সমললৈ যাওক

পৃষ্ঠা:Sankardev.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩ ] আকাণী নিৰ দৰে তােমাৰ আৰ বাণী মময় সংসাৰত বিভক শান্তি পানী। তােমাৰ কৰুণাকণা পৰে যেন জীৱনত ভক্তিৰ আঁজলি দিও সাদৰেৰে চৰণত নাই মােৰ সাতশৰি গজ মুকুতাৰ হাৰ নাই মােৰ চিক্ মি হীৰা বছা অলঙ্কাৰ। ভগা বীণা খনি মােৰ নােৱাৰে তুলিব তান নােৱাৰে। মধুৰ সুৰে ৰচিব নতুন গান। কিহেৰে পূজিম দেৱ আজি এই শুভ দিনে ? ভাবতে বিমােৰ হই নিৰাশ আকুল মনে- আনিলে। বনৰ ফুল বনে বনে ফুৰি ফুৰি কপাহী সূতাৰে দেৱ গাথিলে। ই মালা ধাৰি চকুলাে সমল মোৰ ক্ষুদ্র এই অভাগাৰ লোৱা দেৱ লোৱা আজি হৃদয়ৰ উপহাৰ । শ্ৰষতীন্দ্রনাথ দুৱৰা।