পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

বেতন প্রাণ আৰু উদ্ভিদৰ পাৰ্থক্য কি? বম্বৰ শৰীৰ কাটি পেলালে নতুন প্ৰাৰ ষ্ট হােৱা দূৰত থক, বিভক্ত হোৱা অংশই বিকাৰ প্রাপ্ত হয়। সাধাৰণত উক্তি আৰু চেতন প্রাণ কোষৰ মূল পার্থক্য এই এট। কিন্তু আশ্চর্য্যৰ বিষয় যে, “পুরুকু নামেৰে এটি চেতন প্রাণ আছে, তা যত খণ্ডে কট। ব্যায়, প্রত্যেক খণ্ডৰে পৰা এটা এটা নতুন পুৰুভুজ উৎপত্তি হয়; পুকুটে। কেতিয়াও মমৰে। ইয়াৰ এই বিষয়ে ক্রিয়া ঠিক উদ্ভিদৰ দৰে। এই দৰে তলৰ খাপৰ উদ্ভিদ আৰু চেতন ভাণৰ ইমান মিল যে, কোনো কোনাে মূলত উদ্ভিদ কোনটো আৰু চেতন প্রাণী কোনটে। ঠাৱৰকে কৰিব নােৱাৰি। “স্প' এটা কি বস তাক সকলোৱে দেপিছে, কিন্তু এই “শ” উদ্ভিদেই নে চেইন প্রাণীদেই, ইয়াৰ সঠিক মামাংস। এতিয়ালৈকে কোনেও কৰিব পৰা নাই। অৱশ্যে “স্পঞ্জ," লো মাটা বা শিলৰ শ্ৰেণীৰ বন্ধ নহয় । এই পৰে আদিলতে প্রায় এক ক্রিয়া, একে গুণবিশিষ্ট কোষেই এই দুই জগতৰ ওপৰ খাপৰ ববিলা কত বেছি নেছি অমিল হৈ আহিছে, আৰু ব্যৱস্থা আৰু ক্ৰিয। ভেদে বেলে বেলেগ গুণবিশিষ্ট হৈছে, উদ্ভিদ জগতত এই কোষৰে পৰা শেলুৱাই, পুনৗ, ঢেকিয়া, লতা, গছ ইত্যাদিৰ উৎপত্তি হৈছে, আৰু চে তন প্রাণী ও সমাপ্ত কীটাণুৰ পৰা পূর্ণ অবয়বশিষ্ট মানুহৰ সৃষ্টি হৈছে। উদ্ভিদজগতৰ কোষে মাটি আৰু ৰায়ুৰ পৰা ৰস আকৰ্ষণ কৰি লব পৰ। গুণওই ইটো কোষ সিটো কোযে সৈতে লগ লাগি গছ লতাৰ উৎপত্তি, বৃদ্ধি, বিকাশ কৰিছে আৰু গছৰ শিপা আৰু পাততে নিজৰ উপাদেয় বস্তু সব পৰা কৌশশৰ সৃষ্টি কৰিছে। চেতন প্রাণীৰ শৰীৰত কোষে নিজৰ উৎপতি, আৰু বৃদ্ধি হব পৰা নাক মুখ, লােমকূপ অস্থি, চর্ম ইত্যাপিৰ সৃষ্টি কৰিছে। এই দুয়াে জগতৰ কোষৰ গাছে; কিয়নো বৃষ্টি বিল ইত্যাদি কাৰ্য্য কোষৰ শক্তি ক্ষয় হয়। এই শক্তি পূৰাবলৈ কোনে বেলেগ বেলেগ ৰত বেলেগ বেলেগ গুণ আৰু অৱলম্বন কৰি ৰহজগতৰ পৰা সিহঁতৰ উপাদেয় বন্ত লৈছে। আৰু ওপৰৰ শ্ৰেীৰ উৰি হিৰৰ পৰা লৰৰ মূল উপায় হৈছে গছৰ শিপা, পাত, গছৰ গা ইত্যাদি; আৰু ওপৰৰ শ্ৰেণীৰ চেতন এণী উপায় হৈছে নাক, মুখ, লােমকুপ ইত্যাদি। উদ্ভিদে শিপাৰে মাটাত পােত খাই থাকে। শিপাৰ কোৰবিলাকত ছিদ্র কাছে সেই ছিদ্রই