰ্বাচনৰ দ্বাৰাই এই