পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১০৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিশ্বামিলের ধূলিস্য আনিয়োক ৰাম । এহি তপোখন মোৰ লিখাশষ নাম = মাৰীচ বুৰাই আহি ৰমৰ ভিক্ষম। অাছে হইবো লগে চৌধ কোটি নিশাচৰ । ৰাখিবা ভাষাৰ যত তাক মৰি যশে । অ।মিলে তোমাক মই এহিসে কাৰণে । ৰাক্ষসক মাৰি দিয়ো আমাক নিউর । তোমাৰ প্ৰসাদে হৌক বজ্ঞর উদয় শুনি ৰামচলে বুলিলন্ত এহি হৌক । মাৰিবে ৰাক্ষস হুখে বৱ কৰিয়োক । ওনি মুনিৰাজৰ হৰিষ ভৈল মনে । ৰামক দেখিলা আসি যত মুনিগণে ॥ ফলে মূলে ছয়ো ভাই ক কৰাইলা ভোজন । পাচে তৃণশয্যাত শুতিলা দুয়ো জন ॥ ৰজনী প্ৰভাতে উঠি খুনিগণ ৰত। নান সন্ধয়। তপণ কৰিয়া সমাপত । যক্ষৰ সভাৰ মানে একত্ৰ কৰিল । শুভক্ষণে মুনিগণ ৰজা আৰছিল । ৰামক বুলি বিশ্বামিত্ৰ মুনিবৰ । গাৰ কৰি মিশ্ৰমে ধৰিয়ো ধনুশৰ । শুনি ৰাম লখম কৰিলা গৈয়া আন । হুয়ো ভাই নিয়মে ধৰিলা ধনুৰ্ব্বাণ অনৰে ঋষিৰাজে কৰিয়া প্ৰবেশ। মন্ত্ৰে ৰাম লক্ষ্মণৰ বাৰিগছ কেশ মণিৰত্ন কণ্ঠ দিলা দুয়ো ভাইৰ গলে । খষিক পুছিলা ৰামচত্রে কৌতুহলে । কেতিক্ষণে আসিবেক রক্ষণ ছমাস । ঋষিয়ে বোধন্ত ৰাম শুনিয়েৰ বচন ।