সাহিত্য-সংগ্ৰহ। ] গিটোৰে একো সম্পন্ন নাই। এনে জাল্পবিচাৰক হয় বুলিব নোৱাৰি। ভাল আয়শিক্ষা হবলৈ আত্মবিচাৰ মৃন্ম হব লাগে, অৰ্থাৎ সকলোবোৰ দোষ গুণক চপাই অনা হব লাগে ॥ আমি যি যি কাম কৰে’াহ ক সেইবিলাক কণাব দলি নহয়, সকলোবোৰৰে ক ঔ! একে। একো জ নহে, আক এটা এট। বিপুৰ বা এটা এটা সদ গুপ্ত ণৰ ফল স্বৰূপ বহত বড ত কাম এক এক শ্ৰেণীতে পৰে। সেই কাৰণে আমাৰ দোষ গুণৰ বিচাৰ কৰোতে আমাৰ কোন কামৰ কি কাৰণ সেইটি ভালকৈ fণবেচন. কৰি ঠিক কৰিব লাগে॥ তোমাৰ জানিবা এটা বেয়। খন্তাৱ আছে, তাৰে পৰ' এদিন এটা বেয়া কাম কৰিল। ; যেনে, তোমাৰ গঙ্গ। ল প্ৰস্তাৱৰ গুণে মঞ্জি ৪ জনক টান কথা কৈ বেজাৰ দিলা। পাচত মনত অন্য ঠাপ পাল্যমনে মনে ভাবি ন} এনে কাম আৰু মকৰে। আন এদিন আকৌ কিছু বলেগ অৱস্থাত মান এজনক তাকে কবিলা, সেইখাবেসেই সেই ভাবেই আহিল। এই ৰূপে প্ৰতিবাৰেই একোট। বেয়া কাম কৰিছ। পৰিও জানিলা, বাৰে বাৰে মনত ধিকাৰো লাগিল, বাৰে বাৰে ন কৰে। পৃলিও হাবিলাপ্ৰ'তৰাৰেই কি fক আৰ স্থাত সেই কাম কৰা হৈছিল। তাক মনত ৰাখিলা, অ’ক পুনৰায় সেই অবস্ব। কেতিঘাত পৰেহি আত্মশিক্ষাৰ প্ৰমাণ কৰিবলৈ সেই সময়লৈ বাট চাই থাকিল। , অৰ্থাৎ একোটা দোষৰেপৰা ভিন্ন ভিন্ন অৱস্থাত যি যি বেলেগ কাম কৰিল। তাৰ একো একোটা ক বেলেগ বেলেগ একোটঃ দোষ বুলি ভাবি এটা এটা কৰি গুচাবলৈ ঠিক কৰি থল আক সেই সময় ও মনত যি বেজাৰ লাগিল তাৰপৰা স্থিৰ কৰিল। যে এই বাৰ দোব। সংশে:ধন নহৈ নোৱাৰে। আহিল তেনে এক কামৰ পাল; আগৰ মনৰ। কষ্ট আক সঙ্কল্প মনত থাকিল ঘদি ভালেই হল, দোষটি নকৰিলা; মনত সন্তোব পলাযদি নেথাকিল, মাকে সেই দোষকে কৰি সেই কষ্টকে ভোগ কৰিলা; ৪াৰ বাf•ৰেও এই দুই সময়ৰ ভিতৰতে মূল দোষটি উলিয়াই নোলোৱাৰ যাকেই দোষ। সংখ্য. সৰহ হৈ এটাইগোৰ মনত ৰপোৱ। বৰ টান হয় আৰু স্বথ। ৰ্থ একেটা ব ধকে ৭ টাইত দেখাৰ কাৰণেই শট। বুলি ধাৰ্য্য কৰাৰ নিচিনা হয়; গতিকে আমাৰ পৰিশ্নমে। জ:নক গুণে বাঢ়ে, কামো নিসিজে। এই নিবসেবে আম্ৰশিক্ষ কৰিলে জ্ঞা ঘূশিক্ষাই গা কৰিব নোৱাৰে। গছজোপা
- ংকে মানে বতৰত গুটি লাগিয়েই ধাকিব; বাৰে বাৰে গুটি ছিঙ্গি বিমান