সচিতাসংগ্ৰহ। শাপত এনেকুৱা বহড হটনাৰ কথা উল্লেখ কৰা আছে। উeাহৰণ স্বৰূপে এটা ধউমাৰ উল্লেখ কৰি এই কথাৰ সভ্যতা দেখুউৱা যাওক। এসময়ত আয়েসীয়া দেশৰ এজন চহ মানুহে তাৰ তেড়া পোৱালি এটাৰ ঠেং কেইটা আজম খান তাৰ সমনীয়া পোৱালিৰ ঠেঙ্গতকৈ চুটি যেন দেখিলে। ৮ে চুটি কোৰাৰপৰা চৰ। মাছটোৱে বুজিলে যে সেই ভেড়া পোৱানিটি ডাঙ্গৰ হলেও আন ভেড়াৰ নিচিমাকৈ সি দেও দি চকোৱা পাৰ হৈ পলাৰ নোৱাৰিৰ। এইটো বৰ হুৰিলা যেন মেৰি সেই ভেড়াৰ পিবিশাক পোৱালিৰ সেই শৰে ঠেং চুটি হল সেইবিলাকক যেনেখে থৈ সিহতৰ পৰা সস্তুতি জন্মোৱালে। তেতিয়া সেই সস্ততিবিলাক ঠেং চুটি হোৱা আক স্পষ্টকৈ দেখা গল। এই দৰে কোবাবাৰে। চুট ঠেগীয়া ভেড়ৰ ঘোৰ মিলাই fদzাৰপৰা এৰি নন ৰাতৰ ভেড়াৰ সৃষ্টি হল। সাপৰ পুৰুষৰ গুণবিলাক তাৰ পাচৰ পুৰুষে ছধিকাৰ কৰাত কিছুমান নিয়মে কাজ কৰে যেনে, মটা জীৱটিৰ বিশেৰ সাধাৰণত মট। সস্থতিৰে অধিকাৰ কৰে, মাইকীৰ বিশেষ ত্ব যাইকী সম্বfিহৰে অধিকাৰ কৰে, আকৌ দেখা যায় যে এটা জীৱৰ জীৱনৰ থি সমাপ্ত এট বিশেষ ত্ব অঞ্জ। িৈছল তাৰ সাতিবিলাকেও পাচত জীৱনৰ ঠিক সেনে সমথন্তে সেই বিশেষত্ব অধিকাৰ কৰে। সেই নিয়মে কোনো এক শ্ৰেণীৰ জীৱবিলাকৰ বুৰঞ্জীৰ আদিতে জৰ্জা গুণবিলাকৰ চিন এই লেীৰ জীৱৰ প্ৰত্যেক পূকঘৰ সফfতবোৰৰ জীৱনৰ প্ৰথম ভাগ:ত দেখিবলৈ পোৱা যায়, শেষ ভাগত Cগ। গুণ বা বিশেষ স্থবিলাক জীৱনৰ পাচ ভাগত হে ফুটি ওলায়। এfতয়। বহিল গতৰ বেলেগ বেলেগ অবস্থাৰ বাবে আৰু জ ড্যাস, ব্যৱহাৰ জাক বাছাৰ ছাৰাই জীৱবিলাকৰ কি নিয়মে লক্ষণ ভেল হব লাগিছে তাক বিচাৰ কৰি sোৱা ধাওক। বহিজগতৰ। বুলিলে বহুত কথ। পুজায়; ইয়াত আমি জগ, বায়, ঠাইৰ প্ৰাকৃতিক অবস্থা প্ৰতিৰ কথা উল্লেখ কৰিম। কোনো টাই বৰ গৰম বা শীত প্ৰধান হলে সেই ঠাইৰ জীৰ্ঘবিলাকে। জল বায়ুৰ শেই অবস্থাৰ উপযোগী হব লাগিব, তেহে সিহঁত ত্তিটিব পাৰিব। আল বায়ুৰ অৱস্থাৰ ওপৰত উজি বস্থৰ অৱস্থাই যিমান নিৰ্ভৰ কৰে জৱৰ আৱহাই সিমন নকৰে। প্ৰণিতত্বৰিং পণ্ডিতসকলে ধেৰিছে