পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সাহিত্য-সংগ্ৰহ। প্ৰাণী মাত্ৰৰে সেই সম্বন্ধে এটা মুঠন আছে, সেই আনটি কেনে তা ভাষাৰে বিৰুপে বুজোৱা টান। এত্যেক জীৱৰ এই সং েযি আত্মপ্ৰত্যয় আছে সেয়ে যথেষ্ট। আমি মুঠতে ইয়াকে জানে যে জড়বৰ লগত প্ৰাণ লাগি প্ৰাণী হৈছে। প্ৰাণীৰ উৎপত্তি আৰু পৰিবৰ্তনৰ গতি নিৰ্ণয়ৰ আবিষ্কাৰ আধুনিক বৈজ্ঞা নিক জগৰ এটি বৰ ডাঙ্গৰ না। যেতে যেয়ে দেখিছে যে পৃথিবীৰ মানুহ, বাল, বোৰ, হাতী, গৰু মং, চৰাই প্ৰতি নানা শ্ৰেণীৰ চৰ প্ৰাণ আৰু মা কাচ প্ৰভৃষ্টি জলচৰ প্ৰাণী আছে। তাত ৰাজে গ, লতা ইত্যাদি উনি প্ৰাণী পৃখিবাহ আছে। এই এইবিলাকৰ যে প্ৰথমতে একে উৎপত্তি ঠাই, এনে মেৰপাক-খোৱা প্ৰাণীৰৰ যে আদিতে একেডালি মাখেন ছিল, তা ভাবিলে আচৰিত হল লাগে। সুপ্ৰসিদ্ধ পণ্ডিত ডাইইলে এতে এই আচৰিঃ সত্য উলিয়াই সাধাৰণৰ চকুৰ আগত পিৰে। এখবিলাকৰ মাজত প্ৰাণৰ পৰিমাণৰ তাৰতম্য থকাৰ বাবে বেগেল বেলেগ শ্ৰেী প্ৰাণবিলাক ভাগ কৰিব পাৰি। মাহকৈ হাহৰ প্ৰাণৰ পৰিমাণ বেটি, ৰাৰকৈ মানুহৰ প্ৰাণৰ পৰিমাণ পেচি, সেই দেৰি জীৱ-জখলাত মাছ চাহৰ আৰু বাগৰ মাহৰ তলৰ আগত থাকিব। জীৱ-জখলাত সকলোতকৈ ও ঠাই সম্পত্তি মানুহেই অধিকাৰ কৰিছে। পাচত যে কালৰ গতিত নান। পৰিবৰ্তন হৈ এই জলাৰ অৱ কেনেকৈ লৰে তাক কোনে কব পাৰে। এই এলাৰ নীচেই তখৰ খাপ টোপ্লেন বা প্ৰাণপঙ্ক নামে এবিধ প্ৰাণী আছে। সমুদহ ইইৰ উৎপত্তি হয়। সাধাৰণত দেখিলে ইহঁতৰ যে প্ৰাণ আছে তাক বুজা টান, ইহঁতৰ কোনো অঙ্গ বা ইঞ্জিয় নাই। ডোৰ ডোখৰকৈ কাটি গিলেও প্ৰত্যেক কটা জংশই একোটা বেলেগ প্ৰটোপ্লেজম হৈ উঠে, আকৌ কে বাডোখৰ এক লগ কৰি দিলে সেই এটাইবোৰ মিলি এট। জীৱৰ নিচিন। কাম কৰে। কোনো বিশেষ কোষৰ মাজত এই এটোজেম উৎপত্তি হলে তাতিয়া নিৰ্দিষ্ট আকাৰৰ এটা জীৱৰ সৃষ্টি হয়, তেতিয়া সেই প্ৰাণীক জীৱ অলাৰ নীচেই তলৰ খাপৰ ওপৰত ঠাই দিয়া হয়। • Origin of Species, by C. Darwin.