সমললৈ যাওক

পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

বেতন প্ৰাণ আৰু উদ্ভিদৰ পাৰ্থক্য কি? বম্বৰ শৰীৰ কাটি পেলালে নতুন প্ৰাৰ ষ্ট হোৱা দূৰত থক, বিভক্ত হোৱা অংশই বিকাৰ প্ৰাপ্ত হয়। সাধাৰণত উক্তি আৰু চেতন প্ৰাণ কোষৰ মূল পাৰ্থক্য এই এট। কিন্তু আশ্চৰ্য্যৰ বিষয় যে, “পুৰুকু নামেৰে এটি চেতন প্ৰাণ আছে, তা যত খণ্ডে কট। ব্যায়, প্ৰত্যেক খণ্ডৰে পৰা এটা এটা নতুন পুৰুভুজ উৎপত্তি হয়; পুকুটে। কেতিয়াও মমৰে। ইয়াৰ এই বিষয়ে ক্ৰিয়া ঠিক উদ্ভিদৰ দৰে। এই দৰে তলৰ খাপৰ উদ্ভিদ আৰু চেতন ভাণৰ ইমান মিল যে, কোনো কোনো মূলত উদ্ভিদ কোনটো আৰু চেতন প্ৰাণী কোনটে। ঠাৱৰকে কৰিব নোৱাৰি। “স্প' এটা কি বস তাক সকলোৱে দেপিছে, কিন্তু এই “শ” উদ্ভিদেই নে চেইন প্ৰাণীদেই, ইয়াৰ সঠিক মামাংস। এতিয়ালৈকে কোনেও কৰিব পৰা নাই। অৱশ্যে “স্পঞ্জ," লো মাটা বা শিলৰ শ্ৰেণীৰ বন্ধ নহয়। এই পৰে আদিলতে প্ৰায় এক ক্ৰিয়া, একে গুণবিশিষ্ট কোষেই এই দুই জগতৰ ওপৰ খাপৰ ববিলা কত বেছি নেছি অমিল হৈ আহিছে, আৰু ব্যৱস্থা আৰু ক্ৰিয। ভেদে বেলে বেলেগ গুণবিশিষ্ট হৈছে, উদ্ভিদ জগতত এই কোষৰে পৰা শেলুৱাই, পুনৗ, ঢেকিয়া, লতা, গছ ইত্যাদিৰ উৎপত্তি হৈছে, আৰু চে তন প্ৰাণী ও সমাপ্ত কীটাণুৰ পৰা পূৰ্ণ অবয়বশিষ্ট মানুহৰ সৃষ্টি হৈছে। উদ্ভিদজগতৰ কোষে মাটি আৰু ৰায়ুৰ পৰা ৰস আকৰ্ষণ কৰি লব পৰ। গুণওই ইটো কোষ সিটো কোযে সৈতে লগ লাগি গছ লতাৰ উৎপত্তি, বৃদ্ধি, বিকাশ কৰিছে আৰু গছৰ শিপা আৰু পাততে নিজৰ উপাদেয় বস্তু সব পৰা কৌশশৰ সৃষ্টি কৰিছে। চেতন প্ৰাণীৰ শৰীৰত কোষে নিজৰ উৎপতি, আৰু বৃদ্ধি হব পৰা নাক মুখ, লোমকূপ অস্থি, চৰ্ম ইত্যাপিৰ সৃষ্টি কৰিছে। এই দুয়ো জগতৰ কোষৰ গাছে; কিয়নো বৃষ্টি বিল ইত্যাদি কাৰ্য্য কোষৰ শক্তি ক্ষয় হয়। এই শক্তি পূৰাবলৈ কোনে বেলেগ বেলেগ ৰত বেলেগ বেলেগ গুণ আৰু অৱলম্বন কৰি ৰহজগতৰ পৰা সিহঁতৰ উপাদেয় বন্ত লৈছে। আৰু ওপৰৰ শ্ৰেীৰ উৰি হিৰৰ পৰা লৰৰ মূল উপায় হৈছে গছৰ শিপা, পাত, গছৰ গা ইত্যাদি; আৰু ওপৰৰ শ্ৰেণীৰ চেতন এণী উপায় হৈছে নাক, মুখ, লোমকুপ ইত্যাদি। উদ্ভিদে শিপাৰে মাটাত পোত খাই থাকে। শিপাৰ কোৰবিলাকত ছিদ্ৰ কাছে সেই ছিদ্ৰই